শেলাই: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
তথ্য সংযোগ
1 নং শাৰী: 1 নং শাৰী:
{{paraphyletic group

|domain=[[Eukaryota]]
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
|image=NSW seabed 1.JPG

|image_width=263px
|image_caption=A variety of algae growing on the sea bed in shallow waters off the [[New South Wales]] coast
|includes=
* [[Archaeplastida]]
** [[Chlorophyta]] (green algae)
** [[Rhodophyta]] (red algae)
** [[Glaucophyta]]
* [[Rhizaria]], [[Excavata]]
** [[Chlorarachniophytes]]
** [[Euglenids]]
* [[Chromista]], [[Alveolata]]
** [[Heterokonts]]
*** [[Bacillariophyceae]] (Diatoms)
*** [[Axodine]]
*** [[Bolidomonas]]
*** [[Eustigmatophyceae]]
*** [[Phaeophyceae]] (brown algae)
*** [[Chrysophyceae]] (golden algae)
*** [[Raphidophyceae]]
*** [[Synurophyceae]]
*** [[Xanthophyceae]] (yellow-green algae)
** [[Cryptophyta]]
** [[Dinoflagellates]]
** [[Haptophyta]]
|excludes=
* [[Cyanobacteria]]
* [[Plant]]ae}}
[[File:AlgaeTree.png|thumb|260px|The lineage of algae according to [[Thomas Cavalier-Smith]].
'''শেলাই'''({{lang-en|Algae}}) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক [[উদ্ভিদ]]৷ ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷<ref name="গ্ৰন্থ ১" />

==বাসস্থান==
==বাসস্থান==

শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷
শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ [[পানী]]ত বা অপৰিষ্কাৰ দুৰ্গন্ধময় [[পানী]]ত ওপঙি থাকে অথবা [[পানী]]ত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে [[উদ্ভিদ]] বা [[প্ৰাণী]]ৰ দেহত অন্তৰ (endophyte)[[উদ্ভিদ]] হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই [[ভেঁকুৰ]]ৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷
[[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color [[Scanning electron micrograph]] of the unicellular [[coccolithophore]], ''[[Gephyrocapsa]] oceanica''.]]
==শ্ৰেণীবিভাজন==
Phylogeny based on plastid<ref name="Bhattacharya1998">{{cite journal
| last1 = Bhattacharya | first1 = D.
| last2 = Medlin | first2 = L.
| year = 1998
| journal = Plant Physiology
| volume = 116
| issue = 1
| pages = 9–15
| url = http://www.plantphysiol.org/cgi/reprint/116/1/9.pdf
| doi = 10.1104/pp.116.1.9
| title = Algal Phylogeny and the Origin of Land Plants
}}</ref> not nucleocytoplasmic genealogy:

{{clade|1=চায়ান'বেক্টেৰিয়া (Cyanobacteria)|2=
{{clade|[[Cyanelle]]s|2=
{{clade|label1=ৰ'ড'প্লাষ্ট (Rhodoplasts)|label2=ক্ল'ৰ'প্লাষ্ট (Chloroplasts)|1=
{{clade|1=ৰ'ড'ফাইটছ (Rhodophytes)|2=[[Heterokonts]]|3=
{{clade|[[Cryptomonad|Cryptophytes]]|[[Haptophytes]]}}
}}
|2=
{{clade|1=[[Euglenophyte]]s|2=
{{clade|1=
{{clade|1=[[Chlorophyte]]s|2={{clade|[[Charophyte]]s|[[Embryophytes|Higher plants (Embryophyta)]]}}}}
|2=[[Chlorarachniophytes]]
}}
}}
}}
}}
}}
==দেহৰ গঠন==
==দেহৰ গঠন==

34 নং শাৰী: 91 নং শাৰী:
*অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷

*উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷<ref name="গ্ৰন্থ ১" />

==তথ্য সংগ্ৰহ==
==তথ্য সংগ্ৰহ==

18:09, 5 October 2013ৰ সংস্কৰণ

সাঁচ:Paraphyletic group [[File:AlgaeTree.png|thumb|260px|The lineage of algae according to Thomas Cavalier-Smith. শেলাই(ইংৰাজী: Algae) সমূহ সমাংগদেহী বা থেল'ফাইটা (thallophyta) বিভাগৰ অন্তৰ্গত ক্ল'ৰ;ফিলযুক্ত একপ্ৰকাৰ প্ৰাচীনতম আৰু নিম্নশ্ৰেণীৰ স্বপুষ্ট(autotrophic) অপুষ্পক উদ্ভিদ৷ ইহঁতৰ দেহ মূল,কাণ্ড আৰু পাতত বিভক্ত নহয়৷ বিজ্ঞানৰ যি শাখাত শেলাই সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক এলগ'ল'জি (algology) বা ফাইক'ল'জি (phycology) বোলে৷ এই শাখাৰ বিশেষজ্ঞজনক ফাইক'ল'জিষ্ট (phycologist) বোলে৷[1]

বাসস্থান

শেলাইবিলাক প্ৰধানত: জলজ৷ ইহঁতে লৱণ আৰু অলৱণ পানীত বা অপৰিষ্কাৰ দুৰ্গন্ধময় পানীত ওপঙি থাকে অথবা পানীত নিমজ্জিত কোনো আধাৰ (substratum) ত লাগি থাকে৷ কিছুমানে উদ্ভিদ বা প্ৰাণীৰ দেহত অন্তৰ (endophyte)উদ্ভিদ হিচাপে অথবা পৰাশ্ৰয়ী (epiphyte)হিচাপে বাস কৰে৷ কোনো কোনো ক্ষেত্ৰত শেলাই ভেঁকুৰৰ সৈতে সহজীৱী হিচাপে (যেনে-লাইকন) বাস কৰা দেখা যায়৷ [[File:Gephyrocapsa oceanica color.jpg|thumb|300px|False-color Scanning electron micrograph of the unicellular coccolithophore, Gephyrocapsa oceanica.]]

শ্ৰেণীবিভাজন

Phylogeny based on plastid[2] not nucleocytoplasmic genealogy:

চায়ান'বেক্টেৰিয়া (Cyanobacteria)

Cyanelles

ৰ'ড'প্লাষ্ট (Rhodoplasts)

ৰ'ড'ফাইটছ (Rhodophytes)

Heterokonts

Cryptophytes

Haptophytes

ক্ল'ৰ'প্লাষ্ট (Chloroplasts)

Euglenophytes

Chlorophytes

Charophytes

Higher plants (Embryophyta)

Chlorarachniophytes

দেহৰ গঠন

শেলাইৰ দেহৰ গঠন এককোষী সৰল প্ৰকৃতিৰপৰা বহুকোষী আৰু জটিল প্ৰকৃতিৰ হব পাৰে৷ এককোষী শেলাইসমূহ ফ্লেজেলাযুক্ত বা ফ্লেজেলাহীন আৰু অনেক ক্ষেত্ৰত দেখা যায় যে এইবিলাক লগহৈ উপনিবেশ (colony) গঠন কৰে৷ বহুকোষী শেলাইবিলাকৰ দেহ শাখাহীন বা শাখাযুক্ত সূত্ৰকাৰ (filamentous),ফোঁপোলা গোলাকাৰ বস্তুৰ দৰে বা উপনিবেশৰ দৰে হয়৷

কোষৰ গঠন

শেলাইৰ কোষ সংকোষকেন্দ্ৰীয় (eukaryotic) হয়৷ প্ৰতিটো কোষ এখন দুতৰপীয়া (two layered) বেৰৰ দ্বাৰা আবৃত হৈ থাকে৷ বেৰখন চেলুল'জ,পেকটিন প্ৰভৃতিৰ দ্বাৰা গঠিত৷ কোষত এক বা একাধিক কোষকেন্দ্ৰ,কোষপ্ৰৰস,গলগি বডি,ক্ল'ৰপ্লাষ্ট বা ক্ৰ'মেট'ফ'ৰ (chromatophore) ,অন্ত:প্ৰৰসীয় জালিকা থাকে৷ কিছুমানৰ দেহত চলন অংগ ফ্লেজেলা থাকে৷

ৰঞ্জক পদাৰ্থ

বিভিন্নধৰণৰ ৰঞ্জক পদাৰ্থ (pigments) থকাৰ বাবে শেলাইৰ ৰং নানাধৰণৰ হয়৷ ৰঞ্জক পদাৰ্থবোৰৰ ভিতৰত ক্ল'ৰফিল (chlorphyll),কেৰ'টিন (carotene),জেন্থ'ফিল (xanthophyll) আদিয়েই অন্যতম৷ কিছুমান শেলাই (সেউজীয়া শেলাই) ৰ ক্ল'ৰ;প্লাষ্টত পাইৰনইড (pyrenoid) নামৰ এবিধ দানাৰ দৰে বস্তু থাকে৷ এইবিলাক প্ৰটিনৰ দ্বাৰা গঠিত আৰু শ্বেতসাৰ দানাৰ দ্বাৰা পৰিবেষ্টিত হৈ থাকে৷[1]

সঞ্চিত খাদ্য

শেলাইৰ দেহত প্ৰধান সঞ্চিত খাদ্যৰূপে কাৰ্ব'হাইড্ৰেট থাকে,কিন্তু ভিন্ন ভিন্ন শেলাইত কাৰ্ব'হাইড্ৰেটৰ প্ৰকৃতিও বিভিন্ন ধৰণৰ হয়,যেনে- শ্বেতসাৰ (সেউজীয়া শেলাই),মেনিট'ল আৰু লেমিনেৰিম (manitol and laminarin)(মুগা বৰণীয়া শেলাই),ফ্ল'ৰিডিয়ান শ্বেতসাৰ (ৰঙা শেলাই) ইত্যাদি৷ বিভিন্ন ধৰণৰ কাৰ্ব'হাইড্ৰেটৰ বাহিৰেও স্নেহপদাৰ্থ আৰু তেল (fats and oil),লিউক'ছিন (luecosin),পেৰামাইলাম (paramylum) আদি শেলাইৰ কোষত সঞ্চিত খাদ্যৰূপে থাকে৷

প্ৰজনন

শেলাইয়ে প্ৰজনন কৰা পদ্ধতিসমূহ-

  1. অংগজ প্ৰজনন (Vegetative reproduction) : এককোষী শেলাইবিলাকে কোষবিভাজনৰ দ্বাৰা ইহঁতৰ সংখ্যা বৃদ্ধি কৰে৷ বহুকোষী সূত্ৰকাৰ অথবা উপনিবেশ প্ৰকৃতিৰ শেলাইবিলাকে খণ্ডিতকৰণ (fragmentation) ৰ দ্বাৰা অংগজ প্ৰজনন সম্পন্ন কৰে৷
  2. অযৌন প্ৰজনন (Asexual reproduction): বিভিন্ন প্ৰকাৰৰ ৰেণুৰ দ্বাৰা শেলাইবিলাকে অযৌন প্ৰজনন সম্পন্ন কৰে৷ এই ৰেণুবিলাক হ'ল চলৰেণু (zoospore),এপ্লান'ৰেণু (aplanospore),টেট্ৰাৰেণু (tetraspore),এককৰেণু (monospore)অট'ৰেণু (autospore) ইত্যাদি৷,
  3. যৌন প্ৰজনন (Sexual reproduction): এই প্ৰক্ৰিয়াত দুটা বিপৰীত যৌনতাসম্পন্ন জননকোষ (gamete) ৰ মিলন ঘটে৷ মিলিত হোৱা জননকোষ দুটা একে উদ্ভিদ সহবাসী(monoecious),বা ভিন্নবাসী (dioecious) ৰ পৰা উৎপন্ন হ'ব পাৰে৷ শেলাইৰ যৌন প্ৰজনন প্ৰধানত: তিনিটা পদ্ধতিত সম্ভৱ,যেনে-
  • সমজননকোষী বা আইছ'গেমাছ (Isogamous) :দুটা সম আকাৰ আৰু আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন জননকোষৰ মাজত মিলিত হ'লে তাক আইছ'গেমি (isogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক সম জননকোষী বা আইছ'গেমাছ (isogamous) বোলে৷ সম আকাৰ আৰু আকৃতিৰ জননকোষবোৰক সম জননকোষ (isogamete) বোলে৷
  • অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) : অসম আকৃতিৰ ফ্লেজেলাযুক্ত বা ফ্লেজেলাবিহীন দুটা জননকোষৰ মিলন হ'লে তাক এনআইছ'গেমি (Anisogamy) বোলে আৰু এনেধৰণৰ যৌন প্ৰজননক অসম জননকোষী বা এনআইছ'গেমাছ (Anisogamous) বোলে৷ অসম আকাৰৰ জননকোষবোৰক অসম জননকোষ (Anisogamete) বোলে৷
  • উগেমাছ (Oogamous) : আকৃতি আৰু চৰিত্ৰগতভাৱে পৃথক দুটা জননকোষৰ মাজত মিলন হ'লে তাক উগেমী (oogamy) আৰু এনেধৰণৰ যৌন প্ৰজননক উগেমাছ (oogamous) বোলে৷ এই প্ৰকাৰ যৌন প্ৰজননত বৃহৎ জননকোষ বা ডিম্নাণু (egg) টো ফ্লেজেলাবিহীন,অচল হয় আৰু তুলনামূলকভাৱে ক্ষুদ্ৰ জননকোষ বা শুক্ৰাণুটো ফ্লেজেলাযুক্ত (ৰঙা শেলাই ব্যতীত) আৰু সক্ৰিয় হয়৷[1]

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা" লেখক - কৰুনা কান্ত দাস আৰু ড° অনুপ কুমাৰ চক্ৰবৰ্ত্তী ৷ প্ৰকাশক - শ্ৰী শান্তিৰঞ্জন দে,বীণা লাইব্ৰেৰী,কলেজ হোষ্টেল ৰোড,পানবজাৰ,গুৱাহাটী -৭৮৭০০১, অসম৷ পৃষ্ঠা ৩৪৪
  2. Bhattacharya, D.; Medlin, L. (1998). "Algal Phylogeny and the Origin of Land Plants". Plant Physiology খণ্ড 116 (1): 9–15. doi:10.1104/pp.116.1.9. http://www.plantphysiol.org/cgi/reprint/116/1/9.pdf. 

বাহ্যিক সংযোগ