অলিম্পাছ মনছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অলিম্পাছ মনছ
Olympus Mons

Viking 1 orbiter view of Olympus Mons with its summit caldera, escarpment, and aureole
স্থানাংক 18°39′N 226°12′E / 18.65°N 226.2°E / 18.65; 226.2স্থানাংক: 18°39′N 226°12′E / 18.65°N 226.2°E / 18.65; 226.2[1]
মাত্ৰা সৌৰজগতৰ আটাইতকৈ ওখ গ্ৰহীয় পৰ্বত
শৃংগ 21,287.4 মিটাৰ (69,841 ফুট) above datum[2]
26 km (85,000 ফুট) local relief
26 km (85,000 ফুট) above plains[3]
আৱিস্কাৰক মেৰিনাৰ ৯
Eponym লেটিন – মাউণ্ট অলিম্পাছ

অলিম্পাছ মনছ (ইংৰাজী: Olympus Mons;[4][5]) মঙ্গল গ্ৰহত থকা এটা বিশাল ঢাল আগ্নেয়গিৰি। আগ্নেয়গিৰিটোৰ উচ্চতা প্ৰায় ২৫ কিলোমিটাৰ (১৩.৬ মিটাৰ আৰু ৭২,০০০ ফুট)। মাৰ্চ অৰবিটাৰ লেজাৰ এল্টিমিটাৰৰ (MOLA) সহায়ত ইয়াৰ উচ্চতা জোখা হৈছে।[6] মঙ্গল গ্ৰহত থকা ডাঙৰ আগ্নেয়গিৰিবোৰৰ ভিতৰত অলিম্পাছ মনছ আটাইতকৈ চালুকীয়া অৱস্থাত থকা আগ্নেয়গিৰি আৰু এই আগ্নেয়গিৰি মঙ্গলৰ হেছপেৰিয়ান যুগতেই গঢ় লৈ উঠিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]