সমললৈ যাওক

Module:ৰাজনৈতিক দল

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সাঁচ লুপ চিহ্নিত কৰা হৈছে: Module:ৰাজনৈতিক দল/doc

ব্যৱহাৰ

[সম্পাদনা কৰক]
{{#invoke:ৰাজনৈতিক দল|fetch|<দলৰ নাম>|<মান>}}

পৰামিতি

[সম্পাদনা কৰক]
পৰামিতি বিৱৰণ
ৰাজনৈতিক দলৰ নাম।
আউটপুটৰ প্ৰকাৰ: color (ৰং), shortname (চমু নাম), বা abbrev (সংক্ষিপ্ত ৰূপ)।

মডিউলটো নবীকৰণ কৰা

[সম্পাদনা কৰক]

ৰাজনৈতিক দলসমূহৰ নামৰ প্ৰথম আখৰৰ ওপৰত ভিত্তি কৰি বৰ্ণানুক্ৰমে এই মডিউলটো ভাগ কৰা হৈছে।

প্ৰতিটো তথ্য উপ-পৃষ্ঠাত দুটা স্থানীয় গোট ৰৈছে: local alternate আৰু local full। বিকল্প (alternate) ধৰ্ম এটা দলৰ বিকল্প নামসমূহৰ বাবে ব্যৱহাৰ কৰা হয়:

local alternate = {
    ....
    ["অসম গণ পৰিষদ"] = "অসম গণ পৰিষদ",
    ["অগপ"] = "অসম গণ পৰিষদ",
    ...
}

বৰ্গবন্ধনীৰ প্ৰথম পদটো হৈছে বিকল্প নাম, আৰু উদ্ধৃতি চিনৰ দ্বিতীয় পদটো হৈছে full গোটৰ মূল নাম।

তালিকাৰ মান:

local full = {
    ....
    ["অসম গণ পৰিষদ"] = {abbrev = "অগপ", color = "#00FF00", shortname = "অসম গণ পৰিষদ"},
    ...
}

প্ৰতিটো দলৰ বাবে তিনিটা মান সংৰক্ষণ কৰা হয়:

  • সংক্ষেপণ (abbrev)
  • দলৰ ৰং (color)
  • দলৰ চমু নাম (shortname)

ক্ৰুটি বাৰ্তা

[সম্পাদনা কৰক]
ক্ৰুটি বাৰ্তা ব্যাখ্যা
লুয়া ক্ৰুটি: bad argument #1 to 'sub' ভুল পদ local full অংশত দিয়া উচিত আছিল।
লুয়া ক্ৰুটি: package.lua err খালী মানসহ বিকল্প তালিকাত দল অন্তৰ্ভুক্ত কৰা হৈছে।

তথ্য পৃষ্ঠা

[সম্পাদনা কৰক]

local p = {}

-- Party name with color and other information
function p.fetch(frame)
	local args = frame.args

	if not args[1] or args[1] == "" then
		args = frame:getParent().args
	end

	local party = args[1] or ""
	local value = args[2] or "color"

	if party == "" then
		return ""
	end

	-- প্ৰথম আখৰৰ ওপৰত ভিত্তি কৰি উপ-মডিউল লোড কৰা
	local firstChar = mw.ustring.sub(party, 1, 1)

	local success, dataData = pcall(
		require,
		"Module:ৰাজনৈতিক দল/" .. firstChar
	)

	if not success or not dataData then
		return party
	end

	local full = dataData.full or {}
	local alternate = dataData.alternate or {}

	-- বিকল্প নামৰ পৰা canonical name সংগ্ৰহ কৰা
	local canonicalName = alternate[party] or party
	local partyData = full[canonicalName]

	if not partyData then
		return party
	end

	-- Party color
	if value == "color" then
		return partyData.color or "transparent"

	-- Short name
	elseif value == "shortname" then
		if partyData.shortname and partyData.shortname ~= "" then
			return partyData.shortname
		elseif partyData.abbrev and partyData.abbrev ~= "" then
			return partyData.abbrev
		else
			return canonicalName
		end

	-- Abbreviation
	elseif value == "abbrev" then
		if partyData.abbrev and partyData.abbrev ~= "" then
			return partyData.abbrev
		else
			return canonicalName
		end

	-- Other values
	else
		return partyData[value] or party
	end
end

return p