ডি জে খালিদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(ডি:জে খালিদৰ পৰা পুনঃনিৰ্দেশিত)


খালিদ মহম্মদ খালিদ (ইংৰাজী: Khaled Mohamed "DJ" Khaled) (জন্ম: ২৬ নবেম্বৰ, ১৯৭৫) আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী বিখ্যাত সংগীতকাৰ, ৰেকৰ্ড লেবেল সঞ্চালক, ৰেডিঅ' ব্যক্তি, ডি:জে আৰু লেখক। তেওক সাধাৰণতে ডি:জে খালিদ বুলি জনা যায়। তেওঁ‌ক আগতে আৰব এটেক নামেৰে জনাজাত আছিল, যদিও পিছত নাম তেওঁ‌ নাম সলনি কৰি ল'লে কাৰণ তেও উগ্ৰপন্থী লগত কোনো সম্পৰ্ক ৰাখিব বিচৰা নাছিল।[উদ্ধৃতিৰ প্ৰয়োজন]

DJ Khaled in 2012

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]