সমললৈ যাওক

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(National Highway 54 (India)ৰ পৰা পুনঃনিৰ্দেশিত)
Indian National Highway ৫৪
৫৪
ৰাষ্ট্ৰীয় ঘাইপথ ৫৪

ভাৰতৰ মানচিত্ৰত ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থান
পথ তথ্য
দৈৰ্ঘ্য সাঁচ:Convert/LoffAoffDxSoff)
Major junctions
From দবকা, অসম
To টুইপং, মিজোৰাম
Location
Statesঅসম: 335 km (২০৮ মাইল)
মিজোৰাম: 515 km (৩২০ মাইল)
Primary
destinations
দবকা - লামডিঙ - শিলচৰ - আইজল - টুইপং
Highway system
ভাৰতীয় পথ নেটৱৰ্ক

ৰাষ্ট্ৰীয় ঘাইপথ  এক্সপ্ৰেছ পথ  ৰাজ্যিক

Lua error in package.lua at line 80: module 'Module:Road data/parser/sandbox' not found.

৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ (ইংৰাজী: National Highway 54, চমুকৈ NH 54) হৈছে অসম আৰু মিজোৰামৰ মাজত সংযোগ স্থাপন কৰা এটা ৰাষ্ট্ৰীয় ঘাইপথ। ইয়াৰ দৈৰ্ঘ্য হৈছে 850 km (৫৩০ মাইল)। এই ঘাইপথটো অসমৰ দবকাত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আৰম্ভ হৈছে। তাৰ পিছত দক্ষিণ দিশলৈ গৈ লামডিঙ, শিলচৰৰ মাজেদি গৈছে। অৱশেষত গেগি ঘাইপথটো মিজোৰামৰ টুইপুংত গৈ শেষ হৈছেগৈ।[1]

National Highways Development Project

[সম্পাদনা কৰক]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "National Highways Starting and Terminal Stations". Ministry of Road Transport & Highways. http://morth.nic.in/showfile.asp?lid=367 আহৰণ কৰা হৈছে: 2012-12-02.
  2. Archived 2009-02-25 at the Wayback Machine National Highways Authority of India (NHAI)

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]