উগাদি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Yugadiৰ পৰা পুনঃনিৰ্দেশিত)
উগাদি
উগাদি
উগাদিৰ প্ৰসাদ আৰু নৱবৰ্ষৰ প্ৰাৰ্থনা পূজা থালী
অন্য নাম ইউগাদী
তেলেগু আৰু কানাড়া নৱবৰ্ষ
পালন কৰে কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা আৰু মহাৰাষ্ট্ৰৰ হিন্দু ধৰ্মাৱলম্বী সকল
প্ৰকাৰ ধৰ্মীয়, সামাজিক, সংস্কৃতিক
আৰম্ভ হয় চৈত্ৰ মাহৰ প্ৰথম দিন
তাৰিখ মাৰ্চ (সাধাৰণতে), এপ্ৰিল (কেতিয়াবা)
উদযাপন কলাম-ৰংগুলি, মন্দিৰ যাত্ৰা, হোলীগ আৰু বেভু বেল্লাৰ সৈতে ভোজন
সম্পৰ্কিত মেষ সংক্ৰান্তি, গুড়ি পড়ৱা, আৰু অন্যান্য আঞ্চলিক হিন্দু নৱবৰ্ষ
সংঘটন বাৰ্ষিক

উগাদি হৈছে ভাৰতবৰ্ষকৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা ৰাজ্যৰ নতুন বছৰৰ উৎসৱ।[1] হিন্দু সৌৰচন্দ্ৰ কেলেণ্ডাৰৰ চিত্ৰা মাহত এই অঞ্চল কেইটাত উগাদি পালন কৰা হয়।[2]গ্ৰেগৰীয়ান কেলেণ্ডাৰমতে সাধাৰণতে মাৰ্চ আৰু এপ্ৰিল মাহত এই উৎসৱ উদযাপিত হয়।[2] এই উৎসৱৰ দিনত ঘৰৰ মজিয়াত ৰঙ-বিৰঙৰ 'ৰংগলী' ইত্যাদি অঁকা হয়। ঘৰৰ দুৱাৰমুখত আম পাতৰ মালা ওলোমাই দিয়া হয়। নতুন কাপোৰ কিনা, উপহাৰ দিয়াৰ লগতে দুখীয়ালোকক উপহাৰ বা খাদ্য বস্তু দিয়া আৰু তেলৰ সহায়ত এক বিশেষ ধৰণে গাধোৱা হয়। ইয়াৰোপৰি প্ৰায় সকলো সোৱাদৰ মিশ্ৰণৰ সহায়ত কোনো কোনোৱে এক বিশেষ ধৰণৰ খাদ্য তৈয়াৰ কৰি খায়। এই উৎসৱৰ সময়ত মন্দিৰ দৰ্শন কৰা হয়।[3][4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]