সমললৈ যাওক

পদ্মশ্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Padma Sreeৰ পৰা পুনঃনিৰ্দেশিত)
পদ্মশ্ৰী
বঁটাৰ তথ্য
প্ৰকাৰ অসামৰিক
শ্ৰেণী ৰাষ্ট্ৰীয়
প্ৰতিষ্ঠা ১৯৫৪
প্ৰথমবাৰ প্ৰদান ১৯৫৪
অন্তিমবাৰ প্ৰদান ২০২৩
প্ৰদানকৰ্তা ভাৰত চৰকাৰ
বঁটাৰ মৰ্যদা
পদ্মভূষণপদ্মশ্ৰীনাই

পদ্মশ্ৰী ভাৰত চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

বঁটাৰ গঠন

[সম্পাদনা কৰক]

ইয়াৰ স্মাৰকটোও পদ্মবিভূষণ আৰু পদ্মভূষণ থকা স্মাৰকটোৰ দৰেই। ইয়াৰ ট্ৰফিটোৰ মাজত সোণৰ বগা পাত চৰোৱা, পাঁচটা পাহিৰ সৈতে এপাহ পদুম ফুলৰ প্ৰতীক খোদিত কৰা হয়। আনটো ফালে ৰাষ্ট্ৰীয় প্ৰতীকটো অংকন কৰা থাকে। পদকটোৰ উপৰ আৰু তলত 'পদ্ম' আৰু 'শ্ৰী' শব্দ দূটা লিপিবদ্ধ কৰা আছে। ওপৰৰ দিশত বিভিন্ন জ্যামিতিক আকাৰৰ ছবিও আছে।

২০২১ বৰ্ষলৈকে ৩২২৫ গৰাকী ব্যক্তিক এই সন্মান দিয়া হৈছে। ২০২২ বৰ্ষত ১০৭ গৰাকী ব্যক্তিয়ে পদ্মশ্ৰী সন্মান লাভ কৰিছে।[1] [2][3][4]

পদ্মশ্ৰী বঁটা বিজয়ীৰ তালিকা

[সম্পাদনা কৰক]

আৰু চাওক

[সম্পাদনা কৰক]

পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Padma Awards | Interactive Dashboard" (en ভাষাত). www.dashboard-padmaawards.gov.in. Archived from the original on 22 July 2020. https://web.archive.org/web/20200722083525/http://www.dashboard-padmaawards.gov.in/?Award=Padma%2520Shri আহৰণ কৰা হৈছে: 15 February 2020.
  2. "Padma Awards 2022 list Padma Vibhusan, padma bhusan and padma shri" (en-US ভাষাত). STUDYKARLO.COM. 26 January 2022. Archived from the original on 20 August 2022. https://web.archive.org/web/20220820122702/https://studykarlo.com/padma-awards-2022/ আহৰণ কৰা হৈছে: 26 January 2022.
  3. "Padma Shri Awardees". Ministry of Communications and Information Technology. http://india.gov.in/myindia/padmashri_awards_list1.php আহৰণ কৰা হৈছে: 2009-06-28.
  4. "This Year's Padma Awards announced" (Press release). Ministry of Home Affairs. 25 January 2010. http://www.pib.nic.in/release/release.asp?relid=57307 আহৰণ কৰা হৈছে: 25 January 2010.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]