সমললৈ যাওক

নেপালী ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nepal Bhasa languageৰ পৰা পুনঃনিৰ্দেশিত)
নেপালী
नेपाली

দেৱনাগৰী লিপিত লিখা "নেপালী" শব্দটো
থলুৱা অঞ্চল নেপাল, ভাৰত, ভূটান, ম্যানমাৰ
অঞ্চল দক্ষিণ এছিয়া
জাতীয়তা Khas people (গোৰ্খা সমন্বিতে)
স্থানীয় ভাষিক
(১৩.৯ মিলিয়ন[1] cited 2001)
ভাষা পৰিয়াল
ইণ্ডো-ইউৰোপীয়
লিখন প্ৰণালী দেৱনাগৰী লিপি
আধিকাৰিক স্থিতি
আধিকাৰিক ভাষা
 নেপাল
 ভাৰত (in ছিক্কিম দাৰ্জিলিং জিলা, পশ্চিমবংগ অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, নাগালেণ্ড উত্তৰ-পূব ভাৰত )
নিয়মাধীন হয়
Language Academy of Nepal
ভাষা সংকেত
ISO 639-1 ne
ISO 639-2 nep
ISO 639-3 nep
World map with significant Nepali language speakers
Dark Blue: Main official language,
Light blue: One of the official languages,
Red: Places with significant population or greater than 20% but without official recognition.

নেপালী ভাষা (উচ্চৰণ) ভাৰত-ইউৰোপীয় ভাষা পৰিয়ালইণ্ডো-আৰ্য শাখাৰ এটা ভাষা। ই নেপালৰ চৰকাৰী ভাষা। এই ভাষা ভাৰত, ভূটান আৰু ম্যানমাৰতো প্ৰচলিত। ভাৰতৰ ছিকিম ৰাজ্য আৰু পশ্চিম বংগদাৰ্জিলিং জিলাত নেপালী ভাষাৰ চৰকাৰী মৰ্যাদা আছে।

বৰ্ণমালা

[সম্পাদনা কৰক]

নেপালী ভাষাত বৰ্ণটো আধুনিক দেৱনাগৰীৰ দৰে লিখা নহয়। পুৰণি দেৱনাগৰী পদ্ধতিৰে লিখা হয়৷ বাকী বৰ্ণ বিলাকৰ ক্ষেত্ৰত আধুনিক দেৱনাগৰী লিপি ব্যবহাৰ কৰা হয়।

নেপালী ভাষাত ५, ८, ९ - এইকেইটা সংখ্যা আধুনিক দেৱনাগৰী সংখ্যাতকৈ অলপ পৃথক। পুৰণি দেৱনাগৰী পদ্ধতিত , , লিখা হয়৷

নেপালী সংখ্যা
অসমীয়া সংখ্যানেপালী সংখ্যাদেৱনাগৰী সংখ্যালিখিতIASTIPAউৎপত্তি
शुन्य/सुन्नाśūnya/sunne/সংস্কৃত শূন্য (शून्य)
एकek/ek/সংস্কৃত এক (एक)
दुईduī/d̪ui/সংস্কৃত dvi (द्वि)
तीनtīn/t̪in/সংস্কৃত ত্ৰি (त्रि)
चारcār/t͡sar/সংস্কৃত চতুৰ্ (चतुर्)
पाँचpāṃc/pãt͡s/সংস্কৃত পঞ্চ (पञ्च)
cha/t͡sʰʌ/সংস্কৃত ষষ্ (षष्)
सातsat/sat̪/সংস্কৃত সপ্ত (सप्त)
आठāṭh/aʈʰ/সংস্কৃত অষ্ট (अष्ट)
नौnau/nʌu̯/সংস্কৃত নব (नव)
১০१०१०दशdaś/d̪ʌs/সংস্কৃত দশ (दश)
১১११११एघारeghār[eɡaɾʌ]
১২१२१२बाह्रbāhr[baɾʌ]
২০२०२०बीसvis/bis/
২১२१२१एक्काइसekkāis/ekːais/
২২२२२२बाइसbāis/bais/
১০০१००१००एक सयek say/ek sʌe/
১,০০০१,०००१,०००एक हजारek hajār/ek ɦʌd͡zar/
১০,০০০१०,०००१०,०००दश हजारdaś hajār/d̪ʌs ɦʌd͡zar/
১,০০,০০০१,००,०००१,००,०००एक लाखek lākh/ek lakʰ/
১০,০০,০০০१०,००,०००१०,००,०००दश लाखdaś lākh/d̪ʌs lakʰ/
১,০০,০০,০০০१,००,००,०००१,००,००,०००एक करोडek karoḍ[ek kʌɾoɽ]
১০,০০,০০,০০০१०,००,००,०००`दश करोडdaś karoḍ[d̪ʌs kʌɾoɽ]
১,০০,০০,০০,০০০१,००,००,००,०००१,००,००,००,०००एक अरबek arab[ek ʌɾʌb]
১০,০০,০০,০০,০০০१०,००,००,००,०००१०,००,००,००,०००दश अरबdas arab[d̪ʌs ʌɾʌb]
১০১২१०१२एक खरबek kharab[ek kʰʌɾʌb]
১০১৪१०१४एक नीलek nil/ek nil/
১০১৬१०१६एक पद्म ek padma/ek pʌd̪mʌ/
১০১৮१०१८एक शंखek shankha/ek sʌŋkʰʌ/

কিছু বহু প্ৰচলিত বাক্য

[সম্পাদনা কৰক]
অসমীয়ানেপালীউচ্চাৰণইংৰাজী
আপোনাৰ নাম কি?तपाईँको नाम के हो?তপাঈঁকো নাম কে হো?What is your name?
তোমাৰ নাম কি?तिम्रो नाम के हो?তিম্ৰো নাম কে হো?What is your name?
মোৰ নাম নীলিমা।मेरो नाम नीलिमा हो।মেৰো নাম নীলিমা হো।My name is Nilima.
আপোনাৰ ঘৰ ক'ত?तपाईँको घर कहाँ छ?তপাঈঁকো ঘৰ কহাঁ ছ?Where do you live?
তোমাৰ ঘৰ ক'ত?तिम्रो घर कहाँ छ?তিম্ৰো ঘৰ কহাঁ ছ?Where do you live?
খাদ্য ক'ত পোৱা যাব?खाना खाने ठाउँ कहाँ छ?খানা খানে ঠাউঁ কহাঁ ছ?Where is a place to eat?
শৌচালয় ক'ত আছে?शौचालय कहाँ छ?শৌচালয় কহাঁ ছ?Where is the toilet?

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Ethnologue Report for Nepali (Accessed 1 February 2009).

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

Nepali ভ্ৰমণ নিৰ্দেশিকা, ৱিকিভয়াজৰ পৰা