প্ৰশান্ত চন্দ্ৰ মহালান'বিছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰশান্ত চন্দ্ৰ মহালান'বিছ
Prasanta Chandra Mahalanobis

জন্ম ২৯ জুন, ১৮৯৩
কলিকতা, বংগ, ব্ৰিটিছ ইণ্ডিয়া
মৃত্যু ২৮ জুন, ১৯৭২ (৭৮ বছৰ)
কলিকতা, পশ্চিম বংগ, ভাৰত
জাতীয়তা ভাৰতীয়
ক্ষেত্ৰ গণিত শাস্ত্ৰ, পৰিসংখ্যা বিজ্ঞান
কৰ্মস্থান কেম্ব্ৰিজ বিশ্ববিদ্যালয়
ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান প্ৰেচিডেন্সী কলেজ
কিংছ কলেজ, কেম্ব্ৰিজ[1]
ডক্তৰেল পৰামৰ্শদাতা উইলিয়াম হেৰিক মেকুলী[2]
ডক্তৰেল বিদ্যাৰ্থী সমৰেন্দ্ৰনাথ ৰায়[2]
আন উল্লেখযোগ্য বিদ্যাৰ্থী ৰাজ চন্দ্ৰ বসু
চি. আৰ. ৰাও
জনা যায় মহালান'বিছ দূৰত্ব
ফেল্ডমেন-মহালান'বিছ মডেল
উল্লেখনীয় বঁটা পদ্মবিভূষণ (১৯৬৮)
অৰ্ডাৰ অফ ব্ৰিটিছ এম্পায়াৰ (OBE, ১৯৪২)[3]
ফেল' অফ ৰয়েল ছোচাইটি (FRS)[1]
ৱেলডন মেম'ৰিয়েল প্ৰাইজ
দাম্পত্যসঙ্গী নিৰ্মল কুমাৰী মহালান'বিছ[4]
স্বাক্ষৰ

প্ৰশান্ত চন্দ্ৰ মহালান'বিছ (২৯ জুন ১৮৯৩– ২৮ জুন ১৯৭২) এজন ভাৰতীয় বিজ্ঞানী আৰু প্ৰয়োগিক পৰিসংখ্যাবিদ। পৰিসংখ্যা বিজ্ঞানৰ মহালান'বিছ দূৰত্ব নামৰ মাপক আৱিষ্কাৰ কৰাৰ বাবে তেওঁ জনাজাত। তেওঁ ভাৰতৰ প্ৰথম পৰিকল্পনা আয়োগৰ সদস্য আছিল। তেওঁ ভাৰতীয় পৰিসংখ্যা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক আৰু বৃহৎ আকাৰৰ সমীক্ষাৰ বাটকটীয়া।[1][5][6][7] তেওঁৰ জন্মদিন ২৯ জুন ভাৰতত ৰাষ্ট্ৰীয় পৰিসংখ্যা দিৱস হিচাপে পালন কৰা হয়।

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 Rao, C. R. (1973). "Prasantha Chandra Mahalanobis 1893-1972". Biographical Memoirs of Fellows of the Royal Society খণ্ড 19: 454. doi:10.1098/rsbm.1973.0017. 
  2. 2.0 2.1 প্ৰশান্ত চন্দ্ৰ মহালানবিছ সম্পৰ্কে Mathematics Genealogy Project’ত চাওক
  3. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; gazette নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. [1] Prasanta Chandra Mahalanobis: a Biography by Ashok Rudra. Delhi: Oxford University Press, 1996
  5. Hagger-Johnson, G. (2005). "Mahalanobis, Prasanta Chandra". Encyclopedia of Statistics in Behavioral Science. doi:10.1002/0470013192.bsa360. ISBN 0470860804. 
  6. অ’ কন্নৰ, জন যে.; ৰবাৰ্টছন, এডমাণ্ট এফ, "প্ৰশান্ত চন্দ্ৰ মহালানবিছ", মেকটিউটৰ হিষ্ট্ৰী অৱ মেথমেটিকছ আৰ্কাইভ, ইউনিভাৰ্ছিটি অৱ ছেইণ্ট এনড্ৰিউছ, http://www-history.mcs.st-andrews.ac.uk/Biographies/Mahalanobis.html .
  7. Ghosh, J. K.; Majumder, P. P. (2005). "Mahalanobis, Prasanta Chandra". Encyclopedia of Biostatistics. doi:10.1002/0470011815.b2a17090. ISBN 047084907X. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]