মাৰ্কাছ টুলিয়াছ চিচেৰো
অৱয়ব
(Marcus Tullius Ciceroৰ পৰা পুনঃনিৰ্দেশিত)
| চিচেৰো | |||||||||||||||
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
ৰোমৰ কেপিটলিন সংগ্ৰহালয়ত চিচেৰোৰ প্ৰথম শতাব্দীৰ আবক্ষ মূৰ্তি | |||||||||||||||
| জন্ম | খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী ১০৬ আৰ্পিনাম, ৰোমান ইটালী, ৰোমান গণৰাজ্য | ||||||||||||||
| মৃত্যু | ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব (৬৩ বছৰ) ফৰ্মিয়া, ইটালী, ৰোমান গণৰাজ্য | ||||||||||||||
| মৃত্যুৰ কাৰণ | শিৰচ্ছেদ, মাৰ্ক এণ্টনিৰ আদেশৰ দ্বাৰা। | ||||||||||||||
| পেচা | ষ্টেটছমেন, আইনজ্ঞ, লেখক, বক্তা | ||||||||||||||
| দাম্পত্যসঙ্গী |
| ||||||||||||||
| সন্তান | টুলিয়া আৰু চিচেৰো মাইনৰ | ||||||||||||||
| আত্মীয়-স্বজন | কুইণ্টাছ টুলিয়াছ চিচেৰো (ভাতৃ) | ||||||||||||||
| |||||||||||||||
| |||||||||||||||
মাৰ্কাছ টুলিয়াছ চিচেৰো (খ্ৰীষ্টপূৰ্ব ৩ জানুৱাৰী – ৭ ডিচেম্বৰ ৪৩ খ্ৰীষ্টপূৰ্ব) এজন ৰোমান ৰাজনীতিবিদ, কূটনীতিক, আইনজ্ঞ, পণ্ডিত, দাৰ্শনিক আৰু বাগ্মী আছিল। ৰোমান সাম্ৰাজ্য স্থাপনৰ ৰাজনৈতিক সংকটৰ সময়ত তেওঁ সৰ্বোত্তম নীতিবোৰ বজাই ৰাখিবলৈ চেষ্টা কৰিছিল। তেওঁৰ বিস্তৃত লেখাসমূহৰ ভিতৰত তেওঁৰ বক্তব্য, দৰ্শন আৰু ৰাজনীতিৰ ওপৰত ৰচিত গ্ৰন্থসমূহ পোৱা যায়। তেওঁক ৰোমৰ অন্যতম লেটিন ভাষাৰ শ্ৰেষ্ঠ বাগ্মী আৰু প্ৰবন্ধ ৰচয়িতা আখ্যা দিয়া হয়। তেওঁ ৰোমৰ এটি সম্ভ্ৰান্ত পৰিয়ালত জন্মগ্ৰহণ কৰিছিল।