মৰিগাঁও জিলা: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
অ r2.7.3) (Robot: Modifying en:Marigaon district to en:Morigaon district |
অ Bot: Migrating 8 interwiki links, now provided by Wikidata on d:q42737 (translate me) |
||
43 নং শাৰী: | 43 নং শাৰী: | ||
[[en:Morigaon district]] |
[[en:Morigaon district]] |
||
[[es:Distrito de Marigaon]] |
|||
[[hi:मारिगांव जिला]] |
|||
[[it:Distretto di Marigaon]] |
|||
[[nl:Marigaon (district)]] |
|||
[[no:Marigaon (distrikt)]] |
|||
[[pnb:ضلع ماریگون]] |
|||
[[ru:Маригаон (округ)]] |
|||
[[vi:Marigaon (huyện)]] |
23:34, 6 March 2013ৰ সংস্কৰণ
মৰিগাঁও জিলা | |
---|---|
— জিলা — | |
অসমৰ মানচিত্ৰত মৰিগাঁও জিলাৰ অৱস্থান | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
সদৰ | মৰিগাঁও |
মাটিকালি | |
- মুঠ | ১,৫৫০ কি.মি.২ (৫৯৮.৫ বৰ্গ মাইল) |
জনসংখ্যা (২০১১) | |
- মুঠ | ৯,৫৭,৮৫৩ জন |
সময় অঞ্চল | IST (গ্ৰী.মা.স.+5:30) |
ৱেবছাইট | www.morigaon.nic.in |
মৰিগাঁও জিলা ভাৰতৰ অসম ৰাজ্যৰ সাতাইশখন জিলাৰ ভিতৰত এখন৷ ইয়াৰ সদৰ স্থানৰ নামো মৰিগাঁও৷ পূৰ্বতে মৰিগাঁও নগাঁও জিলাৰ অন্তৰ্গত আছিল৷ ১৯৮৯ চনত ইয়াক এক সকীয়া জিলাৰূপে স্বীকৃতি দিয়া হয়৷
ভূগোল
মৰিগাঁও জিলাৰ মুঠ মাটিকালি হৈছে ১,৭০৪ বৰ্গ কিঃমিঃ ৷ জিলাখনৰ উত্তৰ দিশে ব্ৰহ্মপুত্ৰ নদী, পূব দিশে নগাঁও জিলা, দক্ষিণ দিশে কাৰ্বি আংলং জিলা আৰু পশ্চিম দিশে কামৰূপ মহানগৰ জিলা৷
কলং, কপিলি আৰু কিলিং নদী জিলাখনৰ দক্ষিণ দিশে বৈ গৈছে ৷ কিলিং নদী মটিপৰ্বত নামৰ অঞ্চলটোত কপিলি নদীৰ লগত মিলিত হৈছে আৰু তাৰ পৰা কপিলি পশ্চিম দিশে বৈ গৈছে ৷ কলং নদী জাগী দুই খুটি মুখত কপিলিৰ লগত মিলি তাৰ পৰা দুইখন নদী একেলগে ব্ৰক্ষ্মপুত্ৰ নদীত পৰিছেগৈ ৷ জিলাখনৰ সাধাৰণ ৰূপ অতিকৈ আকৰ্ষণীয় ৷
অৰ্থতন্ত্ৰ
২০০৬ বৰ্ষত ভাৰত চৰকাৰে মৰিগাঁও জিলাক দেশৰ ২৫০ খন অত্যন্ত পিছপৰা জিলাৰ ভিতৰত এখন ৰূপে ঘোষণা কৰিছে (সৰ্বমুঠ ৬৪০ জিলাৰ ভিতৰত) ৷ এই জিলা 'পিছপৰা অঞ্চল অনুদান আচনি'ৰ অধীনত পুঁজি গ্ৰহণ কৰি থকা অসমৰ ১১ খন জিলাৰ ভিতৰত অন্যতম ৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি মৰিগাঁও জিলাৰ মুঠ জনসংখ্যা ৯,৫৭,৮৫৩।
তথ্য সংগ্ৰহ
|