সৰ্বানন্দ সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
2 নং শাৰী: 2 নং শাৰী:
| name = সৰ্বানন্দ সিংহ ওৰফে মাটিবৰ
| name = সৰ্বানন্দ সিংহ ওৰফে মাটিবৰ
| image =
| image =
| birth_date = সঠিককৈ জনা নাযায়
| birth_date =
| birth_place = [[তিনিচুকীয়া|বেংমৰা]] অঞ্চল
| birth_place = [[তিনিচুকীয়া|বেংমৰা]] অঞ্চল
| death_date = ২ জানুৱাৰী, ১৮৩৯
| death_date = ২ জানুৱাৰী, ১৮৩৯

20:57, 3 December 2012ৰ সংস্কৰণ

সৰ্বানন্দ সিংহ ওৰফে মাটিবৰ
জন্ম বেংমৰা অঞ্চল
মৃত্যু ২ জানুৱাৰী, ১৮৩৯

সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। [1]

তথ্য সমল

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮