ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি
অৱয়ব
(Presidencies and provinces of British Indiaৰ পৰা পুনঃনিৰ্দেশিত)
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি | |||||||||
---|---|---|---|---|---|---|---|---|---|
ব্ৰিটিছ ভাৰতৰ প্ৰেচিডেঞ্চি আৰু প্ৰদেশ | |||||||||
১৭ জুলাই ১৬৮২–১৭০০ | |||||||||
Flag | |||||||||
ইতিহাস | |||||||||
• বেংগল এজেঞ্চিৰ বিলুপ্তি |
১৭ জুলাই ১৬৮২ | ||||||||
• বেংগল প্ৰেচিডেঞ্চিৰ স্থাপনা |
১৭০০ | ||||||||
|
ক’ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চি (ইংৰাজী: Presidency of Coromandel and Bengal Settlements) ব্ৰিটিছ ভাৰতৰ এটা প্ৰশাসনিক বিভাগ আছিল। ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ১৬৮২ চনৰ ১৭ জুলাইত এই প্ৰেচিডেঞ্চি প্ৰতিষ্ঠা কৰিছিল।
ইতিহাস
[সম্পাদনা কৰক]১৬৫৮ চনত বংগ আৰু ক'ৰ'মণ্ডল উপকূলৰ সকলো বসতিস্থল ফ'ৰ্ট চেণ্ট জৰ্জৰ অধীন কৰা হয়।[1] বেংগল এজেঞ্চি বিলুপ্ত হোৱাৰ পিছত কোম্পানীয়ে বংগৰ প্ৰশাসনৰ বাবে ক'ৰ'মণ্ডল উপকূল আৰু বংগৰ নামেৰে নামাকৰণ কৰা ক'ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ কোম্পানীটোৱে বংগ প্ৰশাসনৰ বাবে স্থাপন কৰে।
১৬৯৪ চনৰ পৰা ১৬৯৮ চনৰ ভিতৰত প্ৰেচিডেঞ্চিৰ ভূখণ্ডৰ প্ৰশাসন মাদ্ৰাচৰ (ফ'ৰ্ট চেণ্ট জৰ্জ প্ৰেচিডেঞ্চি) অধীনত আছিল । তাৰ পিছত আকৌ ১৭০০ চনত বেংগল প্ৰেচিডেঞ্চিৰ সৃষ্টি নোহোৱালৈকে ক'ৰ'মণ্ডল আৰু বেংগল চেটলমেণ্টছ্ প্ৰেচিডেঞ্চিৰ কৰ্তৃত্ব পুনৰ প্ৰতিষ্ঠা কৰা হয়।[2]
লগতে চাওক
[সম্পাদনা কৰক]তথ্যউৎস
[সম্পাদনা কৰক]- ↑ Chisholm, Hugh, ed. (1911). "India". Encyclopædia Britannica. 14 (11th ed.). Cambridge University Press. p. 406.
- ↑ Great Britain India Office, Imperial Gazetteer of India, London, Trübner & co., 1885
|