সমললৈ যাওক

নগাঁও (লোকসভা সমষ্টি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Nowgong Lok Sabha constituencyৰ পৰা পুনঃনিৰ্দেশিত)

নগাঁও লোকসভা সমষ্টি (ইংৰাজী: Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

[সম্পাদনা কৰক]

নগাঁও লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে[1]:

  • জাগীৰোড বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • মৰিগাঁও বিধানসভা সমষ্টি
  • লাহৰীঘাট বিধানসভা সমষ্টি
  • ৰহা বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • নগাঁও বিধানসভা সমষ্টি
  • বঢ়মপুৰ বিধানসভা সমষ্টি
  • যমুনামুখ বিধানসভা সমষ্টি
  • হোজাই বিধানসভা সমষ্টি
  • লামডিং বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

[সম্পাদনা কৰক]
ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১৯৫১দেৱ কান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭১লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৭দেৱ কান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
১৯৯১মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
১৯৯৬মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
১০১৯৯৮নৃপেন গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
১১১৯৯৯ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১২২০০৪ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৩২০০৯ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৪২০১৪ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৫২০১৯প্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৬২০২৪প্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ

[2]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "List of Parliamentary & Assembly Constituencies". Assam. Election Commission of India. Archived from the original on 2006-05-04. https://web.archive.org/web/20060504181808/http://archive.eci.gov.in/se2001/background/S03/AS_ACPC.pdf আহৰণ কৰা হৈছে: 2008-10-06.
  2. "GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2024". ELECTION COMMISSION OF INDIA. 05-06-2024. Archived from the original on 2024-06-05. https://web.archive.org/web/20140519232514/http://eciresults.nic.in/ConstituencywiseS0310.htm?ac=10 আহৰণ কৰা হৈছে: 7 জুন 2014.