ইংৰাজী ভাষা
ইংৰাজী (English, ইংলিছ) হৈছে ইংলেণ্ডত উৎপত্তি হোৱা এটা পশ্চিম জাৰ্মানিক ভাষা। ই পৃথিৱীৰ আটাইতকৈ বেছি প্ৰচলিত ভাষাবোৰৰ ভিতৰত অন্যতম। গ্ৰেট ব্ৰিটেইনলৈ প্ৰব্ৰজন কৰা প্ৰাচীন জাৰ্মানিক জনগোষ্ঠীৰ অন্যতম এংগলছসকলৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল।
উদ্ধৃতি[সম্পাদনা কৰক | উৎস সম্পাদনা]
এই অনুচ্ছেদটো খালী। আপুনি ইচ্ছা কৰিলে উদ্ধৃতি সংযোগ কৰিব পাৰে। |