পশ্চিম গুৱাহাটী মহাবিদ্যালয়
অৱয়ব
(Paschim Guwahati Mahavidyalayaৰ পৰা পুনঃনিৰ্দেশিত)
| পশ্চিম গুৱাহাটী মহাবিদ্যালয় | |
|---|---|
| স্থাপিত | ১৯৭৮ |
| ধৰণ | ৰাজহুৱা |
| অধ্যক্ষ | শ্ৰীযুত ৰাণা শৰ্মা |
| স্থান | গুৱাহাটী, অসম, ভাৰত |
| ভুক্তি | গুৱাহাটী বিশ্ববিদ্যালয় |
| ৱেবছাইট | pgmdharapur |
পশ্চিম গুৱাহাটী মহাবিদ্যালয় (ইংৰাজী: Paschim Guwahati Mahavidyalaya) খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।[1]
বিভাগসমূহ
[সম্পাদনা কৰক]- অসমীয়া
- ইংৰাজী
- ইতিহাস
- শিক্ষা
- অৰ্থনীতি
- দৰ্শন
- ৰাজনীতি বিজ্ঞান
- হিন্দী
- ভূগোল
- বাণিজ্য
- ব্যৱস্থাপনা
- বিত্ত
- পৰিসংখ্যা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]বাহ্যিক সংযোগ
[সম্পাদনা কৰক]
| |||||||||||||||||||||||