গাখীৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
Bot: Migrating 148 interwiki links, now provided by Wikidata on d:q8495 (translate me)
No edit summary
2 নং শাৰী: 2 নং শাৰী:


[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
[[চিত্ৰ:Milk glass.jpg|200px|right|thumb|এক গিলাচ গাখীৰ]]
গাখীৰ হ’ল [[স্তন্যপায়ী প্ৰাণী]]ৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক [[কলষ্ট্ৰাম]] (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল [[চৰ্বি]] বা ফেট, [[প্ৰ'টিন]] বা মাংসসাৰ, [[কেলছিয়াম]] আৰু [[ভিটামিন C]] । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ [[আম্লিক ধৰ্ম]]ৰ ।
'''গাখীৰ''' ({{lang-en|Milk}}) হ’ল [[স্তন্যপায়ী প্ৰাণী]]ৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক [[কলষ্ট্ৰাম]] (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল [[চৰ্বি]] বা ফেট, [[প্ৰ'টিন]] বা মাংসসাৰ, [[কেলছিয়াম]] আৰু [[ভিটামিন C]] । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ [[আম্লিক ধৰ্ম]]ৰ ।
একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -
{| class="wikitable"
|-

|শক্তি (Energy) || ১৬০ কেলৰি || ভিটামিন ৬%
|-
| চৰ্বী (Fat) || ৯ গ্ৰাম || কেলছিয়াম ৩০%
|-
| শৰ্কৰা (Carbohydrates) || ১২ গ্ৰাম || ছ'ডিয়াম ১২০ মিলিগ্ৰাম
|-
|প্ৰ'টিন (Protein) || ৯ গ্ৰাম || কলেষ্টেৰল ৩৫ মিলিগ্ৰাম
|}
{|

<ref name="গ্ৰন্থ ১" <ref>{{cite journal | title= গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন |author= ডা° ৰজত বুঢ়াগোহাঁই | journal= প্ৰান্তিক| year= ২০১২| month= ১ - ১৫ নৱেম্বৰ | volume= ৩১শ বছৰ | issue= ২৩শ সংখ্যা| pages= পৃষ্ঠা ২৭ - ২৮}}</ref>
== ব্যৱহাৰৰ প্ৰকাৰ ==
== ব্যৱহাৰৰ প্ৰকাৰ ==
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।
=== প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ ===
=== প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ ===
[[File:Feeding Is Fun.jpg|thumb|A [[human]] baby feeding on its mother's milk]]
[[File:Goat kid feeding on mothers milk.jpg|thumb|A [[goat]] kid feeding on its mother's milk]]

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা [[স্তন্যপায়ী প্ৰাণী]]য়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
=== মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত ===
12 নং শাৰী: 30 নং শাৰী:
==এৱা গাখীৰ==
==এৱা গাখীৰ==
দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি। <!--[[সদস্য:Vkborah/এৱা গাখীৰ]]ৰ পৰা -->
দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি। <!--[[সদস্য:Vkborah/এৱা গাখীৰ]]ৰ পৰা -->

==তথ্য সংগ্ৰহ==
{{Reflist}}

==বাহ্যিক সংযোগ==


[[শ্ৰেণী:পানীয়]]
[[শ্ৰেণী:পানীয়]]

16:57, 11 December 2013ৰ সংস্কৰণ

এক গিলাচ গাখীৰ

গাখীৰ (ইংৰাজী: Milk) হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ । এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ । যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয় । শিশুৰ জন্মৰ পাছত সৃষ্টি হোৱা প্ৰথম গাখীৰকণ যাক কলষ্ট্ৰাম (Colostum) বুলি কোৱা হয়, ইয়াত যথেষ্ট পৰিমাণৰ পুষ্টিকৰ গুণ থাকে যি সদ্যজন্ম শিশুটিক বেমাৰৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা গঢ়াত সহায় কৰে । প্ৰাণী ভেদে গাখীৰৰ উপাদানসমূহ ভিন ভিন হয় যদিও ইয়াৰ মূল উপাদানসমূহ হ’ল চৰ্বি বা ফেট, প্ৰ'টিন বা মাংসসাৰ, কেলছিয়াম আৰু ভিটামিন C । গৰুৰ গাখীৰৰ ph লেভেল হ’ল ৬.৪ পৰা ৬.৮, যি অলপ আম্লিক ধৰ্মৰ । একাপ গাখীৰত (২৪০ মিলিলিটাৰ) থকা পুষ্টিকাৰক পদাৰ্থবোৰৰ পৰিমাণ তলত দিয়া তালিকাৰ দৰে -

শক্তি (Energy) ১৬০ কেলৰি ভিটামিন ৬%
চৰ্বী (Fat) ৯ গ্ৰাম কেলছিয়াম ৩০%
শৰ্কৰা (Carbohydrates) ১২ গ্ৰাম ছ'ডিয়াম ১২০ মিলিগ্ৰাম
প্ৰ'টিন (Protein) ৯ গ্ৰাম কলেষ্টেৰল ৩৫ মিলিগ্ৰাম
[1]

ব্যৱহাৰৰ প্ৰকাৰ

গাখীৰ মূলতঃ দুই ধৰণে ব্যৱহাৰ হয় – প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ হিচাপে আৰু মানুহৰ দ্বাৰা বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰণত ।

প্ৰাকৃতিক ভাবে শিশুৰ আহাৰ

A human baby feeding on its mother's milk
A goat kid feeding on its mother's milk

মাকৰ স্তনৰ পৰা শিশুৱে গাখীৰ আহাৰ হিচাপে সকেলা স্তন্যপায়ী প্ৰাণীয়ে গ্ৰহণ কৰে । শিশুৱে যেতিয়া নিজে অন্য আহাৰ খাব আৰু হজম কৰিব পৰা হয় তেতিয়া গাখীৰ গ্ৰহণ কৰা বাদ দিয়ে । মানুহৰ ক্ষেত্ৰত কোনো কোনো সংস্কৃতিত সাত বছৰ পৰ্যন্ত শিশুৱে মাকৰ গাখীৰ খায় ।

মানুহৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰাত

মানুহে গাখীৰ প্ৰধানকৈ তৃণভোজী প্ৰাণীৰ পৰা আহৰণ কৰি বিভিন্ন খাদ্য প্ৰস্তুত কৰা তথা গাখীৰ পোনপতীয়াকৈ খাবলৈ ব্যবহাৰ কৰে । তৃণভোজী প্ৰাণীৰ ভিতৰত গৰু আৰু ম'হৰ গাখীৰ বেছি প্ৰচলন । ভেড়া, ছাগলী, মেথোন আদি প্ৰাণীৰো গাখীৰ ব্যৱহাৰ কৰা হয় । গাখীৰৰ পৰা ক্ৰীম, মাখন, ঘী, পনীৰ, চিজ, আইচ ক্ৰীম আদি বিভিন্ন খাদ্য বস্তু প্ৰস্তুত কৰা হয় । ইয়াৰ উপৰিও বিভিন্ন খাদ্য বস্তুত গাখীৰ মূল উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

এৱা গাখীৰ

দৈ নবন্ধাকৈ বা ফাটি নোজোৱাকৈ ৰখা গাখীৰক এৱা গাখীৰ বোলে। গাখীৰ ভালে ৰাখিবলৈ ক সময়ে সময়ে উতলাই ৰাখিব লগীয়া হয়। ফ্ৰিজ বা বৰফৰ মাজত ৰাখিও গাখীৰ দীৰ্ঘ সময়ৰ কাৰণে গাখীৰ ভালে ৰাখিব পাৰি।

তথ্য সংগ্ৰহ

  1. ডা° ৰজত বুঢ়াগোহাঁই (১ - ১৫ নৱেম্বৰ ২০১২). "গাখীৰৰ পুষ্টিগুণ আৰু উতলালে হ'ব পৰা পৰিবৰ্তন". প্ৰান্তিক খণ্ড ৩১শ বছৰ (২৩শ সংখ্যা): পৃষ্ঠা ২৭ - ২৮. 

বাহ্যিক সংযোগ