ৰেখা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
r2.7.1) (ৰবট যোগ দিছে :pfl:Grad
r2.6.6) (Robot: Modifying pfl:Grad to pfl:Grad (Linie)
74 নং শাৰী: 74 নং শাৰী:
[[nn:Linje]]
[[nn:Linje]]
[[no:Linje]]
[[no:Linje]]
[[pfl:Grad]]
[[pfl:Grad (Linie)]]
[[pl:Prosta]]
[[pl:Prosta]]
[[ps:کرښه (مېچپوهنه)]]
[[ps:کرښه (مېچپوهنه)]]

17:00, 19 February 2013ৰ সংস্কৰণ

এদাল সৰল ৰেখা

সংজ্ঞা: বিন্দুৰ গতিপথকে (locus) ৰেখা বোলে। বিন্দুৱে দিশ নসলোৱাকৈ গতি কৰিলে সৰল ৰেখা আৰু বক্ৰপথত গতি লৰিলে বক্ৰৰেখাৰ সৃষ্টি হয়।

ৰেখাৰ সহায়ত বিভিন্ন ধৰণৰ জ্যামিতিক আকাৰৰ পৰিসীমা তৈয়াৰ কৰা যায়। উদাহৰণস্বৰূপে সৰলৰেখাৰ সহায়ত ত্ৰিভূজ, চতুৰ্ভূজ, আয়তক্ষেত্ৰ, ৰম্বাছ, সামান্তৰিক, পঞ্চভূজ ইত্যাদি তৈয়াৰ কৰা হয়। আনহাতে বক্ৰৰেখাৰ সহায়ত বৃত্ত, উপবৃত্ত, অধিবৃত্ত ইত্যাদি তৈয়াৰ কৰা হয়। ইঞ্জিনিয়াৰিং বা পদাৰ্থবিজ্ঞান প্ৰভৃতি বিষয়ত গণনাকাৰ্য্যত ৰেখাৰ গুৰুত্ব অপৰিসীম।

চিত্ৰকলাটো ৰেখাৰ ব্যৱহাৰ উল্লেখযোগ্য। বিভিন্ন ধৰণৰ ৰেখাৰ ৰূপকৰ সহায়ত শিল্পীসকলে তেওঁলোকৰ বিভিন্ন ৰেখাচিত্ৰ অংকণ কৰে।

Three lines — the red and blue lines have the same slope, while the red and green ones have same y-intercept.


তথ্যসূত্ৰ

  • Faber, Richard L. (1983). Foundations of Euclidean and Non-Euclidean Geometry. প্ৰকাশক New York, United States: Marcel Dekker. ISBN 0-8247-1748-1. 

বাহ্যিক সংযোগ