সমললৈ যাওক

নেট নিৰপেক্ষতা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Net neutralityৰ পৰা পুনঃনিৰ্দেশিত)
নেট নিৰপেক্ষতাৰ প্ৰতীক

নেট নিৰপেক্ষতা হৈছে এক নীতি যাৰ জ্বৰিয়তে ইণ্টাৰনেট যোগান ধৰোতা আৰু চৰকাৰ দুয়োৱে বৈষম্যবিহীন ভাৱে ইণ্টাৰনেটত উপলব্ধ যিকোনো তথ্য ব্যৱহাৰৰ বাবে আগবঢ়ায়। এই ক্ষেত্ৰত বৈষম্য বুলিলে কোনো বিশেষ ৱেবছাইত ব্যৱহাৰৰ বাবে গ্ৰাহকৰ পৰা অধিক মূল্য লোৱা বা ৱেব পৃষ্ঠা ডাউনল'ড কৰোঁতে ডাউনল'ড গতিত ইচ্ছাকৃতভাৱে তাৰতাম্য ঘটোৱা ইত্যাদি কথা আহি পৰে।

২০০৩ চনত কলোম্বিয়া বিশ্ববিদ্যালয়ৰ মিডিয়া আইন বিষয়ৰ অধ্যাপক " টিম ৱু "এ 'নেট নিৰপেক্ষতা' শব্দটো প্ৰথমবাৰৰ বাবে উপয়োগ কৰে।[1][2]

লগতে চাওক

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Tim Wu (2003). "Network Neutrality, Broadband Discrimination". Journal on telecom and high tech law. http://www.jthtl.org/content/articles/V2I1/JTHTLv2i1_Wu.PDF আহৰণ কৰা হৈছে: 23 Apr 2014.
  2. Staff. "A Guide to Net Neutrality for Google Users". Google. Archived from the original on 1 September 2008. https://web.archive.org/web/20080901084929/http://www.google.com/help/netneutrality.html আহৰণ কৰা হৈছে: 7 December 2008.