সমললৈ যাওক

ফিলিপাইন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(PHILIPPINESৰ পৰা পুনঃনিৰ্দেশিত)
ফিলিপাইন প্ৰজাতন্ত্ৰ
  • Republika ng Pilipinas
Flag of ফিলিপাইন
Flag
Coat of arms of ফিলিপাইন
Coat of arms
Motto: 
"মাকা-ডাঅছ, মাকা-টাও, মাকাকালিকাছান এট মাকাবাঞ্চা"[1]
"ভগৱান, জনতা, প্ৰকৃতি, আৰু দেশৰ বাবে"
Anthem: লুপাং হিনিৰাং
Chosen Land
গ্ৰেইট ছীল
ASEAN (ডাঠ সেউজীয়া) আৰু এছিয়াত (পাতল সেউজীয়া) ফিলিপাইনৰ অৱস্থান।
ASEAN (ডাঠ সেউজীয়া) আৰু এছিয়াত (পাতল সেউজীয়া) ফিলিপাইনৰ অৱস্থান।
Location of ফিলিপাইন
ৰাজধানী মেনিলা
Largest city কুৱেজন
14°38′N 121°02′E / 14.633°N 121.033°E / 14.633; 121.033
Official languagesফিলিপিন', ইংৰাজী
Recognised regional languages
বিকল্প ভাষাসমূহস্পেনিছ,আৰবিক
Ethnic groups
(২০১৪[2])
Demonymফিলিপিন'
GovernmentUnitary presidential constitutional republic
Rodrigo Duterte
Leni Robredo
Franklin Drilon
Feliciano Belmonte, Jr.
Maria Lourdes Sereno
Legislatureকংগ্ৰেছ
চিনেট
House of Representatives
স্বাধীনতা 
২৭ এপ্ৰিল, ১৫৬৫
১২ জুন, ১৮৯৮
৪ জুলাই, ১৯০২
২৪ মাৰ্চ, ১৯৩৪
৪ জুলাই, ১৯৪৬
২ ফ্ৰেব্ৰুৱাৰী, ১৯৮৭
Area
3,00,000 বৰ্গ কি.মি. (1,20,000 বৰ্গ মাইল)[3] (৭৩তম)
 Water (%)
০.৬১[4] (inland waters)
Population
 ২৭ জুলাই, ২০১৪ estimate
100,617,630[5] (১২তম)
সাঁচ:Data Philippines
 Density
{{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "[" |সাঁচ:Data/popdens|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "["|সাঁচ:Data/popdens}} /কিমি (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ /বৰ্গ মাইল) (৪৩তম)
GDP (PPP)২০১৫ estimate
 Total
$৭৫১.৭৭০ নিযুত[6] (৩০তম)
 Per capita
$৭,৪১২.২৩৬[6] (১১৮তম)
GDP (nominal)৩০১৫ estimate
 Total
$৩৩০.২৫৯ নিযুত[6] (৩৯তম)
 Per capita
$৩,২৫৬.২৬০[6] (১২৪তম)
Gini (২০০৯)positive decrease ৪৩.০[7]
Error: Invalid Gini value (৪৪তম)
HDI (২০১৩)বৃদ্ধি ০.৬৬০[8]
Error: Invalid HDI value (১১৭তম)
Currencyপেছ' (ফিলিপিন': piso) (₱) (PHP)
Time zoneUTC+৮ (PST)
 Summer (DST)
UTC+৮ (নিৰ্ণয় কৰা হোৱা নাই)
Date format
  • mm-dd-yyyy
  • dd-mm-yyyy
Calling code৬৩
Internet TLD.ph
  1. ^a The 1987 Philippine constitution specifies, "Spanish and Arabic shall be promoted on a voluntary and optional basis."[9]
  2. ^b Philippine revolutionaries declared independence from Spain on June 12, 1898, but the Spanish claim of sovereignty was passed from Spain to the United States in the Treaty of Paris. This led to the Philippine–American War.

ফিলিপাইন (/ˈfɪl[invalid input: 'ɨ']pnz/ ( শুনক)), চৰকাৰী ভাৱে ফিলিপাইন গণৰাজ্য বোলা হয়, হ'ল পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত দক্ষিণপূৱ এচিয়াৰ এখন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখন ৭,১০৭টা দ্বীপেৰে গঠিত, লুজম, ৱিছায়াছ, আৰু মিন্দানাও নামেৰে তিনিটা প্ৰধান ভৌগোলিক অঞ্চলত ভাগ কৰা হৈছে। . ৰাজধানী হ'ল মনিলা আৰু সৰ্বাধিক জনবহুল নগৰ হ'ল কুৱেজন; দুয়োখন মেট্ৰ' মনিলাৰ অন্তৰ্গত।

পূৰ্ব-স্পেনিছ কাল

[সম্পাদনা কৰক]

ফিলিপাইনৰ আদি অধিবাসী নেগ্ৰিত জাতিৰ লোকসকল প্ৰায় ৩০ হাজাৰ বছৰ পূৰ্বে বোৰ্নিঅ আৰু সুমাত্ৰা দ্বীপৰ পৰা আহিছিল। দক্ষিণৰ পৰা মালয় জাতিৰ লোক ইয়ালৈ আহিছিল। ৯ম শতিকাত চীনা ব্যৱসায়ী সকলো ইয়ালৈ আহে আৰু বসতি স্থাপন কৰে। স্পেনিছসকল অহাৰ আগলৈকে মালয়সকলেই ইয়াৰ প্ৰধান জাতি আছিল।

স্পেনিছ কাল

[সম্পাদনা কৰক]

১৫২১ চনত পৰ্তুগীজ অভিযাত্ৰী ফেৰ্দিনান্দ মাগেলান ফিলিপাইনলৈ আহে আৰু স্পেইনৰ হৈ দ্বীপটো দাবী কৰে। কিন্তু তেওঁ ইয়াত বেছিদিন নাথাকে। পৰবৰ্তী কালত স্পেনীয় শক্তিয়ে লাহে লাহে প্ৰভাৱ বিস্তাৰ কৰে আৰু খ্ৰীষ্টধৰ্মৰ পতন ঘটায়।

১৮১০ চনত মেক্সিকোে স্পেইনৰ পৰা স্বাধীনতা ঘোষণা কৰাৰ আগলৈকে ফিলিপাইনৰ দ্বীপ সমূহ স্পেনিছ উত্তৰ আমেৰিকাৰ অধীনত আছিল আৰু ফিলিপাইন আৰু উত্তৰ আমেৰিকাৰ মাজত উল্লেখযোগ্য ভাবে যাতায়াত আছিল। লুসন দ্বীপৰ মনিলা নগৰক কেন্দ্ৰ কৰি স্পেনিছ ঔপনিৱেশিক ব্যবস্থা গঢ়ি উঠিছিল আৰু ইয়াৰ লোকসকল লাহে লাহে ৰোমান ক্যাথলিক ধৰ্মলৈ ধৰ্মান্তৰিত হবলৈ আৰম্ভ কৰিছিল। কেন্দ্ৰীয় ফিলিপাইন আৰু লুসন দ্বীপৰ বাদে অন্য অঞ্চল, যেনে মিন্দানাও দ্বীপত স্পেনিছ প্ৰভাব কম আছিল।

দীৰ্ঘ স্পেনিছ শাসনৰ সময়ত বহু বিপ্লব ঘটে। ১৯শ শতিকাৰ শেষৰ ফালে ইউৰোপত শিক্ষিত ফিলিপিনোসকলে স্পেনিছ শাসনৰ বিৰুদ্ধে প্ৰতিবাদ গঢ়ি উঠে আৰু ফিলিপিনো সকলৰ মাজত জাতীয়তাবাদৰ উন্মেষ ঘটে। ১৮৯৮ চনত স্পেনিছ-আমেৰিকান যুদ্ধত আমেৰিকান বাহিনীয়ে মনিলা উপসাগৰত স্পেনিছ নৌবাহিনীক পৰাজিত কৰে। চীনা-শব্দোদ্ভভ ফিলিপিনো নেতা এমিলিও আগিনালদোএ সেই বছৰৰ ১২ই জুনত ফিলিপাইনক স্পেইনৰ পৰা স্বাধীন বুলি ঘোষণা কৰে।

আমেৰিকান কাল

[সম্পাদনা কৰক]

স্পেনিছসকলক পৰাজিত কৰি আমেৰিকান সকলে ফিলিপাইনক নিজৰ দখললৈ নিয়ে। স্পেইনে পেৰিছ শান্তি চুক্তিমতে ফিলিপাইনক আমেৰিকা যুক্তৰাষ্ট্ৰৰ হাতত অৰ্পণ কৰে। কিন্তু ১৮৯৯ চনত আমেৰিকান শাসনৰ বিৰুদ্ধেও ফিলিপিনোসকলে বিদ্ৰোহ আৰম্ভ কৰে। সেই বছৰত বিক্ষিপ্ত আমেৰিকান-ফিলিপিনো যুদ্ধত বহু হাজাৰ ফিলিপিনো আৰু আমেৰিকান সেনা নিহত হয়। ১৯০২ চনত ফিলিপাইনত শান্তি প্ৰতিষ্ঠিত হয়।

চিত্ৰ ভৰাঁল

[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Republic act no. 8491". Republic of the Philippines. Archived from the original on March 8, 2014. https://web.archive.org/web/20140308050740/http://www.gov.ph/1998/02/12/republic-act-no-8491/ আহৰণ কৰা হৈছে: March 8, 2014.
  2. "Philippines in Figures 2014". National Statistics Office. Archived from the original on April 20, 2015. https://web.archive.org/web/20150420185309/http://web0.psa.gov.ph/sites/default/files/2014%20PIF.pdf আহৰণ কৰা হৈছে: November 16, 2014.
  3. "Based on the official mapping authority of the Philippines (as of 201)". Namria.gov.ph. Archived from the original on 2013-01-20. https://web.archive.org/web/20130120233307/http://www.namria.gov.ph/philGeo.aspx আহৰণ কৰা হৈছে: 2013-05-04.
  4. "East & Southeast Asia :: Philippines". The World Factbook. প্ৰকাশক Washington, D.C.: Author: Central Intelligence Agency. October 28, 2009. Archived from the original on July 19, 2015. https://web.archive.org/web/20150719222229/https://www.cia.gov/library/publications/the-world-factbook/geos/rp.html আহৰণ কৰা হৈছে: November 7, 2009.
  5. Philippine population officially hits 100 million
  6. 1 2 3 4 "Philippines". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2014/02/weodata/weorept.aspx?pr.x=54&pr.y=9&sy=2012&ey=2019&scsm=1&ssd=1&sort=country&ds=.&br=1&c=566&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a= আহৰণ কৰা হৈছে: October 2014.
  7. "Gini Index". World Bank. http://data.worldbank.org/indicator/SI.POV.GINI/ আহৰণ কৰা হৈছে: March 2, 2011.
  8. "2014 Human Development Report Summary". United Nations Development Programme. 2014. পৃষ্ঠাসমূহ: 21–25. http://hdr.undp.org/sites/default/files/hdr14-summary-en.pdf আহৰণ কৰা হৈছে: July 27, 2014.
  9. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; OfficialLang নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই