সদস্য:Saddam Hussain Rahmani
ছাদ্দাম হুছাইন ৰহমানী ( উৰ্দু : صدام حسين رحماني ) হ'ল ভাৰতীয় শিক্ষাৰ্থী তথা অসমীয়া ৱিকিপিডিয়ান । তেওঁ অসমৰ শোণিতপুৰ জিলাত জন্ম গ্ৰহণ কৰে।
তেওঁ স্নাতক ডিগ্ৰী লাভ কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাংৰ ( শিক্ষা বিভাগ) পৰা আৰু স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা। তেওঁ প্ৰথম অসমীয়া ৱিকিপিডিয়াত প্ৰবন্ধ সৃষ্টি আৰু লিখনি আৰম্ভ কৰে কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাং যিটো তেওঁৰ বহু দিনৰ পৰাই আগ্ৰহ প্ৰকাশ কৰিছিল।
ছাদ্দাম হুছাইন ৰহমানী صدام حسین رحمانی | |
---|---|
ছাদ্দাম হুছাইন ৰহমানী ২০২৪ চনত | |
জন্ম | ১০ জানুৱাৰী |
ৰাষ্ট্ৰীয়তা | ভাৰতবৰ্ষ 🇮🇳 |
নাগৰিকত্ব | ভাৰতীয় |
শিক্ষা | স্নাতকোত্তৰ ( অনাৰ্চ শিক্ষা বিভাগ) |
শিক্ষানুষ্ঠান | কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয় ওৰাং |
ধৰ্ম | ইছলাম🕋 |
- তেওঁৰ প্ৰকৃত নাম ছাদ্দাম হুছাইন। যিটো অসমীয়া ৱিকিপিডিয়াত ছাদ্দাম হুছাইন ৰহমানী নামেৰে জনাজাত।
সৃষ্টি কৰা প্ৰবন্ধবোৰ
[সম্পাদনা কৰক]১. কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়, ওৰাং
৪. পশ্চিম ৰহমানপুৰ জামালিয়া মুক্তব
১০. সঞ্জীৱ খান্না
১১. টেড্ৰ'ছ আথানাম গাব্ৰেয়েছুছ
১২. ইঞ্জিল বাবা
১৪. আবাবিল চৰাই
১৫. তেজপুৰ চৰকাৰী আইন মহাবিদ্যালয়
১৬. তাৰিক জামিল
১৮. জাইৰা ৱাছিম
১৯. ৱাহিদুদ্দিন খান
২০. আৰছাদ মাদানী
২৩. এছ. ছোমনাথ
২৪. আল-আকছা
২৫. লথা হেগডে
২৬. মাহিৰা খান
২৭. আন্তঃৰাষ্ট্ৰীয় শৰণাৰ্থী সংস্থা
প্ৰবন্ধৰ তালিকা
[সম্পাদনা কৰক]মই অসমীয়া ৱিকিপিডিয়াত সৃষ্টি কৰা প্ৰবন্ধৰ তালিকা ২৬ চেপ্তেম্বৰৰ পৰা বৰ্তমানলৈকে (২০২৪)
সম্পাদনা কৰা প্ৰবন্ধৰ সংখ্যা
[সম্পাদনা কৰক]৩৫৮+
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]1.Facebook