সমললৈ যাওক

ৱাৰিয়ৰ সাবিত্ৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Waarrior Savitriৰ পৰা পুনঃনিৰ্দেশিত)
ৱাৰিয়ৰ সাবিত্ৰী

পোষ্টাৰ
পৰিচালক পৰম গীল
ৰচনা পৰম গীল
প্ৰযোজক
  • উপেন্দ্ৰ মহেশ্বৰী
  • ববী কান্দা
অভিনয়ত
  • নিহাৰিকা ৰায়জাদা
  • লুচী পিণ্ডাৰ
  • ৰজত বৰমেচা
  • ওম পুৰী
মুক্তি
২৫ আগষ্ট ২০১৬ (2016-08-25)[1]
দেশ ভাৰত
ভাষা হিন্দী

ৱাৰিয়ৰ সাবিত্ৰী (ইংৰাজী: Waarrior Savitri) ২০১৬ চনৰ ভাৰতীয় হিন্দী ভাষাৰ একচন নাট্যধৰ্মী ছবি।[2][3] ছবিখনত নিহাৰিকা ৰাইজাডা,[4] ৰজত বৰমেচা, ওম পুৰী,[5] কৰ্মবীৰ চৌধুৰী আৰু গুলচন গ্ৰ'ভাৰে অভিনয় কৰিছে । ড° ববছ প্ৰডাকচনৰ বেনাৰত উপেন্দ্ৰ মহেশ্বৰী আৰু ববি কাণ্ডাই ছবিখন প্ৰযোজনা কৰিছিল। ৱাৰিয়ৰ সাবিত্ৰী ভাৰতীয় পুৰাকথা – সাবিত্ৰী আৰু সত্যবানৰ আধুনিক অভিযোজন।

ছবিখনৰ চিত্ৰগ্ৰহণ চন্দেলাও গড়, যোধপুৰ, মুম্বাই আৰু লাছ ভেগাছত হৈছিল। ব্ৰিটিছ মডেল লুচি পিণ্ডাৰে ছবিখনৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰে। ২০১৬ চনৰ ২৫ আগষ্টত ছবিখন মুক্তি পাইছিল।[6][7]

দেৱী সাবিত্ৰীক আধুনিক একবিংশ শতিকাৰ নাৰী হিচাপে চিত্ৰিত কৰাৰ বাবে ভাৰতৰ বহু ঠাইত এই ছবিখন নিষিদ্ধ কৰা হৈছিল। পৰিচালক পৰম গীলে মৃত্যুৰ ভাবুকি লাভ কৰে আৰু ছবিখন অতি কম ঠাইত মুক্তি পায়।[8]

হিন্দু দেৱী সাবিত্ৰীক একবিংশ শতিকাৰ মহিলা হিচাপে চিত্ৰিত কৰাৰ বাবে ছবিখনে কিছুমান ঠাইত বিৰোধৰ মুখামুখী হ’বলগীয়া হৈছিল।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Warrior Savitri release postponed". filmyfilmy.com. http://www.filmyfilmy.com/news-warrior-savitri-release-postponed-287567.htm আহৰণ কৰা হৈছে: 3 November 2016.
  2. "Director Param Gill's journey from a homeless shelter in NY to Hollywood". 28 January 2017. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Director-Param-Gills-journey-from-a-homeless-shelter-in-NY-to-Hollywood/articleshow/53364751.cms.
  3. "Hindi movie release dates". Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Bollywood-movies-releasing-in-2016/articleshow/53434004.cms আহৰণ কৰা হৈছে: 3 November 2016.
  4. "3 Moga youths join hands to make film on women power". Tribuneindia.com. 2015-04-27. http://www.tribuneindia.com/news/punjab/community/3-moga-youths-join-hands-to-make-film-on-women-power/72826.html আহৰণ কৰা হৈছে: 2016-11-03.[সংযোগবিহীন উৎস]
  5. "Om Puri to play Yamraaj in 'Warrior Savitri'". mid-day.com. 29 February 2016. http://www.mid-day.com/articles/om-puri-to-play-yamraaj-in-warrior-savitri/16996177 আহৰণ কৰা হৈছে: 3 November 2016.[সংযোগবিহীন উৎস]
  6. "'Waarrior Savitri' gets a release date". 28 January 2017. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Waarrior-Savitri-gets-a-release-date/articleshow/53173535.cms.
  7. "Waarrior Savitri movie review: Tackily mounted film!". india.com. 27 August 2016. http://www.india.com/showbiz/waarrior-savitri-movie-review-tackily-mounted-film-1437999/ আহৰণ কৰা হৈছে: 3 November 2016.
  8. "Param Gill set to release 'Waarrior Savitri' despite death threats". Archived from the original on 2016-08-26. https://web.archive.org/web/20160826185537/http://www.axs.com/param-gill-set-to-release-warrior-savitri-despite-death-threats-105429 আহৰণ কৰা হৈছে: 2025-02-23.
  9. "'Waarrior Savitri' stirs up controversy". 28 January 2017. http://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/Waarrior-Savitri-stirs-up-controversy/articleshow/53825467.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]