যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
18 নং শাৰী: 18 নং শাৰী:


==প্ৰতিষ্ঠা==
==প্ৰতিষ্ঠা==
১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই [[যোৰহাট জিলা|যোৰহাট]] আৰু [[গোলাঘাট জিলা]]ত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহাৰ্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে [[ক’হিমা]]ত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন '''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' নামেৰে জনাজাত।


==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==
==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==

15:44, 24 December 2012ৰ সংস্কৰণ

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
jorhat govt boys school.jpg
বিদ্যালয়ৰ মূল ঘৰ
অৱস্থান
যোৰহাট,  ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১৮৮৩
কেম্পাছ Urban
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC
ৱেবছাইট

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় (ইংৰাজী: Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰা। ই যোৰহাটৰ সোণাৰু পথত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছেঅসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।

প্ৰতিষ্ঠা

১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই যোৰহাট আৰু গোলাঘাট জিলাত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহাৰ্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে ক’হিমাত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় নামেৰে জনাজাত।

বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি

লগতে চাওক

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ