সমললৈ যাওক

মাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Monthsৰ পৰা পুনঃনিৰ্দেশিত)

মাহ হ’ল সময় গণনা কৰাৰ এটা একক, যি পঞ্জিকাত ব্যৱহাৰ কৰা হয়। সাধাৰণতে চন্দ্ৰৰ এটা পূৰ্ণ পৰিক্ৰমন কালৰ সৈতে ইয়াৰ সম্পৰ্ক আছে।

আঙুলিৰ গাঠিৰ ওপৰত মাহ গণনা কৰাৰ এক জনপ্ৰিয় পদ্ধতি য’ত গাঠিৰ ওখ অংশ ৩১ দিন, আঙুলিৰ মাজৰ দ অংশ (নীলা): ৩০ দিন আৰু ফেব্ৰুৱাৰী (ৰঙা) ২৮ অথবা ২৯ দিন হয়।

অসমীয়া বৰ্ষপঞ্জি

[সম্পাদনা কৰক]

অসমীয়া বৰ্ষপঞ্জিৰ বৰ্তমান মাহটো:

০১
15
০২
16
০৩
17
০৪
18
০৫
19
০৬
20
০৭
21
০৮
22
০৯
23
১০
24
১১
25
১২
26
১৩
27
১৪
28
১৫
29
১৬
30
১৭
31
১৮
01
১৯
02
২০
03
২১
04
২২
05
২৩
06
২৪
07
২৫
08
২৬
09
২৭
10
২৮
11
২৯
12
৩০
13
১৪২৬ ভাস্কৰাব্দ

অসমীয়া বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল:

#বৰ্ণানুক্ৰমচলিত ইংৰাজী মাহ
ব'হাগএপ্ৰিল- মে
জেঠমে- জুন
আহাৰজুন- জুলাই
শাওণজুলাই- আগষ্ট
ভাদআগষ্ট - ছেপ্টেম্বৰ
আহিনছেপ্টেম্বৰ - অক্টোবৰ
কাতিঅক্টোবৰ - নৱেম্বৰ
আঘোণনৱেম্বৰ - ডিচেম্বৰ
পুহডিচেম্বৰ - জানুৱাৰী
১০মাঘজানুৱাৰী - ফেব্ৰুৱাৰী
১১ফাগুনফেব্ৰুৱাৰী - মাৰ্চ
১২চ’ত

মাৰ্চ- এপ্ৰিল

আহোম বৰ্ষপঞ্জি

[সম্পাদনা কৰক]

আহোম বৰ্ষপঞ্জিত মাহ সমূহক ডু'ন বুলি কোৱা হয়। লাক-নি প্ৰথাত মুঠ ১২টা মাহ থাকে।[1]টাই আহোম নববৰ্ষৰ প্ৰথমটো মাহৰ নাম ডু'ন-চিঙ।[2] এই মাহ ইংৰাজী নৱেম্বৰ-ডিচেম্বৰ মাহত পৰে।

ক্ৰমিকঅসমীয়া লিপিতটাই-আহোম লিপিতইংৰাজী মাহ
ডু'ন-চিঙ𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜂𑜫নৱেম্বৰ-ডিচেম্বৰ
ডু'ন-কাম𑜓𑜢𑜤𑜃𑜫 𑜀𑜪ডিচেম্বৰ-জানুৱাৰী
ডু'ন-ছাম𑜓𑜢𑜤𑜃𑜫 𑜏𑜪জানুৱাৰী-ফেব্ৰুৱাৰী
ডু'ন-ছি𑜓𑜢𑜤𑜃𑜫 𑜏𑜢ফেব্ৰুৱাৰী-মাৰ্চ
ডু'ন-হা𑜓𑜢𑜤𑜃𑜫 𑜑𑜡মাৰ্চ-এপ্ৰিল
ডু'ন-ৰুক𑜓𑜢𑜤𑜃𑜫 𑜍𑜤𑜀𑜫এপ্ৰিল-মে'
ডু'ন-চিত𑜓𑜢𑜤𑜃𑜫 𑜋𑜢𑜄𑜫মে'-জুন
ডু'ন-পেট𑜓𑜢𑜤𑜃𑜫 𑜆𑜢𑜤𑜄𑜫জুন-জুলাই
ডু'ন-কাও𑜓𑜢𑜤𑜃𑜫 𑜀𑜰𑜫জুলাই-আগষ্ট
১০ডু'ন-ছিপ𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫আগষ্ট-ছেপ্টেম্বৰ
১১ডু'ন-ছিপ-ইট𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜒𑜪𑜄𑜫ছেপ্টেম্বৰ-অক্টোবৰ
১২ডু'ন-ছিপ-ছং𑜓𑜢𑜤𑜃𑜫 𑜏𑜢𑜆𑜫 𑜁অক্টোবৰ-নবেম্বৰ

ইছলামিক বৰ্ষপঞ্জি

[সম্পাদনা কৰক]

ইছলামিক বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

#বৰ্ণানুক্ৰমদিনআৰবী
মুহৰম৩০ দিনمحرّم
সফৰ২৯ দিনصفر
ৰবিউল আউয়াল৩০ দিনربيع الأول
ৰবিউস সানি২৯ দিনربيع الآخر أو ربيع الثاني
জমাদিউল আউয়াল৩০ দিনجمادى الأول
জমাদিউস সানি২৯ দিনجمادى الآخر أو جمادى الثاني
ৰজব৩০ দিনرجب
শা'বান২৯ দিনشعبان
ৰমজান৩০ দিনرمضان
১০শাওয়াল২৯ দিনشوّال
১১জ্বিলকদ৩০ দিনذو القعدة
১২জ্বিলহজ্জ২৯ দিন অথবা ৩০ দিনذو الحجة

জুলিয়ান আৰু গ্ৰেগৰিয়ান বৰ্ষপঞ্জি

[সম্পাদনা কৰক]
#বৰ্ণানুক্ৰমদিন
জানুৱাৰী৩১ দিন
ফেব্ৰুৱাৰী২৮ দিন, ২৯ দিন লিপ ইয়েৰ
মাৰ্চ৩১ দিন
এপ্ৰিল৩০ দিন
মে'৩১ দিন
জুন৩০ দিন
জুলাই৩১ দিন
আগষ্ট৩১ দিন
ছেপ্টেম্বৰ৩০ দিন
১০অক্টোবৰ৩১ দিন
১১নৱেম্বৰ৩০ দিন
১২ডিছেম্বৰ৩১ দিন

বঙালী/হিন্দু বৰ্ষপঞ্জি

[সম্পাদনা কৰক]

বাংলা বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

#বৰ্ণানুক্ৰমদিন
বৈশাখ৩০ দিন
জ্যৈষ্ঠ৩১ দিন
আষাঢ়৩১ দিন
শ্ৰাবণ৩১ দিন
ভাদ্ৰ৩১ দিন
আশ্বিন৩০ দিন
কাৰ্তিক২৯ দিন
অগ্ৰহায়ণ২৯ দিন
পৌষ২৯ দিন
১০মাঘ২৯ দিন
১১ফাল্গুন২৯ দিন
১২চৈত্ৰ৩০ দিন

তামিলসকলৰ মাহবোৰ

[সম্পাদনা কৰক]

তামিল বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

#বৰ্ণানুক্ৰম
চিতিৰাই
ভাইকাচি
আনি়
আদি
আভানি
পুৰৰাথিচি
আইয়পাচি
কাৰথিগাই
মাৰগাযহি
১০থাই
১১মাচি
১২পাঙ্গুনি

সিংহলি বৰ্ষপঞ্জি

[সম্পাদনা কৰক]

সিংহলি বৰ্ষপঞ্জিৰ শ্ৰীলঙ্কাত প্ৰচলিত। সিংহলি বৰ্ষপঞ্জিৰ বিভিন্ন মাহৰ নামবোৰ একাদিক্ৰমে লিখা হ’ল :

#বৰ্ণানুক্ৰম
ভেসাক
পসন
এসাল
নিকিন
বিনাৰ
ভাপ
ইল
অন্দুভাপ
দুৰুথ
১০নাভাম
১১মেদিন
১২বাক

তথ্য সূত্ৰ

[সম্পাদনা কৰক]

উৎস প্ৰসংগ

[সম্পাদনা কৰক]
  1. Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y.