সমললৈ যাওক

সৌৰভ গাংগুলী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sourav Gangulyৰ পৰা পুনঃনিৰ্দেশিত)
সৌৰভ গাংগুলী
Sourav Ganguly
A clean-shaven man wearing glasses stares directly at the camera. He is wearing a black suit and a gold tie. The man's right arm is facing the camera. The arm has a small picture of a helmet engulfed with fire.
২০১০ বৰ্ষত গাংগুলী
ব্যক্তিগত তথ্য
সম্পূৰ্ণ নাম সৌৰভ চণ্ডীদাস গঙ্গোপাধ্যায়
জন্ম ৮ জুলাই, ১৯৭২ (৫৪ বছৰ)
বেহালা, কলকাতা, পশ্চিম বংগ, ভাৰত
উপনাম মহাৰাজ
প্ৰিন্স অফ কলকাতা
দাদা
The Warrior Prince
The God of the Off Side
উচ্চতা 5 ফুট 11 ইঞ্চি (১.৮ মিটাৰ)
বেটিং শৈলী বাওঁ-হতীয়া
বলিং শৈলী Right arm medium
ভূমিকা বেটছমেন
সম্পৰ্ক স্নেহাশিষ গঙ্গোপাধ্যায় (ককায়েক), ডোনা গাংগুলী (পত্নী)
আন্তঃৰাষ্ট্ৰীয় তথ্য
জাতীয় দল [[ভাৰত জাতীয় ক্ৰিকেট দল|ভাৰত]]
টেষ্ট অভিষেক (কেপ [[List of ভাৰত Test cricketers|২০৭]]) ২০ জুন ১৯৯৬ বনাম [[ইংলেণ্ড জাতীয় ক্ৰিকেট দল|ইংলেণ্ড]]
অন্তিম টেষ্ট ৬ নৱেম্বৰ ২০০৮ বনাম [[অষ্ট্ৰেলিয়া জাতীয় ক্ৰিকেট দল|অষ্ট্ৰেলিয়া]]
অ'ডিআই অভিষেক (কেপ [[List of ভাৰত ODI cricketers|৮৪]]) ১১ জানুৱাৰী ১৯৯২ বনাম ৱেষ্ট ইণ্ডিজ
অন্তিম অ'ডিআই ১৫ নৱেম্বৰ ২০০৭ v পাকিস্তান
ঘৰুৱা দলৰ তথ্য
বছৰ দল
১৯৯০–২০১০ বেংগল
২০০০ লাংকাশ্বায়াৰ
২০০৫ গ্লেমৰগান
২০০৬ নৰ্থএম্পটনশ্বায়াৰ
২০০৮–১০ কলকাতা নাইট ৰাইডাৰ্ছ
২০১১–২০১২ পুনে ৱাৰিয়ৰ্ছ ইণ্ডিয়া
(ইংৰাজী: Pune Warriors India)
কেৰিয়াৰ পৰিসংখ্যা
প্ৰতিযোগিতা টেষ্ট এদিনীয়া FC LA
মুঠ খেল ১১৩ ৩১১ ২৫৪ ৪৩৭
ৰাণ ৭,২১২ ১১,৩৬৩ ১৫,৬৮৭ ১৫,৬২২
বেটিং গড় ৪২.১৭ ৪১.০২ ৪৪.১৮ ৪১.৩২
শতক/অৰ্ধশতক ১৬/৩৫ ২২/৭২ ৩৩/৮৯ ৩১/৯৭
সৰ্বোচ্চ ৰাণ ২৩৯ ১৮৩ ২৩৯ ১৮৩
বল ৩,১১৭ ৪,৫৬১ ১১,১০৮ ৮,১৯৯
উইকেট ৩২ ১০০ ১৬৭ ১৭১
বলিং গড় ৫২.৫৩ ৩৮.৪৯ ৩৬.৫২ ৩৮.৮৬
এক ইনিংছত ৫টা উইকেট ০ ২ ৪ ২
এখন খেলত ১০টা উইকেট ০ n/a ০ n/a
শ্ৰেষ্ঠ বলিং ৩/২৮ ৫/১৬ ৬/৪৬ ৫/১৬
কেচ্চ/ষ্টাম্পিং ৭১/– ১০০/– ১৬৮/– ১৩১/–
উৎস: http://www.espncricinfo.com/ci/content/player/28779.html Cricinfo, ২ জানুৱাৰী ২০১৩

সৌৰভ চণ্ডীদাস গাংগুলী (ইংৰাজী: Sourav Chandidas Ganguly, বঙালী: সৌব়ভ গঙ্গোপাধ্যায়) এজন ভাৰতীয় ক্ৰিকেটাৰ আৰু ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক। তেওঁক ভাৰতৰ সফলতম টেষ্ট ক্ৰিকেট অধিনায়ক বুলি বিবেচিত কৰা হৈছে।[1] গাংগুলীৰ অধিনায়কত্বত ভাৰতে ৪৯ টেষ্ট মেচৰ ভিতৰত ২১টা মেচত জয়লাভ কৰে। ২০০৩ চনৰ ক্ৰিকেট বিশ্বকাপত তেওঁৰ অধিনায়কত্বত ভাৰত ফাইনেল খেলাৰ সুযোগ পাইছিল। আন্তৰ্জাতিক ক্ৰিকেটত তেওঁ এজন বিখ্যাত ব্যক্তি। আন্তৰ্জাতিক ক্ৰিকেটত গাংগুলীৰ ৰাণ সংখ্যা ১১হেজাৰতকৈ অধিক। ২০০৮ চনৰ ৭ অক্টোবৰত তেঁও ঘোষণা কৰিছিল যে এই মাহৰ পৰা আৰম্ভ হোৱা টেষ্ট ক্ৰিকেট হ'ব তেঁওৰ জীৱনৰ অন্তিম ক্ৰিকেট। সৌৰভ তেঁওৰ ককাইয়েকৰ সহায়ত ক্ৰিকেটত প্ৰতিষ্ঠিত হ'ব পাৰিছিল। গাংগুলী প্ৰথমতে স্কুল আৰু ৰাজ্যৰ প্ৰতিনিধিত্বত ক্ৰিকেট খেলি সফলতা অৰ্জন কৰিছিল তেওঁৰ এই সফলতাৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁ আন্তৰ্জাতিক ক্ৰিকেট খেলাৰ সুযোগ পাইছিল। গাংগুলী ৩১১খন এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচ খেলি সৰ্বমুঠ ১১৩৬৩ ৰান সংগ্ৰহ কৰিছিল। তেঁও ১১৬টা টেষ্ট মেচ খেলি মুঠ ৭২১২ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। তেওঁ ভাৰতৰ নেতৃত্বত ১৪৬খন এদিনিয়া আন্তৰ্জাতিক মেচ খেলিছিল যাৰ মাজত ৭৬খন খেলত বিজয়ী হৈছিল। গাংগুলী ভাল বেটছমেন আৰু লগতে মিডিয়াম পেচ বলাৰ আছিল। এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট মেচত ১০০ আৰু টেষ্ট মেচত ৩২টা উইকেট সংগ্ৰহ কৰিছিল। ২০০৮ চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলাৰ পিছত তেওঁ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰে। ২০০৮, ২০০৯, ২০১০ চনৰ আই,পি,এল খেলত কলকাতা নাইট ৰাইডাৰ্ছৰ দলত তেঁও অংশগ্ৰহণ কৰিছিল। ২০০৮-১০ বৰ্ষত গাংগুলীয়ে এই দলটোৰ নেতৃত্ব দিছিল।

১৯৭২ চনৰ ৮ জুলাই তাৰিখে ভাৰতৰ পশ্চিম বংগৰ কলকাতাৰ বেহেলাত সৌৰভ গাংগুলীৰ জন্ম হয়। তেঁওৰ পিতৃৰ নাম চণ্ডিদাস গঙ্গোপাধ্যায় আৰু মাতৃৰ নাম নিৰুপা গঙ্গোপাধ্যায়।[2][3]

অধিনায়কৰ পৰিসংখ্যা

[সম্পাদনা কৰক]
টেষ্ট মেছত অধিনায়কত্বৰ কেৰিয়াৰ
স্থানবৰ্ষখেলজয়পৰাজয়টাইড্ৰ
ঘৰুৱা খেলপথাৰত২০০০–২০০৫২১১০৩০৮ [4]
বাহিৰা খেলপথাৰত২০০০–২০০৫২৮১১১০০৭[5]
মুঠ২০০০–২০০৫৪৯২১১৩০১৫[6]
এদিনীয়া খেলত অধিনায়কত্বৰ পৰিসংখ্যা
স্থানবৰ্ষখেলজয়পৰাজয়টাইঅমীমাংসিত
ভাৰতৰ (ঘৰুৱা স্থান)ত২০০০–২০০৫৩৬১৮১৮০০[7]
বাহিৰা খেলপথাৰত২০০০–২০০৫৫১২৪২৪০৩[8]
Neutral স্থানত১৯৯৯–২০০৫৫৯৩৪২৩০২[9]
সৰ্বমুঠ১৯৯৯–২০০৫১৪৬৭৬৬৫০৫[10]
অধিনায়ক হৈ থকাৰ সময়ছোৱাত কেৰিয়াৰৰ পৰিসংখা (টেষ্ট মেছত)
স্থানবৰ্ষখেলৰাণসৰ্ব্বোচ্চ ৰাণবেটিং গড়১০০উইকেটBBIবলিং গড়৫ উইকেটকেটছষ্টাম্পিং
ঘৰুৱা খেলপথাৰত২০০০–২০০৫২১৮৬৮১৩৬২৯.৯৩২৩১/১৪৭৮.০০০২৪০[11]
বাহিৰা খেলপথাৰত২০০০–২০০৫২৮১৬৯৩১৪৪৪৩.৪১৩২২/৬৯১৯৩.০০০১৩০[12]
সৰ্বমুঠ২০০০–২০০৫৪৯২৫৬১১৪৪৩৭.৬৬৫৫২/৬৯১২৪.০০০৩৭০[11]
অধিনায়ক হৈ থকাৰ সময়ছোৱাত কেৰিয়াৰৰ পৰিসংখা (এদিনীয়া খেলত)
স্থানবৰ্ষখেলৰাণসৰ্ব্বোচ্চ ৰাণবেটিং গড়১০০উইকেটBBIবলিং গড়৫ উইকেটকেটছষ্টাম্পিং
ঘৰুৱা স্থানত২০০০–২০০৫৩৬১৪৬৩১৪৪৪৩.০২২১৬৫/৩৪৩০.৮৭১১৪০[13]
বাহিৰা খেলপথাৰত২০০০–২০০৫৫১১৫৪৫১৩৫৩২.১৮২১৫৩/২২৩৯.২৬০২৩০[13]
Neutral স্থানত২০০০–২০০৫৬০২০৯৬১৪১৪১.৯২৭১৫৩/৩২৪৩.২০০২৪০[13]
সৰ্বমুঠ২০০০–২০০৫১৪৭৫১০৪১৪৪৩৮.৬৬১১৪৬৫/৩৪৩৭.৬৩১৬১০[13]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. ↑ "Sourav Ganguly | Sourav Ganguly Photos | Sourav Ganguly Profile – Yahoo! Cricket". Cricket.yahoo.com. Archived from the original on 23 August 2011. https://web.archive.org/web/20110823102400/http://cricket.yahoo.com/player-profile/Sourav-Ganguly_1186। আহৰণ কৰা হৈছে: 30 June 2011.
  2. ↑ "Cricinfo – Players and Officials – Sourav Ganguly". Cricinfo Magazine (ESPN). http://www.cricinfo.com/india/content/player/28779.html। আহৰণ কৰা হৈছে: 19 May 2008.
  3. ↑ Datta 2007, পৃষ্ঠা. 21.
  4. ↑ "Team records | Test matches | Cricinfo Statsguru | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/stats/index.html?captain_involve=2024;class=1;filter=advanced;home_or_away=1;orderby=won;team=6;template=results;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  5. ↑ "Team records | Test matches | Cricinfo Statsguru | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/stats/index.html?captain_involve=2024;class=1;filter=advanced;home_or_away=2;orderby=won;team=6;template=results;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  6. ↑ "Cricket Records | Records | India | Test matches | Most matches as captain | ESPN Cricinfo". Stats.espncricinfo.com. 1 January 1970. http://stats.espncricinfo.com/ci/engine/records/individual/most_matches_as_captain.html?class=1;id=6;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  7. ↑ "Team records | One-Day Internationals | Cricinfo Statsguru | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/stats/index.html?captain_involve=2024;class=2;filter=advanced;home_or_away=1;orderby=won;team=6;template=results;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  8. ↑ "Team records | One-Day Internationals | Cricinfo Statsguru | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/stats/index.html?captain_involve=2024;class=2;filter=advanced;home_or_away=2;orderby=won;team=6;template=results;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  9. ↑ "Team records | One-Day Internationals | Cricinfo Statsguru | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/stats/index.html?captain_involve=2024;class=2;filter=advanced;home_or_away=3;orderby=won;team=6;template=results;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  10. ↑ "Cricket Records | Records | India | One-Day Internationals | Most matches as captain | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/records/individual/most_matches_as_captain.html?class=2;id=6;type=team। আহৰণ কৰা হৈছে: 7 June 2012.
  11. 1 2 "Cricket Records | Records | India | Test matches | Most matches as captain | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/player/28779.html?captain=1;class=1;filter=advanced;orderby=default;template=results;type=allround। আহৰণ কৰা হৈছে: 17 December 2012.
  12. ↑ "Cricket Records | Records | India | Test matches | Most matches as captain | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/player/28779.html?captain=1;class=1;filter=advanced;orderby=default;template=results;type=allround;। আহৰণ কৰা হৈছে: 17 December 2012.
  13. 1 2 3 4 "Cricket Records | Records | India | ODI matches | Most matches as captain | ESPN Cricinfo". Stats.espncricinfo.com. http://stats.espncricinfo.com/ci/engine/player/28779.html?captain=1;class=2;filter=advanced;orderby=default;template=results;type=allround। আহৰণ কৰা হৈছে: 17 December 2012.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]