সৰ্বানন্দ সিংহ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
10 নং শাৰী: 10 নং শাৰী:
}}
}}


সৰ্বানন্দ সিংহই [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ অচিলাত স্বাধীন [[মটক]] ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। <ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮</ref>
সৰ্বানন্দ সিংহই [[মোৱামৰীয়া বিদ্ৰোহ]]ৰ অচিলাত স্বাধীন [[মটক]] ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ [[শিৱসাগৰ|ৰংপুৰ]]ৰ সাময়িক বিদ্ৰোহী ৰজা [[ভৰত সিংহ]]ৰ ফলীয়া আছিল। ভৰতক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল। বুধিয়ক আহোম ৰাজমন্ত্ৰী [[পূৰ্ণানন্দ বুঢ়াগোঁহাই]]য়ে বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে। তেওঁৰ ৰাজ্য বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চল। ১৮২৬ চনত [[ইয়াণ্ডাবুৰ সন্ধি]] মতে অসম [[ইষ্ট ইণ্ডিয়া কোম্পানী|কোম্পানী]]ৰ হাতলৈ যায় যদিও সৰ্বানন্দই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বাহাল ৰাখিছিল। অৱশ্যে নিজৰ পাইকৰ দুই তৃতীয়াংশ কোম্পানীৰ হাতলৈ যায়। <ref name=shiv>বৰ্মন, শিৱনাথ (২০০০). ''অসমীয়া জীৱনী অভিধান''. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮</ref>
==তথ্য সমল==
==তথ্য সমল==
{{reflist}}
{{reflist}}

21:11, 3 December 2012ৰ সংস্কৰণ

সৰ্বানন্দ সিংহ ওৰফে মাটিবৰ
জন্ম বেংমৰা অঞ্চল
মৃত্যু ২ জানুৱাৰী, ১৮৩৯

সৰ্বানন্দ সিংহই মোৱামৰীয়া বিদ্ৰোহৰ অচিলাত স্বাধীন মটক ৰাজ্য ঘোষণা কৰিছিল। জন্মৰ নাম মাটিবৰ। ১৭৯১ চনত বেংমৰা (বৰ্তমানৰ তিনিচুকীয়া)ত ৰাজধানী পাতি নিজকে স্বাধীন ৰজা ঘোষণা কৰি সৰ্বানন্দ সিংহ নাম লয়। তেওঁ ৰংপুৰৰ সাময়িক বিদ্ৰোহী ৰজা ভৰত সিংহৰ ফলীয়া আছিল। ভৰতক সহায় কৰিবলৈ নিজৰ বিষয়া গোধা বৰবৰুৱাক ৰংপুৰলৈ পঠিয়াইছিল। বুধিয়ক আহোম ৰাজমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোঁহাইয়ে বিদ্ৰোহ শামকটাবৰ বাবে সৰ্বানন্দক 'বৰ সেনাপতি' উপাধি দি আহোম ৰাজ্যৰ বহতীয়া ৰজা পাতে। তেওঁৰ ৰাজ্য বুঢ়ীদিহিং আৰু ব্ৰহ্মপুত্ৰৰ মাজৰ অঞ্চল। ১৮২৬ চনত ইয়াণ্ডাবুৰ সন্ধি মতে অসম কোম্পানীৰ হাতলৈ যায় যদিও সৰ্বানন্দই চুক্তি কৰি নিজৰ স্বতন্ত্ৰতা বাহাল ৰাখিছিল। অৱশ্যে নিজৰ পাইকৰ দুই তৃতীয়াংশ কোম্পানীৰ হাতলৈ যায়। [1]

তথ্য সমল

  1. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ২৮৮