ছুইডেন
অৱয়ব
(Swedenৰ পৰা পুনঃনিৰ্দেশিত)
ছুইডেন হ'ল ইউৰোপ মহাদেশৰ অন্তৰ্গত এখন দেশ। ইয়াৰ চুবুৰীয়া দেশ হ’ল ফিনলেণ্ড আৰু নৰৱে।[1] ছুইডেনৰ জনসংখ্যা প্ৰায় এক কোটি। ৰাজধানী চহৰখন হৈছে ষ্টকহ’ম, যিখন প্ৰায় ১০ লাখ লোকৰ সৈতে ছুইডেনৰ সৰ্ববৃহৎ চহৰ। ছুইডেনৰ আন দুখন বৃহৎ চহৰ হ'ল গোটেনবাৰ্গ আৰু মালমো।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Sweden website". Statistics Sweden website. 31 May 2013. Archived from the original on 8 November 2013. https://web.archive.org/web/20131108084529/http://sweden.se/quick-facts/population/। আহৰণ কৰা হৈছে: 27 July 2013.
| ৱিকিমিডিয়া কমন্সত ছুইডেন সম্পৰ্কীয় মিডিয়া ফাইল আছে। |