যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
(edited with ProveIt)
4 নং শাৰী: 4 নং শাৰী:
|caption = বিদ্যালয়ৰ মূল ঘৰ
|caption = বিদ্যালয়ৰ মূল ঘৰ
|motto =
|motto =
|established = ১৮৮৩
|established = ১৮৮৩ চন
|type = [[:en:Public school (government funded)|ৰাজহুৱা]]
|type = [[:en:Public school (government funded)|ৰাজহুৱা]]
|principal in charge = Sri Nripen Acharyya
|principal in charge =
|city = [[যোৰহাট]]
|city = [[যোৰহাট]]
|Post Office = যোৰহাট
|Post Office = যোৰহাট
|country = {{flag|India}}
|country = {{flagicon|India}} ভাৰত
|affiliations = [[:en:Board of Secondary Education, Assam|SEBA]] আৰু [[:en:AHSEC|AHSEC]]
|affiliations = [[:en:Board of Secondary Education, Assam|SEBA]] আৰু [[:en:AHSEC|AHSEC]]
|campus = [[:en:urban area|Urban]]
|campus = [[:en:urban area|Urban]]
15 নং শাৰী: 15 নং শাৰী:
}}
}}


'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰা। ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে[[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ ([[:en:Board of Secondary Education, Assam|SEBA]])ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়। আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।
'''যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়''' ({{lang-en|Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School}}) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।<ref name="infoline">{{cite web | url=http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school | title=Jorhat Govt. Boys H.S and M.P. School | accessdate=December 24, 2012}}</ref> ই যোৰহাটৰ ''সোণাৰু পথ''ত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছে[[Assamese language|অসমীয়া]]। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ ([[:en:Board of Secondary Education, Assam|SEBA]])ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" /> আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।<ref name="infoline" />


==প্ৰতিষ্ঠা==
==প্ৰতিষ্ঠা==
21 নং শাৰী: 21 নং শাৰী:


==কৃতিত্ব==
==কৃতিত্ব==
*১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।
*১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।<ref name="জনমভূমি">{{cite news | title=সোঁৱৰণত যোৰহাট গভট | date=২৩ ডিচেম্বৰ | agency=দৈনিক জনমভূমি | accessdate=December 24, 2012 | author=হেমন্ত কলিতা | pages=৬ পৃষ্ঠা}}</ref>


==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==
==বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি==
===অসম সাহিত্য সভাৰ সভাপতি===
===অসম সাহিত্য সভাৰ সভাপতি===
অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।
অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।<ref name="জনমভূমি" />
*পদ্মনাথ গোহাঞি বৰুৱা (শিক্ষক)
*পদ্মনাথ গোহাঞি বৰুৱা (শিক্ষক)
*চন্দ্ৰধৰ বৰুৱা
*চন্দ্ৰধৰ বৰুৱা
45 নং শাৰী: 45 নং শাৰী:
*অজিত কুমাৰ শৰ্মা, সাংসদ
*অজিত কুমাৰ শৰ্মা, সাংসদ
*বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
*বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
*হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাকতন মন্ত্ৰী
*হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন মন্ত্ৰী
*তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী
*তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী<ref name="জনমভূমি" />


===শিল্পী===
===শিল্পী===
53 নং শাৰী: 53 নং শাৰী:
*আব্দুল মজিদ
*আব্দুল মজিদ
*পুলক গগৈ
*পুলক গগৈ
*জিতু-তপন
*জিতু-তপন<ref name="জনমভূমি" />


===খেলুৱৈ===
===খেলুৱৈ===
ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।
ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।<ref name="জনমভূমি" />


===অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল===
===অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল===
71 নং শাৰী: 71 নং শাৰী:
*ড° জিতেন্দ্ৰ নাথ গোস্বামী, বিজ্ঞানী
*ড° জিতেন্দ্ৰ নাথ গোস্বামী, বিজ্ঞানী
*জিতেন্দ্ৰ গোপাল বৰপূজাৰী, অৰ্থনীতিবিদ
*জিতেন্দ্ৰ গোপাল বৰপূজাৰী, অৰ্থনীতিবিদ
*ডাঃ ধ্ৰুৱজ্যোতি বৰা, [[যোৰহাট চিকিৎসা মহাবিদ্যালয়]]ৰ অধ্যক্ষ
*ডাঃ ধ্ৰুৱজ্যোতি বৰা, [[যোৰহাট চিকিৎসা মহাবিদ্যালয়]]ৰ অধ্যক্ষ<ref name="জনমভূমি" />


==লগতে চাওক==
==লগতে চাওক==
*[[জগন্নাথ বৰুৱা মহাবিদ্যালয়]]


==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==
{{Reflist}}
{{Reflist}}

==বাহ্যিক সংযোগ==
*[http://www.jorhatgovtboysschool.org আনুষ্ঠানিক ৱেবছাইট]

15:58, 24 December 2012ৰ সংস্কৰণ

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়
jorhat govt boys school.jpg
বিদ্যালয়ৰ মূল ঘৰ
অৱস্থান
যোৰহাট, ভাৰত ভাৰত
প্ৰাথমিক তথ্যসমূহ
প্ৰকাৰ ৰাজহুৱা
প্ৰতিষ্ঠাকাল ১৮৮৩ চন
কেম্পাছ Urban
অন্তৰ্ভূক্তিসমূহ SEBA আৰু AHSEC
ৱেবছাইট

যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় (ইংৰাজী: Jorhat Govt. Boys’ Higher Secondary and Multi-Purpose School) যোৰহাটৰ এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। ইয়াক ১৮৮৩ চনত বৃটিচ চৰকাৰে স্থাপনা কৰিছিল।[1] ই যোৰহাটৰ সোণাৰু পথত মুখ্য ডাকঘৰৰ ওচৰতে অৱস্থিত। এই বিদ্যালয়ত প্ৰায় ৫৬ জন শিক্ষক-শিক্ষয়িত্ৰী আৰু প্ৰায় ১৬০০ জন ছাত্ৰ আছে। শিক্ষাৰ মাধ্যম হৈছেঅসমীয়া। ইয়াৰ দশম শ্ৰেণীৰ ছাত্ৰসকল অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হয়।[1] আনহাতে, দ্বাদশ শ্ৰেণীৰ ছাত্ৰসকল অসম উচ্চতৰ মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত Higher Secondary School Leaving Certificate পৰীক্ষাত অৱতীৰ্ণ হয়।[1]

প্ৰতিষ্ঠা

১৮৬৭ চনত জৰ্জ ৱিলিয়ামছন, নামৰ এজন উচ্চ ব্ৰিটিছ প্ৰশাসনিক বিষয়াই যোৰহাট আৰু গোলাঘাট জিলাত শিক্ষা প্ৰসাৰৰ বাবে এক লাখ টকা সাহাৰ্য আগবঢ়ায়। এই পুঁজিৰ সহায়তেই ১৮৭৬ চনত আঠজন ছাত্ৰৰ সৈতে ৱিলিয়মছন আৰ্টিজান স্কুল প্ৰতিষ্ঠা কৰা হয়। চৰকাৰী নিৰ্দেশমতে ক’হিমাত এখন বিদ্যালয় প্ৰতিষ্ঠা কৰা হয়। কিন্তু ছাত্ৰৰ অভাৱত বিদ্যালয়খন বন্ধ ৰখা হয়। পাছত যোৰহাটত এখন বিদ্যালয়ৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। ১৮৮৩ চনত ক’হিমাৰ বিদ্যালয়খন যোৰহাটলৈ স্থানান্তৰ কৰা হয় আৰু ইয়াক ৱিলিয়ামছন স্কুলৰ লগত একেলগ কৰা হ’ল। বৰ্তমান এই বিদ্যালয়খন যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয় নামেৰে জনাজাত।

কৃতিত্ব

  • ১৯২৫ চনৰ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ মেট্ৰিকুলেশ্যন পৰীক্ষাৰ ফলাফলত নিখিল বন্ধু মিত্ৰই প্ৰথম স্থান দখল কৰিছিল।[2]

বিদ্যালয়ৰ লগত জড়িত উল্লেখযোগ্য ব্যক্তি

অসম সাহিত্য সভাৰ সভাপতি

অসম সাহিত্য সভাৰ পদ অলংকৃত কৰা বাৰজন ব্যক্তি যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বালক বিদ্যালয়ৰে। ইয়াৰে তিনিজন এই বিদ্যালয়ৰ শিক্ষক আছিল আৰু আন নজন এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

  • পদ্মনাথ গোহাঞি বৰুৱা (শিক্ষক)
  • চন্দ্ৰধৰ বৰুৱা
  • কৃষ্ণকান্ত সন্দিকৈ
  • ত্ৰৈলোক্যনাথ গোস্বামী (শিক্ষক)
  • মিত্ৰদেৱ মহন্ত
  • ডিম্বেশ্বৰ নেওগ (শিক্ষক)
  • বিনন্দ চন্দ্ৰ বৰুৱা
  • আনন্দ চন্দ্ৰ বৰুৱা
  • ড মহেশ্বৰ নেওগ
  • যজ্ঞেশ্বৰ শৰ্মা
  • চৈয়দ আব্দুল মালিক
  • ড বীৰেন্দ্ৰ নাথ ভট্টাচাৰ্য

ৰাজনৈতিক নেতা

  • বিপিন পাল দাস, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী
  • ৰাজেন বৰুৱা, প্ৰাক্তন সাংসদ
  • নবীন চন্দ্ৰ বুঢ়াগোঁহাই, প্ৰাক্তন সাংসদ
  • অজিত কুমাৰ শৰ্মা, সাংসদ
  • বিজয় কৃষ্ণ সন্দিকৈ, প্ৰাক্তন মন্ত্ৰী
  • হিতেন্দ্ৰনাথ গোস্বামী, প্ৰাক্তন মন্ত্ৰী
  • তৰুণ গগৈ, অসমৰ মুখ্যমন্ত্ৰী[2]

শিল্পী

  • পদুম বৰুৱা
  • প্ৰদীপ চলিহা
  • আব্দুল মজিদ
  • পুলক গগৈ
  • জিতু-তপন[2]

খেলুৱৈ

ফণী দত্ত, খাকান আহমেদ, মৃগেন ভৰালী, মাচুদ ৰচিদ, নন্দন বেজবৰুৱা, দিলোৱাৰ জামান, মহিবুৰ ৰহমান, দিলীপ শৰ্মা, অমল বৰপূজাৰী, হেৰল্ড চাঙমা, বিচিত্ৰ গগৈ, গণেশ বৰা, পৰাগ ভট্টাচাৰ্য আদি কৰি বহুতো ক্ৰিকেট, ফুটবল, ভলীবল, এথেলেটিকছ খেলুৱৈ এই বিদ্যালয়ৰ ছাত্ৰ আছিল।[2]

অন্যান্য প্ৰসিদ্ধ ব্যক্তিসকল

  • আব্দুল মজিদ, প্ৰথমজন অসমীয়া ন্যায়াধীশ
  • ইমদাদ আলী, প্ৰথমজন অসমীয়া ৰাষ্ট্ৰদূত
  • মদন প্ৰসাদ বেজবৰুৱা, ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত সচিব
  • ফণীধৰ দত্ত
  • ৰাধানাথ ফুকন
  • তুলসীনাথ শৰ্মা
  • অমূল্য বৰুৱা, কবি
  • বীৰেন বৰঠাকুৰ, আই পি এছ
  • সোণাৰাম চুতীয়া, বিশিষ্ট বৈষ্ণৱ পণ্ডিত
  • ড° দীননাথ বৰুৱা, বিজ্ঞানী
  • ড° জিতেন্দ্ৰ নাথ গোস্বামী, বিজ্ঞানী
  • জিতেন্দ্ৰ গোপাল বৰপূজাৰী, অৰ্থনীতিবিদ
  • ডাঃ ধ্ৰুৱজ্যোতি বৰা, যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ[2]

লগতে চাওক

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 "Jorhat Govt. Boys H.S and M.P. School". http://www.educationinfoline.com/School/Details/484/jorhat-govt-boys-h-s-and-m-p-school। আহৰণ কৰা হৈছে: December 24, 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 হেমন্ত কলিতা (২৩ ডিচেম্বৰ). "সোঁৱৰণত যোৰহাট গভট". দৈনিক জনমভূমি. পৃষ্ঠা ৬ পৃষ্ঠা.