সমললৈ যাওক

বহুভুজ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Polygonal areaৰ পৰা পুনঃনিৰ্দেশিত)
ত্ৰিভুজ, চতুৰ্ভুজ, অষ্টভুজ আদি সকলোকে ’বহুভুজ’ আখ্যা দিয়া হয়

সৰলৰেখাৰ দ্বাৰা আৱদ্ধ সমতল যিকোনো চিত্ৰকে বহুভুজ বোলা হয়। যদি বহুভুজৰ সকলোবোৰ বাহু আৰু কোণ সমান হয়, তেন্তে তাক সুষম বহুভুজ বোলে।

সুষম বহুভুজৰ কেন্দ্ৰৰ পৰা যিকোনো বাহুৰ দূৰত্বকে "apothem" বোলা হয়। কোনো সুষম বহুভুজৰ ক্ষেত্ৰফল হ’ল ইয়াৰ apothem (a) আৰু পৰিসীমাৰ (p) গুণফলৰ অৰ্ধেক অৰ্থাৎ

ষড়ভুজৰ এডাল Apothem


বহুভুজ নামকৰণ

[সম্পাদনা কৰক]

বহুভুজ শব্দৰ অৰ্থ হ’ল অধিক বাহু বিশিষ্ট আকৃতি। যি আকৃতি তিনিদাল বা তাতোকৈ অধিক আকৃতি লগ হৈ গঢ় লয় সেয়াই বহুভুজ। বহুভুজৰ বাহুৰ সংখ্যা অনুযায়ী আৰু কিছুমান উপভাগত বিভক্ত কৰা হৈছে।

লগতে চাওক

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]