সমললৈ যাওক

সতী (চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sati (film)ৰ পৰা পুনঃনিৰ্দেশিত)
সতী

পোষ্টাৰ
পৰিচালক অপৰ্ণা সেন
চিত্ৰনাট্য অপৰ্ণা সেন
অৰুণ বেনাৰ্জী
কাহিনী কমল কুমাৰ মজুমদাৰ
প্ৰযোজক NFDC
অভিনয়ত শাবানা আজমী
চিত্ৰগ্ৰহণকাৰী [অশোক মেহতা
সম্পাদনা শক্তিপদ ৰায়
সংগীত পৰিচালক চিদানন্দ দাসগুপ্ত
চন্দন ৰায়চৌধুৰী
মুক্তি
২৩ নৱেম্বৰ ১৯৮৯ (1989-11-23) (India)
দৈৰ্ঘ্য
১৪০ মিনিট
দেশ ভাৰত
ভাষা বঙালী

সতী (ইংৰাজী: Sati ) হৈছে ১৯৮৯ চনত মুক্তি পোৱা অপৰ্ণা সেনৰ ৰচনা আৰু পৰিচালনাৰ এখন ভাৰতীয় বাংলা ছবি। কমল কুমাৰ মজুমদাৰৰ কাহিনীৰ আধাৰত সতী নিৰ্মাণ কৰা হৈছে। [1] ছবিখন এগৰাকী বোবা অনাথ ছোৱালীৰ বিষয়ে। তেওঁৰ কোষ্ঠীৰ পৰা অনুমান হয় যে তেওঁ সতী হ'ব আৰু তেওঁৰ স্বামীৰ মৃত্যু হ'ব। ছবিখনত শ্বাবানা আজমী আৰু অৰুণ বেনাৰ্জীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। [2]

তেওঁৰ পূৰ্বৰ ছবি পৰমা (১৯৮৪)ৰ লগতে অপৰ্ণা সেন বঙালী চলচ্চিত্ৰৰ লৈংগিক বিষয়ত আৰু নাৰীবাদী দৃষ্টিভংগীৰ সন্ধান কৰা প্ৰথমগৰাকী মহিলা পৰিচালক হিচাপে পৰিগণিত হয়। [3][4]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Gulzar, Govind Nihalani, Saibal Chatterjee (2003). Encyclopaedia of Hindi Cinema: historical record, the business and its future, narrative forms, analysis of the medium, milestones, biographies. Popular Prakashan. পৃষ্ঠা. 337. ISBN 81-7991-066-0. https://books.google.com/books?id=8y8vN9A14nkC। আহৰণ কৰা হৈছে: 2009-01-10. 
  2. "Aparna Sen Profile". Chaosmag, Indian Cinema Database. Archived from the original on 2015-06-22. https://web.archive.org/web/20150622123105/http://www.chaosmag.in/aparna.html। আহৰণ কৰা হৈছে: 2014-06-06. 
  3. Nalini Natarajan; Emmanuel Sampath Nelson (1 January 1996). Handbook of Twentieth-century Literatures of India. Greenwood Publishing Group. পৃষ্ঠা. 420–. ISBN 978-0-313-28778-7. https://books.google.com/books?id=1lTnv6o-d_oC&pg=PA420. 
  4. Geetha Ramanathan (1 January 2006). Feminist Auteurs: Reading Women's Films. Wallflower Press. পৃষ্ঠা. 110–. ISBN 978-1-904764-69-4. https://books.google.com/books?id=9QOXkTIkLZwC&pg=PA110. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]