সমললৈ যাওক

ফাম লুঙ থান ত্ৰুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Phạm Lương Thanh Trúcৰ পৰা পুনঃনিৰ্দেশিত)
ফাম লুঙ থান ত্ৰুক
জন্ম ফাম লুঙ থান ত্ৰুক
১১ ছেপ্টেম্বৰ, ১৯৮৬ (৩৯ বছৰ)
হো চি মিন চিটি, ভিয়েটনাম
পেচা গায়িকা
অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০১–বৰ্তমান

ফাম লুঙ থান ত্ৰুক (১১ ছেপ্তেম্বৰ ১৯৮৬-ত হো চি মিন চিটিত জন্ম) মঞ্চ নাম থান ত্ৰুক নামেৰে পৰিচিত এগৰাকী ভিয়েটনামী টেলিভিছন আৰু চিনেমা অভিনেত্ৰী তথা গায়িকা। তেওঁ প্ৰথমে J8687 নামৰ গাৰ্ল গ্ৰুপৰ সদস্য আছিল।[1]

গীতসমূহ

[সম্পাদনা কৰক]

তেওঁ গোৱা গীত সমূহৰ ভিতৰত উল্লেখযোগ্য:[2]

  • Một cơ hội – một tình yêu (এটা সুযোগ – এটা প্ৰেম)
  • Làm sao quên anh (কেনেকৈ তোমাক পাহৰোঁ)
  • Kiêu (অহংকাৰ)
  • Một lần thôi (মাত্ৰ এবাৰ)
  • Nước mắt trong tim (হিয়াত লুকাই থকা চকুপানী)
  • Giờ em đã biết (এতিয়া মই জানো)
  • Mình đã xa nhau (আমি একেলগে নোহোৱাকৈ)
  • Chỉ mình em còn nhớ (মাত্ৰ মইহে মনত ৰাখোঁ)
  • Anh cứ bỏ mặc em (তুমি মোক উপেক্ষা কৰা)
  • Tại vì em nhớ anh (মই তোমাক মনত পেলাওঁ)

চলচ্চিত্ৰ

[সম্পাদনা কৰক]

উল্লেখযোগ্য চলচ্চিত্ৰ হৈছে:[3]

  • Hướng nghiệp (হুৱং ঙিয়েপ) - কেৰিয়াৰ গাইডেন্স
  • Hướng nghiệp 2 (হুৱং ঙিয়েপ ২) - কেৰিয়াৰ গাইডেন্স ২
  • Mộng phù du (মোং ফু দু) - ক্ষণস্থায়ী সপোন
  • Sóng đời (ছোং দোই) - জীৱনৰ ঢৌ
  • Mưa thủy tinh (মুয়া থুই টিন) - কাঁচৰ বৰষুণ
  • Tình án (থিন আন) - প্ৰেমিকাৰ মামলা
  • Hoa dại (হোৱা দাই) - বনৰীয়া ফুল
  • Trái đắng (ট্ৰাই ডাং) - তিতা ফল
  • Tình khúc mùa thu (থিন খুক মুৱা থু) - শৰতৰ প্ৰেমৰ সুৰ
  • Chuyện tình mùa thu (চুৱেন থিন মুৱা থু) - শৰতৰ প্ৰেম কাহিনী
  • Giấc mơ biển (জিয়াক মো বিয়েন) - সাগৰৰ সপোন
  • Hạnh phúc muộn màng (হান ফুক মুৱন মাং) - বিলম্বিত সুখ
  • Chàng trai không biết ghen (চাং ট্ৰাই খোং বিয়েত ঘেন) - ঈৰ্ষা নকৰা যুৱক
  • Mùi vị hạnh nhân (মুই ভি হান নান) - বাদামৰ সুৱাস
  • Bụi đời Chợ Lớn (বুই দোই চ’ লোন) - চক্ৰান্তৰ ধূলি
  • Bóng tối rực rỡ (বং তোই ৰুক ৰ’) - উজ্জ্বল আন্ধাৰ
  • Những đóa ngọc lan (নহুঙ দোআ ঙক লান) - মণিমুক্তাৰ ফুল
  • Sông trôi muôn hướng (ছোং ট্ৰোই মুয়ন হুং) - বৈ যোৱা নদী
  • Năm sau con lại về (নাম ছাউ কন লাই ৱে) - পৰৱৰ্তী বছৰত মই উভতি আহিম
  • Đặc vụ ở Macao (ডাক ভু অ’ মাকাও) - মাকাওৰ গোপন অভিযান
  • Lời nguyền lúc 0 giờ (ল’ই ঙুৱেন লুক ০ ঘ’) - নিশা ১২ বজাৰ অভিশাপ
  • Mối tình đầu (মোই থিন দাউ) - প্ৰথম প্ৰেম
  • Điệp khúc tình (ডিয়েপ খুক থিন) - প্ৰেমৰ সংগীত
  • Chào buổi sáng, em yêu! (চাও বুই ছাং, এম ইয়েউ!) - সুপ্ৰভাত, প্ৰিয়তমা!
  • Ký ức tuổi thơ (কি উক তুই থ’) - শৈশৱৰ স্মৃতি
  • Trà táo đỏ (ট্ৰা টাও দো) - ৰঙা আপেল চাহ
  • Mẹ ghẻ (মে ঘে) - মাহীমা
  • Tấm lòng của biển (তাম লং কুয়া বিয়েন) - সাগৰৰ হৃদয়
  • Tình là dây oan (থিন লা দাই ৱান) - প্ৰেম এক অভিশাপ
  • Đôi mắt bồ câu (দোই মত বো কাও) - কপৌ চকু
  • Ngày tình lên ngôi (ঙাই থিন লেন ঙোই) - প্ৰেমৰ দিন
  • Ra giêng anh cưới em (ৰা জিয়েং অহ কুৱাই এম) - নতুন বছৰত তোমাক বিয়া পাতিম
  • Giông tố cuộc đời (জোং ট’ কুয়ক দোই) - জীৱনৰ ধুমুহা
  • Một thời lãng quên (ম’ট থয় লাং কুৱেন) - বিস্মৃত অতীত
  • Đoạn trường nam ai (ডোআন চুং নাম আই) - বেদনাময় যাত্ৰা
  • Hot girl làm vợ (হট গাৰ্ল লাম ৱ’) - হট গাৰ্লজনী স্ত্ৰী হ’ব
  • Một đời giông tố (ম’ট দোই জোং ট’) - ধুমুহাৰ জীৱন
  • Trần Trung kỳ án (ট্ৰান চুং কি আন) - ট্ৰান চুঙৰ গুপ্ত কাহিনী
  • Vợ ơi bồ nhé (ভ’ অহ ব’ ন্যে) - প্ৰিয়তমা, সখী হ’বানে?
  • Mãi mãi là bao lâu (মাই মাই লা বাও লাউ) - চিৰস্থায়ী মানে কিমান?
  • Lật mặt hung thủ (লাট মত হুং থু) - অপৰাধী উন্মোচন
  • Kẻ tàng hình (কে টাং হিন) - অদৃশ্য মানুহ
  • Nhật Ký nàng Xuân (নিয়াট কি নাং শুৱান) - বসন্তৰ ডায়েৰী
  • Bí mật 69 (বি মত ৬৯) - গোপন ৰহস্য ৬৯
  • Những nàng bầu hành động (নহুঙ নাং বাউ হান ডং) - কৰ্মৰত গৰ্ভৱতী মহিলাসকল
  • Lời hẹn ước (ল’ই হেন উ’ক) - প্ৰতিশ্ৰুতিৰ শব্দ
  • Điều ước sao biển (ডিয়েউ উ’ক ছাও বিয়েন) - সাগৰ তৰাৰ ইচ্ছা

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Thanh Trúc: Diễn viên, ca sĩ “đa tài”" (ভিয়েটনামী ভাষাত). VietBao. https://vietbao.vn/thanh-truc-dien-vien-ca-si-da-tai-395849.html আহৰণ কৰা হৈছে: 10 April 2025.[সংযোগবিহীন উৎস]
  2. "Ca sĩ Thanh Trúc" (ভিয়েটনামী ভাষাত). Zing MP3. Archived from the original on 30 November 2022. https://web.archive.org/web/20221130040245/https://mp3.zing.vn/nghe-si/Thanh-Truc আহৰণ কৰা হৈছে: 10 April 2025.
  3. "Thanh Trúc – Nữ diễn viên quen thuộc của màn ảnh nhỏ" (ভিয়েটনামী ভাষাত). PhunuToday. https://phunutoday.vn/thanh-truc-nu-dien-vien-quen-thuoc-cua-man-anh-nho-d319401.html আহৰণ কৰা হৈছে: 10 April 2025.
  4. "Thanh Trúc: Tôi từng rất tự ti về nhan sắc" (ভিয়েটনামী ভাষাত). PetroTimes. http://petrotimes.vn/dien-vien-thanh-truc-toi-tung-rat-tu-ti-ve-nhan-sac-69673.html আহৰণ কৰা হৈছে: 10 April 2025.