কোকৰাঝাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোকৰাঝাৰ
—  নগৰ  —
কোকৰাঝাৰ
কোকৰাঝাৰৰ অৱস্থান
অসম আৰু ভাৰত
স্থানাঙ্ক 26°24′N 90°16′E / 26.4°N 90.27°E / 26.4; 90.27
দেশ  ভাৰত
ৰাজ্য অসম
পৌৰপতি
জনসংখ্যা 31,152 (2001)
লিঙ্গ অনুপাত 52:50 /
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+০৫:৩০)
মাটিকালি

উচ্চতা


38 m (125 ft)

ক'ড
ৱেবছাইট kokrajhar.gov.in

কোকৰাঝাৰ (ইংৰাজী: Kokrajhar; হিন্দী: कोकराझाड़) অসমকোকৰাঝাৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ নগৰ আৰু জিলা। কোকৰাঝাৰৰ বড়োফা নগৰত "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"ৰ মুখ্য কাৰ্যালয় অৱস্থিত। কোকৰাঝাৰ কোকৰাঝাৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।

শিক্ষা[সম্পাদনা কৰক]

কোকৰাঝাৰত বহুতো বিদ্যালয় আৰু উচ্চ শিক্ষাৰ অনুষ্ঠান আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত সকলো মহাবিদ্যালয় কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ স্বীকৃতিপ্ৰাপ্ত। কোকৰাঝাৰৰ প্ৰধান শিক্ষানুষ্ঠান সমূহ হৈছে-

বিদ্যালয়[সম্পাদনা কৰক]

  • কোকৰাঝাৰ চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়
  • কোকৰাঝাৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ডন বস্ক' বিদ্যালয়, কোকৰাঝাৰ
  • জৱাহৰ নৱোদয় বিদ্যালয়, কোকৰাঝাৰ

মহাবিদ্যালয়[সম্পাদনা কৰক]

  • কোকৰাঝাৰ চৰকাৰী মহাবিদ্যালয়
  • বাণিজ্য মহাবিদ্যালয়, কোকৰাঝাৰ
  • বিজ্ঞান মহাবিদ্যালয়, কোকৰাঝাৰ

অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]