সমললৈ যাওক

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(National Highway 52 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৫২
৫২
ৰাষ্ট্ৰীয় ঘাইপথ ৫২

৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মানচিত্ৰ
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From বাইহাটা, অসম
To ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ
Location
Statesঅসম: 540 km (৩৪০ মাইল)
অৰুণাচল প্ৰদেশ: 310 km (১৯০ মাইল)
Primary
destinations
গুৱাহাটী - Charali - তেজপুৰ - গহপুৰ – উত্তৰ লক্ষীমপুৰ - পাছিঘাট - তেজু - সীতাপানী
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ • এক্সপ্ৰেছ পথ • ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫২ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 52, NH 52) উত্তৰ-পূব ভাৰতৰ অসম আৰু অৰুণাচল প্ৰদেশত অৱস্থিত। গুৱাহাটীৰ উত্তৰ দিশত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো ফাটি এই ৰাষ্ট্ৰীয় ঘাইপথটোৰ সৃষ্টি হৈছে। তাৰ পিছত ই পূব আৰু উত্তৰ-পূবলৈ বিস্তৃত হৈ আছে। ইয়াৰ মুঠ দৈৰ্ঘ্য হৈছে ৮৫০ কিঃমিঃ (৫২৮ মাইল)। ইয়াৰে ৫৪০ কিঃমিঃ (৩৪০ মাইল) অসমত আৰু বাকীখিনি অৰুণাচল প্ৰদেশত আছে।[1]

অসমৰ আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ মাজত সংযোগ স্থাপন কৰা পথটো হৈছে ৫২এ নং ৰাষ্ট্ৰীয় ঘাইপথ। এই পথটো ৫২ নং ৰাষ্ট্ৰীয় ঘাইপথৰে এটা অংশ।

লগতে চাওক

[সম্পাদনা কৰক]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]