সমললৈ যাওক

চুদান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Sudanৰ পৰা পুনঃনিৰ্দেশিত)
চুদান গণৰাজ্য
جمهورية السودان (Script error: The function "name_from_code" does not exist.)
Jumhūriyyat as-Sūdān
Flag of চুদান
পতাকা
প্ৰতীক of চুদান
প্ৰতীক
Motto: النصر لنا
an-Naṣr lanā
"জয় আমাৰ"
Anthem: نحن جند اللّٰه، جند الوطن
Naḥnu jund Allah, jund al-waṭan
"আমি ঈশ্বৰৰ সেনা, মাতৃভূমিৰ সেনা"সাঁচ:Parabr
  চুদান গণৰাজ্যৰ অৱস্থান  দখল নোহোৱা দাবী কৰা অঞ্চল
  চুদান গণৰাজ্যৰ অৱস্থান
  দখল নোহোৱা দাবী কৰা অঞ্চল
ৰাজধানীখাৰ্তুম
চৰকাৰী আসনপ'ৰ্ট চুদান[টোকা 1]
Largest cityখাৰটুম
Official languages
Ethnic groups
ধৰ্ম
(২০২২)
  • ৯৭% চুন্নী ইসলাম[2]
  • ৩% খ্ৰীষ্টান ধৰ্ম[3]
Demonymচুদানী লোক
Governmentসংঘীয় চৰকাৰৰ অধীনস্থ গণৰাজ্য (সেনা জুণ্টা)
 সংক্ৰমণকালীন সাৰ্বভৌম পৰিষদৰ অধ্যক্ষ
আব্দেল ফাত্তাহ আল-বুৰহান
 উপ-সভাপতি
মালিক আগাৰ
Legislatureসংক্ৰমণকালীন বিধানসভা
গঠনৰ ইতিহাস
 কৰ্মা ৰাজ্য
খ্ৰীঃ পূঃ ২৫০০
 কুশ ৰাজ্য
খ্ৰীঃ পূঃ ১০৭০
 মাকুৰিয়া, নোবাটিয়া, আৰু এলোদিয়া
আনুমানিক ৩৫০ খ্ৰীঃ
 তুঞ্জুৰ ৰাজ্য, ফুঞ্জ চুলতানত
আনুমানিক ১৫০০ খ্ৰীঃ
 তুৰ্কো-মিচৰীয় চুদান
১৮২০
 মাহদী ৰাজ্য
১৮৮৫
 এংল'-মিচৰীয় চুদান
১৮৯৯
 চুদানৰ স্বাধীনতা
১ জানুৱাৰী ১৯৫৬
 চুদান গণতান্ত্ৰিক গণৰাজ্য
২৫ মে' ১৯৬৯
 চুদান (১৯৮৫-২০১৯)
৬ এপ্ৰিল ১৯৮৫
 দক্ষিণ চুদানৰ স্বাধীনতা]]
৯ জুলাই ২০১১
 চুদানী বিপ্লৱ
১৯ ডিচেম্বৰ ২০১৮
 ২০১৯ সংবিধান খচৰা ঘোষণা কাৰ্যকৰী
২০ আগষ্ট ২০১৯
Area
 Total
18,86,068 বৰ্গ কি.মি. (৭,২৮,২১৫ বৰ্গ মাইল) (১৫তম)
Population
 ২০২৪ estimate
৫০,৪৬৭,২৭৮ (৩০তম)
 Density
21.3 /কিমি (৫৫.২ /বৰ্গ মাইল)
GDP (PPP)estimate
 Total
$১৭২.৬৫১ বিলিয়ন
GDP (nominal)estimate
 Total
$২৫.৫৬৯ বিলিয়ন
Currencyচুদানী পাউণ্ড (SDG)
Time zoneUTC+২ (মধ্য আফ্ৰিকা সময় (CAT))
Calling code+২৪৯
ISO 3166 codeSD
Internet TLD

চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত মিচৰ, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত। ২০২৪ চনৰ হিচাপত চুদানৰ জনসংখ্যা ৫ কোটি[4] আৰু ইয়াৰ আয়তন ১,৮৮৬,০৬৮ বৰ্গ কিলোমিটাৰ (৭২৮,২১৫ বৰ্গমাইল), যাৰ ফলত ই আফ্ৰিকাৰ তৃতীয় বৃহত্তম দেশ আৰু আৰব লীগৰ তৃতীয় বৃহত্তম দেশ। ২০১১ চনত দক্ষিণ চুদান বিচ্ছিন্ন হোৱাৰ আগলৈকে আফ্ৰিকা আৰু আৰব লীগৰ ক্ষেত্ৰফল অনুসৰি ই আছিল সৰ্ববৃহৎ দেশ; [5] তেতিয়াৰ পৰাই দুয়োটা খিতাপ আলজেৰিয়াৰ হাতত আছে। চুদানৰ ৰাজধানী আৰু জনবহুল চহৰখন হৈছে খাৰ্তুম।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. চুদান চৰকাৰে চলিত খাৰ্তুমৰ যুদ্ধৰ বাবে প'ৰ্ট চুদানলৈ স্থানান্তৰিত হৈছে।[1]
উদ্ধৃতি ত্ৰুটি: <ref> টেগ্‌সমূহ "টোকা" নামৰ এটা গোটৰ বাবে আছে, কিন্তু তাৰ <references group="টোকা"/> টেগ্‌ পোৱা নগ'ল
  1. "Paramilitary RSF say they have seized Sudan's second city". Reuters. https://www.reuters.com/world/africa/paramilitary-rsf-say-they-have-seized-sudans-second-city-2023-10-26/.
  2. "Sudan Overview". www.sd.undp.org. Archived from the original on 2012-06-05. https://web.archive.org/web/20120605132439/http://www.sd.undp.org/sudan%20overview.htm আহৰণ কৰা হৈছে: ২০২৫-০১-২০.
  3. "Religion in Sudan". https://www.meconcern.org/countries/sudan/ আহৰণ কৰা হৈছে: ২০২৫-০১-২০.
  4. "Sudan Population 2024 (Live)". https://worldpopulationreview.com/countries/sudan-population/ আহৰণ কৰা হৈছে: 1 June 2024.
  5. "Area". The World Factbook. U.S. Central Intelligence Agency. Archived from the original on 26 December 2018. https://web.archive.org/web/20181226211750/https://www.cia.gov/library/publications/resources/the-world-factbook/rankorder/2147rank.html#su আহৰণ কৰা হৈছে: 13 May 2018.