সদৌ অসম লেখিকা সমাৰোহ সমিতি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sadou Asom Lekhika Samaroh Samitiৰ পৰা পুনঃনিৰ্দেশিত)


সদৌ অসম লেখিকা সমাৰোহ সমিতি
প্ৰতিষ্ঠা ১৯৭৪, তেজপুৰ
ধৰণ বেচৰকাৰী
উদ্দেশ্য সাহিত্য
আনুষ্ঠানিক  ভাষা অসমীয়া
মুখ্য  ব্যক্তি শীলা বৰঠাকুৰ

সদৌ অসম লেখিকা সমাৰোহ সমিতি অসমৰ এক বেচৰকাৰী সংগঠন যিয়ে সাহিত্যৰ জৰিয়তে অসমৰ নাৰী সমাজৰ বিকাশৰ হকে কাম কৰি আহিছে। ১৯৭৪ চনত স্থাপিত হোৱা এই সমিতিৰ সৰ্বমুঠ শাখাৰ সংখ্যা দুশতকৈও অধিক।[1] সংগঠনটিৰ মুখ্য কাৰ্যালয় তেজপুৰত অৱস্থিত।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]