সাগৰলৈ বহু দূৰ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
No edit summary
No edit summary
28 নং শাৰী: 28 নং শাৰী:
<tr><td> ৩ <td> [[কাশ্মীৰি শইকীয়া]] <td> ৰুণুমী</td>
<tr><td> ৩ <td> [[কাশ্মীৰি শইকীয়া]] <td> ৰুণুমী</td>
<tr><td> ৪ <td> মিৰেণ <td> জমিদাৰ </td>
<tr><td> ৪ <td> মিৰেণ <td> জমিদাৰ </td>
<tr><td> ৫ <td> সুশান্ত বৰুৱা <td> খোমান </td>
<tr><td> ৫ <td> সুশান্ত বৰুৱা <td> সুমন </td>
<tr><td> ৬ <td> বৰুৱা <td> বোৱাৰী </td>
<tr><td> ৬ <td> বৰুৱা <td> বোৱাৰী </td>
<tr><td> ৭ <td> [[যতীন বৰা]] <td> ....</td>
<tr><td> ৭ <td> [[যতীন বৰা]] <td> ....</td>
36 নং শাৰী: 36 নং শাৰী:
*অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)
*অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা (১৯৯৫)
*গেটজ পুৰস্কাৰ ({{lang-en|GETZ Prize}}): ৩১তম [[:en:Chicago International Film Festival|চিকাগো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল]] )
*গেটজ পুৰস্কাৰ ({{lang-en|GETZ Prize}}): ৩১তম [[:en:Chicago International Film Festival|চিকাগো ইণ্টাৰনেচনেল ফিল্ম ফেষ্টিভেল]] )
*প্ৰি ডুঁ পাব্লিক এৱাৰ্ড ({{lang-en|Pri Do Public Award}}) : শ্ৰেষ্ঠ চলচ্চিত্ৰ: নাটেছ ফিল্ম ফেষ্টিভেল, ফ্ৰান্স ({{lang-en|Nantes Film festival}})
*প্ৰি ডুঁ পাব্লিক এৱাৰ্ড ({{lang-en|Pri Do Public Award}}) : শ্ৰেষ্ঠ চলচ্চিত্ৰ: নন্ট ফিল্ম ফেষ্টিভেল, ফ্ৰান্স ({{lang-en|Nantes Film festival}})


*শ্ৰেষ্ঠ পৰিচালক, ৰাষ্ট্ৰীয় বঁটা
*শ্ৰেষ্ঠ পৰিচালক, ৰাষ্ট্ৰীয় বঁটা

14:38, 11 January 2014ৰ সংস্কৰণ

সাগৰলৈ বহুদূৰ
(It's a Long Way to the Sea)

চলচ্চিত্ৰখনৰ এটা স্ক্ৰীনশ্বট
পৰিচালক জাহ্নু বৰুৱা
ৰচনা জাহ্নু বৰুৱা
প্ৰযোজক জাহ্নু বৰুৱা
শৈলধৰ বৰুৱা
গায়ত্ৰী বৰুৱা
অভিনয়ত বিষ্ণু খাৰঘৰীয়া
অৰুণ নাথ
কাশ্মীৰি শইকীয়া বৰুৱা
সুশান্ত বৰুৱা
চিত্ৰগ্ৰহণকাৰী পি. ৰঞ্জন
সম্পাদনা হেউ-এন বৰুৱা
সংগীত পৰিচালক সত্য বৰুৱা
পৰিবেশক ডলফিন ফিল্মছ প্ৰাইভেট লিমিটেড
মুক্তি
১৩ অক্টোবৰ, ১৯৯৫[1]
দৈৰ্ঘ্য
১০৬ মিনিট
দেশ  ভাৰত
ভাষা অসমীয়া ভাষা

সাগৰলৈ বহুদূৰ (ইংৰাজী: Xagoroloi Bohudoor, It's a Long Way to the Sea) জাহ্নু বৰুৱাৰ দ্বাৰা পৰিচালিত এখন অসমীয়া চলচ্চিত্ৰ। ১৯৯৫ চনত এই ছবিখন মুক্তি দিয়া হয়।

প্ল'ট

চলচ্চিত্ৰখনৰ কাহিনী এজন নাৱৰীয়াৰ ওপৰত কেন্দ্ৰিত। পোৱাল হৈছে দিহিং নদীৰ পাৰৰ নেমুগুৰি গাঁৱৰ এজন নাৱৰীয়া। নদীখনৰ ওপৰত দলঙ নথকালৈকে নাও চলাই তেওঁ জীৱন-নিৰ্বাহ কৰি আছিল। তেওঁলোকৰ পৰিয়ালৰ কেইবাটাওপ্ৰজন্মই দিহিং নদীত নাও চলাই আহিছে। যেতিয়া চৰকাৰে নদীখনৰ ওপৰত দলঙ নিৰ্মাণৰ যো-জা কৰে, তেতিয়া তেওঁৰ জীৱনত বহু পৰিৱৰ্তন ঘটে।[1][2]

অভিনয়ত

ক্ৰম অভিনেতা / অভিনেত্ৰীৰ নাম চৰিত্ৰ
বিষ্ণু খাৰঘৰীয়া পোৱাল, নাৱৰীয়া
অৰুণ নাথ পোৱালৰ পুত্ৰ
কাশ্মীৰি শইকীয়া ৰুণুমী
মিৰেণ জমিদাৰ
সুশান্ত বৰুৱা সুমন
বৰুৱা বোৱাৰী
যতীন বৰা ....

বঁটা

  • শ্ৰেষ্ঠ পৰিচালক, ৰাষ্ট্ৰীয় বঁটা
  • গোল্ডেন ল'টাছ (Golden Lotus), ৰাষ্ট্ৰীয় বঁটা
  • শ্ৰেষ্ঠ ক্ষেত্ৰীয় কথাছৱি (Best Regional Film), ৰাষ্ট্ৰীয় বঁটা
  • বিষ্ণু খাৰঘৰীয়া উল্লেখিত, বিশ্ব শান্তি বঁটা (চিকাগ') (Special Mention for Bishnu Kharghoria, World Peace Prize (Chicago))
  • শ্ৰেষ্ঠ পৰিচালক (Brussels)
  • আন্ত:ৰাষ্ট্ৰীয় FIPRESCI বঁটা (Singapore)
  • শ্ৰেষ্ঠ অভিনেতা (Singapore)
  • শ্ৰেষ্ঠ সঙ্গীত (Nantes), ভাৰতীয় পেন'ৰামা

কাৰিকৰী খুঁটি-নাটি

  • ফিল্ম: ৩৫ মিমি
  • পৰ্দাৰ অনুপাত: ১:১.৩৩[1]

লগতে চাওক

তথ্য সংগ্ৰহ

  1. 1.0 1.1 1.2 "সাগৰলৈ বহু দূৰৰ প্ল'ট". Jahnu Barua. ২০১১. http://jahnubarua.com/import/itsalongwaytothesea.html। আহৰণ কৰা হৈছে: October 13, 2012. 
  2. "The Indian Panorama, IFFI 1996, Delhi". http://theory.tifr.res.in/~sgupta/others/films95.html। আহৰণ কৰা হৈছে: 20 January 2010. 

বাহ্যিক সংযোগ