সমললৈ যাওক

চাইপ্ৰাছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Republic of Cyprusৰ পৰা পুনঃনিৰ্দেশিত)
চাইপ্ৰাছ গণৰাজ্য
Κυπριακή Δημοκρατία (Script error: The function "name_from_code" does not exist.)
Kıbrıs Cumhuriyeti  (Script error: The function "name_from_code" does not exist.)
Flag of চাইপ্ৰাছ
Flag
Anthem: Ὕμνος εἰς τὴν Ἐλευθερίαν[1]
"মুক্তিৰ মন্ত্ৰ"
Location of Cyprus (green) and Northern Cyprus (brighter green) in the European Union (light green)চাইপ্ৰাছ (সেউজীয়া), উত্তৰ চাইপ্ৰাছ (উজ্জ্বল সেউজীয়া), ইউৰোপীয় সংঘ (পাতল সেউজীয়া)
Location of Cyprus (green) and Northern Cyprus (brighter green) in the European Union (light green)চাইপ্ৰাছ (সেউজীয়া), উত্তৰ চাইপ্ৰাছ (উজ্জ্বল সেউজীয়া), ইউৰোপীয় সংঘ (পাতল সেউজীয়া)
ৰাজধানীনিক'ছিয়া
Official languages
Minority languages
Vernaculars
Ethnic groups
Demonymচাইপ্ৰিয়ট
Governmentয়ুনিটেৰি প্ৰেচিডেন্সিয়েল কন্সটিট্যুচনেল ৰিপাব্লিক
• ৰাষ্ট্ৰপতি
নিকছ আনাষ্টাসিয়েডছ
Legislatureহাউছ অৱ ৰিপ্ৰেজেণ্টেটিভছ (প্ৰতিনিধিসকলৰ সদন)
স্বাধীন পূৰ্বে যুক্তৰাজ্যৰ দখলত
• জুৰিছ আৰু লণ্ডন চুক্তি
১৯ ফেব্ৰুৱাৰি ১৯৫৯
• স্বাধীনতা
১৬ আগষ্ট ১৯৬০
• স্বাধীনতা দিৱস
১ অক্টোবৰ ১৯৬০
• ইউৰোপীয় সংঘত যোগদান কৰিলে]]
১ মে' ২০০৪
Area
• মুঠ[2]
9,251 বৰ্গ কি.মি. (3,572 বৰ্গ মাইল) (১৬৮)
• Water (%)
Population
• ২০১৩ estimate
১১,৪১,১৬৬[টোকা 1][3] (১৫৮)
• ২০১১ census
৮৩৮৮৯৭[টোকা 2][4]
• Density
{{convert/numdisp/fracএক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ "" |123.4[টোকা 1][5]|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|এক্সপ্ৰেছন ত্ৰুটী: অপৰিচিত বিৰামচিহ্ন কেৰেক্টাৰ ""|123.4[টোকা 1][5]}} /কিমি (এক্সপ্ৰেছন ত্ৰুটী: অবাঞ্চিত < অপাৰেটৰ /বৰ্গ মাইল) (৮২)
GDP (PPP)২০১৪ estimate
• Total
$২৭.৫১৬ বিলিয়ন[6] (১২৫)
• Per capita
$৩০৮৮২[6] (৩৭)
GDP (nominal)২০১৪ estimate
• Total
$২৩.২৬৩[6] (১০৫)
• Per capita
$২৬১০৯[6] (৩১)
Gini (২০১১)29.1[7]
low inequality (১৯)
HDI (২০১৩)0.845[8]
very high (৩২)
Currencyইউৰো (EUR)
Time zoneUTC+2 (পূব ইউৰোপ সময়)
• Summer (DST)
UTC+3 (পূব ইউৰোপীয় গ্ৰীষ্মকালীন সময়)
Calling code+357
Internet TLD.cy[9]

চাইপ্ৰাছ (/ˈsprəs/ ( শুনক); গ্ৰীক: Κύπρος [ˈcipros]; তুৰস্কীয়া: Kıbrıs সাঁচ:IPA-tr), আনুষ্ঠানিকভাৱে চাইপ্ৰাছ গণৰাজ্য এখন দ্বীপ ৰাষ্ট্ৰ, ছিৰিয়া আৰু তুৰস্কৰ তটৰ কাষৰ। যদিও চাইপ্ৰাছ ইউৰোপ আৰু এছিয়াৰ মাজত অৱস্থিত, আৰু সেয়েহে এই ৰাষ্ট্ৰৰ অৱস্থান এছিয়া আৰু ইউৰোপেৰে গঠিত ইউৰেছিয়াত বুলি কোৱা হয়, ৰাষ্ট্ৰসংগই এই দেশক পশ্চিম এছিয়াত অৱস্থিত বুলি স্বীকৃতি দিছে।[10] আন্তৰ্জাতিক আইন অনুসৰি, চাইপ্ৰাছ ৰাজ্যৰ সাৰ্বভৌমত্ব চাইপ্ৰাছ দ্বীপ আৰু কাষৰ সাগৰীয় অঞ্চললৈ বিস্তাৰিত, ব্ৰিটিছৰ দখলত থকা আক্ৰটিৰি আৰু ডেকেলিয়া অঞ্চল বাদে। চাইপ্ৰাছ মেডিটেৰেনিয়ানৰ জনসংখ্যা আৰু মাটিকালি, উভয় দিশৰেপৰা ৩য় বৃহৎ দেশ। এই দেশ ইউৰোপীয় সংঘৰ সদস্য।

বুৰঞ্জী

[সম্পাদনা কৰক]

এই ভূমিত মানৱ ইতিহাসৰ চিন খ্ৰীষ্টপূৰ্ব ১০,০০০ৰো আগৰ খিৰ'কিছিয়াৰ অৱশেষত পোৱা যায়। চাইপ্ৰাছ বিশ্বৰ কিছু আটাইতকৈ পুৰণি পানীৰ কোঁৱাৰ ঠাই। ২০০০ খ্ৰীষ্টপূৰ্বত এই ভূমি মাইচেনিয়ান গ্ৰীকসকলে দখল কৰিছিল। চাইপ্ৰাছৰ স্থানৰ নীতিগত গুৰুত্বৰ বাবে এচিৰিয়ান, ইজিপ্ছিয়ান, পাৰ্চী আদি বিভিন্ন শক্তিয়ে এই ভূমি দখল কৰিছিল। পাৰ্চীসকলৰ পাছত ৩৩৩ খ্ৰীষ্টপূৰ্বত এই ভূমি এলেগজেণ্ডাৰ মহানে অধিকাৰ কৰিছিল। এই ভূমি টলেমিক ইজিপ্ট, শাস্ত্ৰীয় আৰু পূৰ্ব দিশৰ ৰোমান সাম্ৰাজ্য, আৰবী খালিফাতন্ত্ৰ, ফৰাচী লিচিনান সাম্ৰাজ্য, ভেনেচিয়ান আৰু অট্টমান সাম্ৰাজ্যৰ দখলতো আছিল।

১৮৭৮ৰপৰা ব্ৰিটিছে শাসন কৰা চাইপ্ৰাছ আনুষ্ঠানিকভাৱে ১৯১৪ চনত ব্ৰিটিছৰ দখললৈ গ'ল। ১৯৫০ৰ দশকত তুৰস্কমূলীয় চাইপ্ৰিয়ট নেতাসকল আৰু তুৰস্কৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায়, চাইপ্ৰাছক তুৰস্কত অন্তৰ্ভুক্ত কৰা। আন হাতে, একে সময়তে, সংখ্যাগুৰু গ্ৰীক চাইপ্ৰিয়ট নেতাসকল, গ্ৰীচ আৰু গোৰা গ্ৰীক গিৰ্জাৰ মূল নীতি আছিল চাইপ্ৰাছত ব্ৰিটিছ শাসনৰ অৱসান ঘটায় এই দেশক গ্ৰীচৰ অন্তৰ্ভুক্ত কৰা। ১৯৫০ৰ দশকৰ ৰাষ্ট্ৰীয়তাবাদী হিংসাৰ পাছত ১৯৬০ চনত চাইপ্ৰাছে স্বাধীনতা লাভ কৰিলে। ১৯৬৩ চনত ১১ বছৰীয়া সাম্প্ৰদায়িক সংঘৰ্ষ আৰম্ভ হ'ল। প্ৰায় ২৫,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ স্থানান্তৰণৰ পাছত দেশখনত তুৰস্ক মূলীয় চাইপ্ৰিয়টৰ প্ৰতিনিধিত্ব অন্ত কৰিলে। ১৫ জুলাই ১৯৭৪ চনত গ্ৰীক চাইপ্ৰয়ট ৰাষ্ট্ৰীয়তাবাদীসকলৰ সহযোগত গ্ৰীক সামৰিক জুণ্টাই চাইপ্ৰাছ দখলৰ চেষ্টা কৰিছিল। এই ঘটনাই তুৰস্কৰ চাইপ্ৰাছ আক্ৰমণ আৰু দকলক প্ৰেৰিত কৰিলে, উত্তৰ চাইপ্ৰাছ তুৰস্কৰ দখললৈ গ'ল, ১,৫০,০০০ গ্ৰীক চাইপ্ৰিয়ট আৰু ৫০,০০০ তুৰস্ক মূলীয় চাইপ্ৰিয়ট স্থানান্তৰ হ'ল। ১৯৮৩ চনত সেই স্থানত এক পৃথক, স্বাধীন তুৰস্ক মূলীয় চাইপ্ৰিয়ট ৰাজ্য, উত্তৰ চাইপ্ৰাছ গঠন হ'ল। এই ঘটনাৱলী আৰু ফলস্বৰূপে গা কৰা ৰাজনৈতিক পৰিস্থিতি বৰ্তমানেও বিবাদৰ বিষয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "এই গ্ৰীক গীতে ১৯৬৬ চনত ৰাষ্ট্ৰীয় সংগীত হিচাপে স্বীকৃতি লাভ কৰিছিল।". Archived from the original on 13 August 2011. https://web.archive.org/web/20110813225554/http://www.presidency.gov.cy/presidency/presidency.nsf/prc34_en/prc34_en?OpenDocument। আহৰণ কৰা হৈছে: 3 June 2015. 
  2. উত্তৰ চাইপ্ৰাছ, ৰাষ্ট্ৰসংঘৰ বাফাৰ অঞ্চল, আক্ৰটিৰি আৰু ঢেকেলিয়াক অন্তৰ্ভুক্ত কৰি
  3. United Nations, Department of Economic and Social Affairs, Population Division (2013). World Population Prospects: The 2012 Revision, Highlights and Advance Tables (ESA/P/WP.220). প্ৰকাশক New York. p. 52. http://esa.un.org/wpp/Documentation/pdf/WPP2012_HIGHLIGHTS.pdf. 
  4. "Statistical Service – Population and Social Conditions – Population Census – Announcements – Preliminary Results of the Census of Population, 2011" (Greek ভাষাত). Statistical Service of the Ministry of Finance of the Republic of Cyprus. 29 December 2011. Archived from the original on 15 January 2013. https://web.archive.org/web/20130115100623/http://www.cystat.gov.cy/mof/cystat/statistics.nsf/All/732265957BAC953AC225798300406903?OpenDocument&sub=2&sel=1&e=। আহৰণ কৰা হৈছে: 29 January 2012. 
  5. United Nations, Department of Economic and Social Affairs, Population Division (2013). World Population Prospects: The 2012 Revision, DB02: Stock Indicators. প্ৰকাশক New York. http://esa.un.org/unpd/wpp/ASCII-Data/DISK_NAVIGATION_ASCII.htm. 
  6. 6.0 6.1 6.2 6.3 "Report for Selected Countries and Subjects". World Economic Outlook Database, October 2015. প্ৰকাশক Washington, D.C.: International Monetary Fund. 6 October 2015. http://www.imf.org/external/pubs/ft/weo/2015/02/weodata/weorept.aspx?pr.x=28&pr.y=2&sy=2014&ey=2014&scsm=1&ssd=1&sort=country&ds=.&br=1&c=423&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC&grp=0&a=। আহৰণ কৰা হৈছে: 12 October 2015. 
  7. "Gini coefficient of equivalised disposable income (source: SILC)". Eurostat Data Explorer. http://appsso.eurostat.ec.europa.eu/nui/show.do?dataset=ilc_di12। আহৰণ কৰা হৈছে: 13 August 2013. 
  8. "2013 Human Development Report". United Nations Publications. 14 March 2013. http://hdr.undp.org/en/reports/global/hdr2013/download/। আহৰণ কৰা হৈছে: 14 March 2013. 
  9. The .eu domain is also used, shared with other European Union member states.
  10. "United Nations Statistics Division- Standard Country and Area Codes Classifications (M49)". UNSDUnited. http://unstats.un.org/unsd/methods/m49/m49regin.htm#asia। আহৰণ কৰা হৈছে: 20 May 2015. 


উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল