ধূমকেতু: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
No edit summary |
|||
8 নং শাৰী: | 8 নং শাৰী: | ||
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]] |
[[File:Iss030e015472 Edit.jpg|thumb|[[C/2011 W3 (Lovejoy)|Comet Lovejoy]] (<small>C/2011 W3</small>) from orbit]] |
||
==কেইটামান উল্লেখযোগ্য ধূমকেতু== |
==কেইটামান উল্লেখযোগ্য ধূমকেতু== |
||
#হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷ [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷ |
#'''হুমাছন ধূমকেতু''' - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো [[সূৰ্য্য]]ৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা [[কাৰ্বন মন'অক্সাইড]]ৰ আয়নৰ বাবে৷ [[সূৰ্য্য]]ৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ [[পানী]] বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ [[কাৰ্বন-মন'অক্সাইড]] বুলি কোৱা হৈছে৷ |
||
#লাভজয় ধূমকেতু - এই ধূমকেতুটো [[অষ্ট্ৰেলিয়া]]ৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে [[সূৰ্য্য]]পৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷ |
#'''লাভজয় ধূমকেতু''' - এই ধূমকেতুটো [[অষ্ট্ৰেলিয়া]]ৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে [[সূৰ্য্য]]পৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷ |
||
#'''এৰেণ্ড-ৰলাণ্ড ধূমকেতু''' - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল৷ ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ [[সূৰ্য্য]]ৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল৷ এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল৷ এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে [[সূৰ্য্য]]ৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল৷ |
|||
#এৰেণ্ড-ৰলাণ্ড ধূমকেতু |
|||
#'''ৱেষ্ট ধূমকেতু''' - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷ ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ [[প্লাজমা]] আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷ মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত [[কাৰ্বন]]আৰু [[কাৰ্বন-মন'অক্সাইড]] থকা বুলি দেখুৱাইছিল৷ ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷ |
|||
#'''ইৰাছ-আৰাকি-এলকক ধূমকেতু''' - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ [[ডাৱৰ]] থকা বুলি জনা গৈছিল৷ |
|||
#'''ইকেয়া-ছাকি ধূমকেতু''' - |
|||
#'''বেনেট ধূমকেতু''' - |
|||
#'''মাৰ্কোছ ধূমকেতু''' - |
|||
#'''বিয়েলাৰ ধূমকেতু''' - |
|||
#'''টেম্পেল ধূমকেতু''' - |
|||
#'''মেকনট ধূমকেতু''' - |
|||
#'''হেল-বপ ধূমকেতু''' - |
|||
#'''হেলিৰ ধূমকেতু''' - |
|||
#'''শ্বুমেকাৰ-লেভী ধূমকেতু''' - |
|||
==তথ্য সংগ্ৰহ== |
==তথ্য সংগ্ৰহ== |
12:15, 21 December 2013ৰ সংস্কৰণ
ধূমকেতু (ইংৰাজী: Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক৷ ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়৷ ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত৷ বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীত জীৱ সৃষ্টিত সহায় কৰিলে৷ ধূমকেতুৱে আন আন সৌৰজগতৰ সদস্যৰ দৰেই সূৰ্য্যক প্ৰদক্ষিণ কৰে৷ ধূমকেতুবোৰ উৰ্ট ডাৱৰৰ অঞ্চলত বসবাস কৰে৷ প্লুটুৰ পৰাও দূৰত উৰ্ট ডাৱৰ অৱস্থিত৷ কেতিয়াবা কোনোটো ধূমকেতু উৰ্ট ডাৱৰ এৰি সৌৰজগতৰ ভিতৰ অঞ্চলত প্ৰৱেশ কৰে৷ কিছুমানে নিয়মিয়াকৈ এনেদৰে প্ৰৱেশ কৰে৷ বহুতে বহু বছৰৰ মূৰত এবাৰ প্ৰৱেশ কৰে৷ [1]
গঠনপ্ৰণালী
ধূমকেতুৰ দুটা অংশ,নেজ আৰু কমা৷ কমাৰ গেছীয় অংশৰ ভিতৰত গোটা পদাৰ্থৰ নিউক্লিয়াছ অৱস্থিত৷ নিউক্লিয়াছ প্ৰধানকৈ বৰফ আৰু জৈৱ পদাৰ্থৰে আবৃত ধূলিৰে গঠিত৷ বৰফৰ অংশত পানীৰ বৰফৰ লগতে গোটা অৱস্থাৰ এম'নিয়া,কাৰ্বন-মন'অক্সাইড,কাৰ্বন-ডাই অক্সাইড আৰু মিথেন থাকিব পাৰে৷ নিউক্লিয়াছত সৰু শিলৰ কেন্দ্ৰ ভাগ থাকিব পাৰে৷ [1]
নামাকৰণ
কেইটামান উল্লেখযোগ্য ধূমকেতু
- হুমাছন ধূমকেতু - এই ধূমকেতুটো চাৰি বছৰ ধৰি দেখা গৈছিল৷ ১৯৬২ চনৰ পৰা দেখা পোৱা এই ধূমকেতুটো সূৰ্য্যৰ পৰা ২.১৩ জ্যোতিবৈজ্ঞানিক একক দূৰত্বলৈকে ওচৰ চাপিছিল৷ এই ধূমকেতুটোৰ নেজ আছিল নীলা ৰং সৃষ্টি হৈছিল আৰু ইয়াৰ নেজত থকা কাৰ্বন মন'অক্সাইডৰ আয়নৰ বাবে৷ সূৰ্য্যৰপৰা তিনি জ্যোতিবৈজ্ঞানিক একক ওচৰ নাচাপিলে ধূমকেতুৰ পানী বাষ্পীভূত নহয়৷ ইয়াৰ নেজৰ ৰং চাই ইয়াৰ গঠন প্ৰধানকৈ কাৰ্বন-মন'অক্সাইড বুলি কোৱা হৈছে৷
- লাভজয় ধূমকেতু - এই ধূমকেতুটো অষ্ট্ৰেলিয়াৰ জ্যোতিৰ্বিদ টেৰী লাভজয়ে আৱিষ্কাৰ কৰিছিল৷ এই জ্যোতিষ্কটোৱে সূৰ্য্যপৃষ্ঠৰপৰা ডেৰ লাখ কিলোমিটাৰ ওচৰেদি পাৰ হৈয়ো একো নোহোৱাকৈ আছিল বাবে এই ধূমকেতুটো বিখ্যাত৷ সেই সময়ত দক্ষিণ গোলাৰ্দ্ধত ই পুৱা উজ্জ্বল জ্যোতিষ্ক হৈ পৰিছিল৷ ইয়াক দিনতো দেখা গৈছিল৷
- এৰেণ্ড-ৰলাণ্ড ধূমকেতু - এই ধূমকেতুটো ১৯৫৭ চনত দেখা গৈছিল৷ ১৯৫৭ চনৰে ২৫ এপ্ৰিলত তোলা এখন ফটোৰ মতে এই ধূমকেতুটোৰ মূল নেজৰ বিপৰীত দিশত অৰ্থাৎ সূৰ্য্যৰ দিশতো এডাল পোন ক্ষীণ নেজ দেখা গৈছিল৷ এই অদ্ভুত নেজডাল ধূমকেতুটোৰ পৰা নিৰ্গত ধূলিৰ কণিকাৰ বুলি কোৱা হৈছিল৷ এই কণিকাবোৰ মিলি মিটাৰ আকাৰৰ হোৱাৰ বাবে সেইবোৰ সৌৰশক্তিয়ে সূৰ্য্যৰ বিপৰীত দিশলৈ ঠেলিব নোৱাৰিছিল৷
- ৱেষ্ট ধূমকেতু - ১৯৭৬ চনৰ বসন্তকালত এই ধূমকেতু দেখা গৈছিল৷ ই আছিল দেখিবলৈ অতি ধুনীয়া ধূমকেতু৷ ইয়াৰ ধূলিৰ কণিকাৰ হালধীয়া নেজ আৰু নীলা ৰঙৰ প্লাজমা আয়নৰ নেজ সুন্দৱভাৱে দেখা গৈছিল৷ মহাকাশযানৰপৰা লোৱা অতি বেঙুণী বৰ্ণালীয়ে ইয়াৰ গাত কাৰ্বনআৰু কাৰ্বন-মন'অক্সাইড থকা বুলি দেখুৱাইছিল৷ ১৯৭৬ চনৰ মাৰ্চত ইয়াৰ কেন্দ্ৰভাগ ভাঙি চাৰি টুকুৰা হৈছিল৷
- ইৰাছ-আৰাকি-এলকক ধূমকেতু - এই ধূমকেতুটো অৱলোহিত তৰংগৰ জ্যোতিবৈজ্ঞানিক উপগ্ৰহেৰে ধৰা পেলোৱা হৈছিল৷ অৱলোহিত তৰংগৰ বৰ্ণালীৰ পৰা ইয়াৰ কেন্দ্ৰভাগৰ চাৰিওফালে ধূলিৰ ডাৱৰ থকা বুলি জনা গৈছিল৷
- ইকেয়া-ছাকি ধূমকেতু -
- বেনেট ধূমকেতু -
- মাৰ্কোছ ধূমকেতু -
- বিয়েলাৰ ধূমকেতু -
- টেম্পেল ধূমকেতু -
- মেকনট ধূমকেতু -
- হেল-বপ ধূমকেতু -
- হেলিৰ ধূমকেতু -
- শ্বুমেকাৰ-লেভী ধূমকেতু -