তুলু ভাষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Tulu languageৰ পৰা পুনঃনিৰ্দেশিত)
তুলু ভাষা (টুলু)
ತುಳು ಭಾಷೆ
থলুৱা অঞ্চল ভাৰত
অঞ্চল টুলুনাডু[1][2]
মহাৰাষ্ট্ৰ
উপসাগৰীয় দেশসমূহ
জাতীয়তা টুলুভা
ভাষা পৰিয়াল
দ্ৰাবিড়ীয়
  • দক্ষিণ দ্ৰাবিড়ীয়
    • টুকু ভাষা
      • তুলু ভাষা (টুলু)
লিখন প্ৰণালী কন্নড় লিপি
তুলু লিপি
ভাষা সংকেত
ISO 639-3 tcy
গ্লোটোলগ tulu1258[3]
ভাৰতত তুলু ভাষী লোকৰ অৱস্থানচিত্ৰ

তুলু (কন্নড় লিপিত : ತುಳು (তুলু)) দ্ৰাবিড়ীয় ভাষা পৰিবাৰৰ এটি ভাষা। এই ভাষাত দুই মিলিয়ন মানুহে কথা পাতে। প্ৰধানকৈ ভাৰতকৰ্ণাটক ৰাজ্যৰ দক্ষিণ-পশ্চিম অংশ আৰু উত্তৰ কেৰালাতুলুনাডু নামে পৰিচিত অংশৰ মানুহে এই ভাষাত কথা পাতে। ২০১১ চনৰ হিচাপ অনুসৰি ভাৰতৰ বিছ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে। ২০০১ চনত এই সংখ্যা আছিল ১,৭২২,৭৮৬ জন। ২০০৯ চনৰ তথ্যমতে পৃথিৱীত ৩০-ৰ পৰা ৫০ লাখ মানুহে তুলু ভাষাক মাতৃভাষা হিচাপে ব্যৱহাৰ কৰে।

তুলুনাডু[সম্পাদনা কৰক]

কৰ্ণাটকৰ মানচিত্ৰত প্ৰাচীন অল্বাখেড়া ৰাজ্য

উপভাষা[সম্পাদনা কৰক]

তুলু ভাষাৰ চাৰিটা উপভাষা আছে, যিবোৰে অতি ঘনিষ্ঠ উচ্চাৰণৰ ৰীতি প্ৰদৰ্শন কৰে।

  • সাধাৰণ তুলু
  • ব্ৰাম্মণ তুলু
  • জৈন কথ্যৰূপ
  • গিৰিজান কথ্যৰূপ

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. http://www.ciil-ebooks.net/html/piil/acharya1b.html
  2. [1]
  3. Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "তুলু". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/tulu1258.