মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Mor Priyo Manuh Socratesৰ পৰা পুনঃনিৰ্দেশিত)
মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ  
লেখক হোমেন বৰগোহাঞি
প্ৰচ্ছদ শিল্পী তপোন চট্টোপাধ্যায়
দেশ ভাৰত
ভাষা অসমীয়া
শৃংখলা ২৪
বিষয় ছক্ৰেটিছৰ জীৱন আৰু মৃত্যু
প্ৰকাৰ প্ৰবন্ধ সংকলন
প্ৰকাশক ষ্টুডেণ্টচ্ ষ্ট’ৰচ্
প্ৰকাশ ডিচেম্বৰ, ২০০১
মিডিয়া প্ৰকাৰ মুদ্ৰণ
পৃষ্ঠা সংখ্যা ৮০
আই.এচ.বি.এন. 81-7665-109-5

মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ (ইংৰাজী: Mor Priyo Manuh Socrates) হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন জীৱনী গ্ৰন্থ। এই প্ৰবন্ধ সংকলনখন ২০০১ চনত প্ৰথম প্ৰকাশ পায়।[1]

লেখকৰ চমু পৰিচয়[সম্পাদনা কৰক]

অসমৰ এগৰাকী প্ৰখ্যাত সাহিত্যিক, সাংবাদিক, সমালোচক, কবি আৰু গল্পকাৰ। ১৯৭৮ চনত পিতা-পুত্ৰ গ্ৰন্থখনৰ বাবে অসমীয়া ভাষাসাহিত্য অকাডেমি বঁটাৰে সন্মানিত হয়।[2] ১৯৩২ চনত হোমেন বৰগোহাঞিৰ অসমৰ লখিমপুৰ জিলাঢকুৱাখনাত জন্ম হয়।

তথ্যৰ উৎস[সম্পাদনা কৰক]

  1. বৰগোহাঞি, হোমেন (2010). মোৰ প্ৰিয় মানুহ ছক্ৰেটিছ. প্ৰকাশক গুৱাহাটী: ষ্টুডেণ্টচ্ ষ্ট’ৰচ্. ISBN 81-7665-109-5. 
  2. Awards 1955–2007 Archived 2008-05-13 at the Wayback Machine Sahitya Akademi Official website.