মঞ্জু কাপুৰ
| মঞ্জু কাপুৰ | |
|---|---|
| জন্ম | অমৃতসৰ, পঞ্জাব, ভাৰত |
| দাম্পত্যসঙ্গী | গুণ নিধি দালমিয়া |
| সন্তান | ৩ |
মঞ্জু কাপুৰ (ইংৰাজী: সৰহ) এগৰাকী ভাৰতীয় ঔপন্যাসিক। তেওঁৰ ডিফিকাল্ট ডটাৰ্ছ (Difficult Daughters) নামৰ প্ৰথম উপন্যাসখনে ১৯৯৯ চনৰ কমনৱেলথ ৰাইটাৰ্ছ বঁটা[1] লাভ কৰে আৰু এই বঁটা লাভ কৰা ইউৰোপ আৰু দক্ষিণ এছিয়াৰ শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ হিচাপে স্বীকৃতি পায়।[2]
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]গুণ নিধি ডালমিয়াৰ সৈতে তেওঁৰ বিবাহ সম্পন্ন হৈছিল; তেওঁলোকৰ তিনিজন সন্তান আৰু চাৰিজন নাতি-নাতিনী আছে, আৰু তেওঁলোক নতুন দিল্লীত থাকে।[3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]• ২০১১: দক্ষিণ এছিয়ান সাহিত্যৰ বাবে ডি এছ চি বঁটা, সহ-বিজেতা, দ্য ইমিগ্ৰেণ্ট
• ১৯৯৯: কমনৱেলথ ৰাইটাৰ্ছ বঁটা, শ্ৰেষ্ঠ প্ৰথম গ্ৰন্থ, ইউৰোপ আৰু দক্ষিণ এছিয়া, ডিফিকাল্ট ডটাৰ্ছ
উল্লেখনীয় কৰ্ম
[সম্পাদনা কৰক]• ডিফিকাল্ট ডটাৰ্ছ, পেংগুইন ইণ্ডিয়া, ১৯৯৮; ফেবাৰ এণ্ড ফেবাৰ, ১৯৯৮, আই.এচ.বি.এন. 978-0-571-19289-2
•এ মেৰিড উইমেন, ইণ্ডিয়া ইংক, ২০০৩; ফেবাৰ এণ্ড ফেবাৰ, ২০০৩, আই.এচ.বি.এন. 978-0-571-21568-3
•হোম, ৰেন্ডম হাউছ, ইণ্ডিয়া, ২০০৬, আই.এচ.বি.এন. 978-81-8400-000-9; Faber and Faber, 2006, আই.এচ.বি.এন. 978-0-571-22841-6
•দ্য ইমিগ্ৰেণ্ট, ৰেন্ডম হাউছ, ইণ্ডিয়া, ২০০৮, আই.এচ.বি.এন. 978-81-8400-048-1; Faber And Faber, 2009, আই.এচ.বি.এন. 978-0-571-24407-2
•কষ্ট‘ডি, ফেবাৰ এণ্ড ফেবাৰ, ২০১১, আই.এচ.বি.এন. 978-0-571-27402-4
•শ্বেপিং দ্যা ৱৰ্ল্ড: উইমেন ৰাইটাৰছ অন ডেমছেল্ভ, এড. মঞ্জু কাপুৰ, হেই হাউছ ইণ্ডিয়া, ২০১৪.
•ব্ৰাডাৰছ, পেংগুইন, ইউকে, ২০১৬.
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Eligibility Criteria for Entries to the 2011 DSC Prize". DSC Prize for South Asian Literature. Archived from the original on 23 October 2012. https://web.archive.org/web/20121023065725/http://dscprize.com.s54927.gridserver.com/eligibility/। আহৰণ কৰা হৈছে: 25 September 2012.
- ↑ Anna M. M. Vetticad (15 March 1999). "Manju Kapur bags Commonwealth Writers' Prize for Best First Book" (en ভাষাত). India Today. https://www.indiatoday.in/magazine/eyecatchers/story/19990315-manju-kapur-bags-commonwealth-writers-prize-for-best-first-book-780404-1999-03-15। আহৰণ কৰা হৈছে: 25 November 2021.
- ↑ Anna Metcalfe (9 April 2011). "Small talk: Mantri kanpur lyrics of the wrld". The Financial Times. http://www.ft.com/cms/s/2/86679b40-6166-11e0-a315-00144feab49a.html#axzz1ObXkwfnS.