চৌদি আৰৱ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Saudi Arabiaৰ পৰা পুনঃনিৰ্দেশিত)
ৰাজতন্ত্ৰীয় চৌদি আৰৱ
المملكة العربية السعودية
আল-মামলেকাহ আল-আআৰাবিইয়াহ আচ-চাউউদিইয়াহ
নীতিবাক্য
"لا إله إلا الله محمد رسول الله"
লা ইলাহ ইলা আল্লাহ মহাম্মাদ ৰাছুল আল্লাহ
আল্লাহৰ বাহিৰে কোনো ভগৱান নাই আৰু মহম্মদ চাঃ তেওঁৰ প্ৰিয় ৰছুল" কলিমা)[1]
ৰাষ্ট্ৰীয় সঙ্গীত
"আশ্ব আল মালীক"
"ৰজা দীৰ্ঘজীৱী হওক"

Saudi Arabia-ৰ অৱস্থান
Saudi Arabia-ৰ অৱস্থান
ৰাজধানী
(আৰু বৃহত্তম নগৰ)
ৰিয়াধ
24°39′N 46°46′E / 24.65°N 46.767°E / 24.65; 46.767
ৰাষ্ট্ৰভাষা (সমূহ) আৰৱী
কথিত ভাষা সমূহ আৰৱী  ইংৰাজী
জাতীয়তাসূচক বিশেষণ চৌদি, চৌদি এৰাবিয়ান, চৌদি আৰৱী
চৰকাৰ ইছলামীয় স্বেচ্ছাচাৰী ৰাজশাসন
 -  ৰজা চালমান বিন আব্দুল আজিজ
 -  যুবৰাজ চুলতান বিন আব্দুল আজিজ
 -  দ্বিতীয় উপ প্ৰধানমন্ত্ৰী নাইফ বিন আব্দুল আজিজ
প্ৰতিষ্টিত
 -  প্ৰথম চৌদি ৰাষ্ট্ৰ প্ৰতিষ্টিত ১৭৪৪ 
 -  দ্বিতীয় চৌদি ৰাষ্ট্ৰ প্ৰতিষ্টিত ১৮২৪ 
 -  তৃতীয় চৌদি ৰাষ্ট্ৰ ঘোষিত ৮ই জানুৱাৰী, ১৯২৬ 
 -  স্বীকৃত ২০শে মে, ১৯২৭ 
 -  ৰাজতন্ত্ৰ একীভূত ২৩শে চেপ্টেম্বৰ, ১৯৩২ 
মাটিকালি
 -  মুঠ ২১,৪৯,৬৯০ বৰ্গ কিমি (১৪তম)
৮,৩০,০০০ বৰ্গ মাইল 
 -  জলভাগ (%) অতি সামান্য
জনসংখ্যা
 -  ২০১০ আনুমানিক ২,৭১,৩৬,৯৭৭'"`UNIQ--ref-০০০০০০০১-QINU`"' (৪১st)
জিডিপি (পিপিপি) 2010 আনুমানিক
 -  মুঠ $৬১৮.৭৪৪ বিলিয়ন[3] 
 -  জনমুৰি $২৩,৭০১.২৬০[3] 
জিডিপি (নামমাত্ৰ) ২০১০ আনুমানিক
 -  মুঠ $৪৩৮.০০৯ বিলিয়ন[3] 
 -  জনমুৰি $১৬,৭৭৮.১১২[3] 
মানৱ উন্নয়ন সূচক (২০১০) বৃদ্ধি ০.৭৫২[4] (উচ্চ) (৫৫তম)
মুদ্ৰা ৰিয়াল (SR) (SAR)
সময় অঞ্চল AST (ইউটিচি+৩)
 -  গ্ৰীষ্মকালীন (ডিএছটি) (নিৰীক্ষণ না) (ইউটিচি+৩)
গাড়ী চলোৱা হয় ডান
ইণ্টাৰনেট টিএলডি .sa, السعودية.
কলিং ক'ড +০০৯৬৬

চৌদি আৰৱ (আৰবী: العربية السعودية আল-আআৰাবিইয়া আচ-চাউউদিইয়াহ) চৰকাৰীভাৱে চৌদি আৰৱ সাম্ৰাজ্য নামে পৰিচিত মধ্যপ্ৰাচ্যৰ এখন ৰাজতন্ত্ৰিক দেশ। ভৌগোলিক ভাৱে ই পশ্চিম এচিয়াৰ বৃহত্তম সাৰ্বভৌম দেশ, আৰৱ বিশ্বৰ ই দ্বিতীয় বৃহত্তম ,এছিয়া মহাদেশৰ পঞ্চম বৃহত্তম,আৰু গোটেই বিশ্বৰ ই ১২তম বৃহত্তম সাৰ্বভৌম দেশ।

ব্যুৎপত্তি[সম্পাদনা কৰক]

ইতিহাস[সম্পাদনা কৰক]

ৰাজনীতি[সম্পাদনা কৰক]

ভূগোল[সম্পাদনা কৰক]

প্ৰশাসনীয় ভাগসমূহ[সম্পাদনা কৰক]

অৰ্থনীতি[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]