নাগ পঞ্চমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Naga Panchamiৰ পৰা পুনঃনিৰ্দেশিত)
নাগপঞ্চমী
নাগপঞ্চমী
এটি নাগ মূৰ্তি, নাগপঞ্চমীৰ দিনা পূজা কৰি থকা অৱস্থাত
অন্য নাম নাগ পূজা
পালন কৰে হিন্দু
প্ৰকাৰ ধৰ্মীয় অনুষ্ঠান, ভাৰত আৰু নেপাল
তাৰিখ চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি শাওনমাহৰ পঞ্চম দিন
আচাৰ সাপৰ ফটো, মূৰ্তি আদিৰ লগতে জীয়া সাপৰ পূজা কৰা হয়

নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।[1][2][3][4]

তথ্যসূূত্ৰ[সম্পাদনা কৰক]