সমললৈ যাওক

গণিতজ্ঞ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mathematicianৰ পৰা পুনঃনিৰ্দেশিত)
গণিতজ্ঞ official_names=

ইউক্লিড (হাতত কেলিপাৰ্‌ছ), গ্ৰীক গণিতজ্ঞ, 'জ্যামিতিৰ জনক' বুলি জনাজাত।
জীৱিকা
প্ৰকাৰ
বিদ্যায়তনিক
বিৱৰণ
যোগ্যতা গণিত, বিশ্লেষণৰ কৌশল আৰু যুক্তিৰে চিন্তা কৰাৰ কৌশ;
প্ৰয়োজনীয় শিক্ষা
ডক্তৰেট, কেতিয়াবা স্নাতকোত্তৰ
নিযুক্তিৰ ক্ষেত্ৰ
বিশ্ববিদ্যালয়
ব্যক্তিগত প্ৰতিষ্ঠান,
বিত্তীয় উদ্যোগ,
চৰকাৰ
সম্পৰ্কিত চাকৰি
পৰিসংখ্যাবিদ, বিপদাশংকা আৰু অনিশ্চয়তা (অনিশ্চয়তা)

এগৰাকী গণিতজ্ঞ (mathematician) এনেকুৱা এজন ব্যক্তি যাৰ গণিতৰ বিশাল জ্ঞান আছে,[1] আৰু এই জ্ঞান তেওঁ নিজৰ কৰ্মৰ বাবে ব্যৱহাৰ কৰে, সাধাৰণতে গাণিতীক সমস্যাৰ সমাধানৰ বাবে। গণিতজ্ঞ সকলৰ কৰ্ম ক্ষেত্ৰ হৈছে, সংখ্যা, ডেটা (data), পৰিমাণ, গাণিতিক গাঁঠনি, স্থান, গাণিতিক আৰ্হি আৰু পৰিৱৰ্তন।.


প্ৰসংগ-সমল

[সম্পাদনা কৰক]