জিমেইল

অসমীয়া ৱিকিপিডিয়াৰ পৰা


জিমেইল
জিমেইল ল'গ' soft2i
ইউ আৰ এল mail.google.com
বাণিজ্যক হয়
প্ৰকাৰ ই-মেইল সেৱা
পঞ্জীয়ন প্ৰয়োজনীয়
ভাষা ১০৫ টা es-us
পঞ্জীকৃত সদস্য ১.৪ বিলিয়ন (এপ্ৰিল ২০১৮)[1][2]
স্বত্বাধিকাৰী গুগল
সৃষ্টিকৰ্তা পল বুচেইট
মুকলি ১ এপ্ৰিল, ২০০৪
বৰ্তমান স্থিতি সক্ৰিয়

জিমেইল (ইংৰাজী: Gmail) হৈছে গুগলৰ দ্বাৰা পৰিচালিত এটা বিনামূলীয়া, বিজ্ঞাপন সমৰ্থিত ই-মেইল সেৱা।[3] ইয়াক ১ এপ্ৰিল,২০০৪ত মুকলি কৰা হৈছিল।[4] কিন্তু ৭ ফেব্ৰুৱাৰী,২০০৭তহে ইয়াক ৰাজহুৱা ব্যৱহাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল।[5] ২০১৭ চনৰ জুলাইৰ পৰিসংখ্যা অনুসৰি বিশ্বজুৰি জিমেইলৰ ১২০ কোটি সক্ৰিয় ব্যৱহাৰকাৰী আছে।[6] এণ্ড্ৰইড সঁজুলিৰ গুগল প্লে' ষ্ট'ৰত ১০০ কোটি ইন্‌ষ্টল হোৱা প্ৰথম এপ্‌ হিচাপেও ই পৰিগণিত হৈছে।

জিমেইল ম'বাইল[সম্পাদনা কৰক]

জিমেইল ম'বাইল হৈছে জিমেইলৰ সেৱাৰ এটা অংশ। এইটো এটা বিনামূলীয়া সেৱা, যাৰ সহায়ত জিমেইলৰ সেৱা যিকোনো ম'বাইল ফোনৰ পৰা সুবিধা ল'ব পৰা যায়। ব্যৱহাৰকৰ্তা জনে ইয়াৰ সহায়তে মেইল লিখিব, পঢ়িব, উত্তৰ দিব, forward, mark unread, add a star, custom labels যোগ or trash কৰিব পাৰে। .

জিমেইল ম'বাইলৰ সুবিধা গ্ৰহণ কৰিবৰ বাবে ব্যৱহাৰকৰ্তা জনৰ জিমেইল একাউণ্ট তথা ম'বাইলত নিম্নোলিখিত সুবিধাসূহ থকা প্ৰয়োজনীয়:

জিমেইল ম'বাইল ১৬ ডিচেম্বৰ,২০০৫ তাৰিখে মুকলি কৰা হৈছিল। বৰ্তমান ই ৪০ টাৰো তাতোধিক ভাষাত সুবিধা প্ৰদান কৰে।[7]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Smith, Craig (April 23, 2014). "18 Amazing Gmail Facts and Statistics". DMRexpandedramblings.com. https://expandedramblings.com/index.php/gmail-statistics/। আহৰণ কৰা হৈছে: October 27, 2018. 
  2. Swearingen, Jake. "Gmail Gets a Major Face-lift and Productivity Boost, Starting Today". http://nymag.com/intelligencer/2018/04/how-to-turn-on-google-gmail-redesign-and-new-features.html. 
  3. Teeter, Ryan; Karl Barksdale. Google Apps For Dummies. পৃষ্ঠা. 364. ISBN 1-118-05240-4. http://books.google.ca/books?id=5TUv9jCaJdwC&pg=SA3-PA27&dq=Gmail+free+advertising+supported&hl=en&ei=FyKWTsHIJan00gHpl8mmBw&sa=X&oi=book_result&ct=result&resnum=1&ved=0CEUQ6AEwAA#v=onepage&q=Gmail%20free%20advertising%20supported&f=false. 
  4. "Google Gets the Message, Launches Gmail". Google. April 1, 2004. http://www.google.com/press/pressrel/gmail.html। আহৰণ কৰা হৈছে: April 21, 2010. 
  5. Matthew Glotzbach, Director, Product Management, Google Enterprise (July 2009). "Google Apps is out of beta (yes, really)". Official Google Blog. Google. http://googleblog.blogspot.com/2009/07/google-apps-is-out-of-beta-yes-really.html। আহৰণ কৰা হৈছে: 2010-06-19. 
  6. "Gmail Now Has More Than 1B Monthly Active Users – TechCrunch". techcrunch.com. https://techcrunch.com/2016/02/01/gmail-now-has-more-than-1b-monthly-active-users/। আহৰণ কৰা হৈছে: April 23, 2018. 
  7. "你好, नमस्ते and bonjour to better mobile web Gmail". Google Mobile Blog. 13 December 2010. http://googlemobile.blogspot.com/2010/12/and-bonjour-to-better-mobile-web-gmail.html. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]