সমললৈ যাওক

জুনহেব'ট'

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(Zunhebotoৰ পৰা পুনঃনিৰ্দেশিত)
জুনহেব'ট'
নগৰ
View of Zunheboto Town
জুনহেব'ট' নগৰৰ দৃশ্য
উপনাম: 
লেণ্ড অৱ ওৱৰীৱৰ্চ
Map
দেশ  ভাৰত
ৰাজ্য নাগালেণ্ড
জিলা জুনহেব'ট'
উচ্চতা
১,৮৫২ মিটাৰ (৬,০৭৬ ফুট)
জনসংখ্যা
 (2011)[1]
 • মুঠ
২২,৮০৯
 • ঘনত্ব ৩৩১/km (৮৬০/sq mi)

জুনহেব'ট' (Pron:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতনাগালেণ্ড ৰাজ্যৰ এখন নগৰ।

শিক্ষা প্ৰতিষ্ঠানসমূহ

[সম্পাদনা কৰক]

বিদ্যালয়সমূহ

[সম্পাদনা কৰক]
  • Bloomfield Hill School
  • Corner Stone Foundation School
  • Eden Garden School
  • Government Higher Secondary School
  • Immanuel Higher Secondary School
  • Kids World Montessori
  • Little Spring School
  • Love Dale Higher Secondary School
  • Merry Hill School
  • New Era School
  • Olympic Higher Secondary School
  • Sacred Heart School
  • Seven Home School
  • Shamrock School
  • St. Anthony School
  • Step By Step School
  • Sunbeam School
  • Woodland Higher Secondary School

মহাবিদ্যালয়সমূহ

[সম্পাদনা কৰক]
  • Zunheboto govt. College
  • Nito Theological College
  • Anderson Theological College
  • Khelhoshe Polytechnic Atoizu

বিশ্ববিদ্যালয়

[সম্পাদনা কৰক]
  • নাগালেণ্ড বিশ্ববিদ্যালয়, লুমামি

জনগাঁথনি

[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়ল অনুসৰি,[1] জুহনেব'ট'ৰ জনসংখ্যা ২২,৮০৯জন, য'ৰ ৫৫% পুৰুষ আৰু ৪৫% মহিলা। গড় সাক্ষৰতাৰ হাৰ হ'ল ৮৫%, যি ৭৪.০৪%-ৰ ৰাষ্ট্ৰীয় গড়তকৈ অধিক: পুৰুষৰ সাক্ষৰতাৰ হাৰ ৮১% আৰু মহিলাৰ ৭৭%। প্ৰায় ১৪% জনসংখ্যা ০-৬ বছৰীয়া শিশু।

জলবায়ু

[সম্পাদনা কৰক]
জুহনেব'ট'ৰ জলবায়ুৰ তথ্য
মাহ জানু. ফেব্ৰু. মাৰ্চ এপ্ৰি. মে জুন জুলা. আগ. চেপ্টে. অক্টো. নৱে. ডিচে. বছৰ
সৰ্বাধিক উষ্ণতা °C (°F) 23.5
(74.3)
25.0
(77.0)
29.1
(84.4)
32.2
(90.0)
33.9
(93.0)
30.5
(86.9)
33.1
(91.6)
31.1
(88.0)
31.0
(87.8)
31.5
(88.7)
29.5
(85.1)
26.0
(78.8)
33.9
(93.0)
গড় উষ্ণতা - উচ্চ °C (°F) 16.6 17.9 22.1 24.1
(75.4)
24.4
(75.9)
24.9
(76.8)
25.0
(77.0)
25.4
(77.7)
25.0
(77.0)
23.4
(74.1)
20.6
(69.1)
17.7
(63.9)
22.2
(72.0)
গড় উষ্ণতা - নিম্ন °C (°F) 8.1
(46.6)
9.3
(48.7)
12.7
(54.9)
15.6
(60.1)
16.9
(62.4)
18.1
(64.6)
18.8
(65.8)
18.9
(66.0)
18.1
(64.6)
16.6
(61.9)
13.1
(55.6)
9.4
(48.9)
14.6
(58.3)
সৰ্বনিম্ন উষ্ণতা °C (°F) 1.0
(33.8)
2.3
(36.1)
4.0
(39.2)
5.0
(41.0)
10.0
(50.0)
9.4
(48.9)
7.8
(46.0)
8.3
(46.9)
8.9
(48.0)
5.0
(41.0)
3.1
(37.6)
2.8
(37.0)
1.0
(33.8)
বৰ্ষাপাত mm (ইঞ্চি) 11.7
(0.461)
35.4
(1.394)
47.6
(1.874)
88.7
(3.492)
159.2
(6.268)
333.8
(13.142)
371.8
(14.638)
364.0
(14.331)
250.1
(9.846)
126.0
(4.961)
35.2
(1.386)
7.8
(0.307)
1,831.3
(72.098)
Avg. rainy days 2.0 3.9 5.8 12.2 16.9 23.1 24.6 22.9 19.1 10.7 3.6 1.4 146.2
[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]