সমললৈ যাওক

বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(University of Science and Technology, Meghalayaৰ পৰা পুনঃনিৰ্দেশিত)

বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় (বা সংক্ষিপ্তভাৱে ইউএছটিএম) হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ ৰি-ভৈ জিলাত অৱস্থিত এখন ব্যক্তিগত বিশ্ববিদ্যালয়। ই সমগ্ৰ উত্তৰ-পূব ভাৰতৰ প্ৰথমখন ৰাজ্যিক ব্যক্তিগত বিশ্ববিদ্যালয়৷ মেঘালয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিশ্ববিদ্যালয়, মেঘালয় আইন, ২০০৮ৰ জৰিয়তে বিশ্ববিদ্যালয়খন স্থাপিত হৈছে। এই বিশ্ববিদ্যালয়খন ভাৰতৰ উত্তৰ-পূব অঞ্চলৰ সৰ্ববৃহৎ শৈক্ষিক নেটৱৰ্ক এডুকেচন ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট ফাউণ্ডেশ্যন (ইআৰডিএফ)ৰ অধীনস্থ এটি প্ৰকল্প৷[1][2][3][4] ইয়াক ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদে গ্ৰেড ‘A’ ৰে স্বীকৃতি প্ৰদান কৰিছে।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Home". University of Science and Technology, Meghalaya | Top Private University in North East India & Assam. https://www.ustm.ac.in/. 
  2. . 12 June 2015. https://www.business-standard.com/article/pti-stories/ustm-bags-university-of-the-year-east-award-115061200901_1.html. 
  3. "Entrepreneur Mahbubul Hoque is a role model of education in Assam". The New Indian Express. https://www.newindianexpress.com/thesundaystandard/2020/jul/26/entrepreneur-mahbubul-hoque-is-a-role-model-of-education-in-assam-2174824.html. 
  4. "Marks in qualifying exams key parameter for admissions - Times of India". The Times of India. https://timesofindia.indiatimes.com/home/education/news/marks-in-qualifying-exams-key-parameter-for-admissions/articleshow/77670028.cms. 
  5. "NAAC Accreditation – University of Science and Technology, Meghalaya | Top Private University in North East India & Assam". https://www.ustm.ac.in/naac-accreditation/.