কেন্দ্ৰীয় শাসিত অঞ্চল
| কেন্দ্ৰীয় শাসিত অঞ্চল | |
|---|---|
| শ্ৰেণী | সংঘীয় ৰাজ্যসমূহ |
| অৱস্থান | ভাৰতৰ গণৰাজ্য |
| সংখ্যা | ৮ (as of ২০২২) |
| জনসংখ্যা | লাক্ষাদ্বীপ – ৬৪,৪৭৩ (সৰ্বনিম্ন) দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল – ৩,১১,৮১,৩৭৬ (সৰ্বাধিক) |
| কালি | লাক্ষাদ্বীপ – 32 বৰ্গ কি.মি. (12 বৰ্গ মাইল) (সৰুতম) লাডাখ – 59,146 বৰ্গ কি.মি. (22,836 বৰ্গ মাইল) (সৰ্ববৃহৎ) |
| চৰকাৰ | কেন্দ্ৰীয় চৰকাৰ |
| বিভাগ | জিলা বিভাগ |
কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।[1] চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।[2] ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ[3] হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে[4][5] যদিও সিহঁতৰ শক্তি সীমিত।
ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা
[সম্পাদনা কৰক]বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হৈছে ৮টা।[6] সেই কেইটা হ'ল-
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "আৰ্কাইভ কপি". Archived from the original on 2009-08-15. https://web.archive.org/web/20090815042204/http://india.gov.in/knowindia/union_territories.php। আহৰণ কৰা হৈছে: 2014-12-02.
- ↑ http://www.mha.gov.in/unio.htm
- ↑ http://indiacode.nic.in/coiweb/amend/amend69.htm
- ↑ http://delhiassembly.nic.in/index.asp
- ↑ http://legislativebodiesinindia.nic.in/States/pondichery/pondicherry-w.htm
- ↑ https://gkchronicle.com/general-knowledge/states-and-their-capitals.php
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
| ||||||||