বিজ্ঞাপন: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
নতুন পৃষ্ঠা: == বিজ্ঞাপন == বিজ্ঞাপন হৈছে এবিধ জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু ...
 
No edit summary
1 নং শাৰী: 1 নং শাৰী:

== বিজ্ঞাপন ==
== বিজ্ঞাপন ==


বিজ্ঞাপন হৈছে এবিধ জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়।
বিজ্ঞাপন হৈছে এবিধ জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়।
বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোছনী, টেলিভিছন, ৰেডিও, ইন্টাৰনেট, বিলবর্ড, ভিডিও গেম, দেৱাল লিখন, পষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি।
বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নির্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নির্মান আৰৃ প্ৰচাৰ কৰে। নির্মাতা সকলে তেওলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰছ কৰে।

19:42, 15 February 2008ৰ সংস্কৰণ

বিজ্ঞাপন

বিজ্ঞাপন হৈছে এবিধ জনসংযোগ, যাৰ দ্বাৰা কোনো বস্তু বা সেৱাৰ বিষয়ে উপভোক্তা সকলক জনোৱা হয়। বিজ্ঞাপনৰ বাবে বিভিন্ন ধৰণৰ মাধ্যম ব্যৱহাৰ কৰা হয়, যেনে বাতৰি কাকত, আলোছনী, টেলিভিছন, ৰেডিও, ইন্টাৰনেট, বিলবর্ড, ভিডিও গেম, দেৱাল লিখন, পষ্টাৰ, বেনাৰ ইত্যাদি ইত্যাদি। বিজ্ঞাপনবোৰ সাধাৰণতে বস্তু বা সেৱাৰ নির্মাতাৰ হৈ একোটা বিজ্ঞাপন সংস্থাই নির্মান আৰৃ প্ৰচাৰ কৰে। নির্মাতা সকলে তেওলোকৰ বস্তু/সেৱাৰ প্ৰচাৰৰ বাবে বিজ্ঞাপনত যথেষ্ট টকা খৰছ কৰে।