ছুনামি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Content deleted Content added
শ্ৰেণী:ভূগোল যোগ কৰা হ’ল   হটকেট ব্যৱহাৰৰ জৰিয়তে
No edit summary
5 নং শাৰী: 5 নং শাৰী:


==ইতিহাস==
==ইতিহাস==
২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত [[বিশ্ব]]ই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ [[ভাৰত মহাসাগৰ]]ৰ [[উপকূল]]বৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ [[ভূমিকম্প]]৷ [[ইণ্ডোনেছিয়া]]ৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই [[ভূমিকম্প]]টো আৰু তাৰ পাছতে অহা ছুনামিয়ে [[ইণ্ডোনেছিয়া]],[[মালয়েছিয়া]],[[থাইলেণ্ড]],[[ম্যানমাৰ]],[[ভাৰত]],[[শ্ৰীলংকা]] আৰু [[মালদ্বীপ]]ক বিধ্বস্ত কৰি পেলায়৷ [[ভূমিকম্প]]ৰ বাবেই [[সাগৰ]]ত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ <ref name="গ্ৰন্থ ১" />


==ক্ষতিগ্ৰস্ত অঞ্চল==
==ক্ষতিগ্ৰস্ত অঞ্চল==
প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ [[সাগৰ]]ৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত [[পৃথিৱী]]ত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷





06:26, 21 January 2014ৰ সংস্কৰণ

2011 Tōhoku earthquake and tsunami, An aerial view of damage in the Sendai region with black smoke coming from the Nippon Oil Sendai oil refinery
Taken at Ao Nang, Krabi Province, Thailand, during the 2004 Indian Ocean earthquake and tsunami in Thailand

ছুনামি (ইংৰাজী: Tsunami) ছুনামি এটা জাপানী শব্দ৷ ছু (Tsu) মানে বন্দৰ আৰু নামি (nami) মানে ঢৌ৷ ছুনামিৰ অৰ্থ হ'ল সাগৰৰ বিশাল ঢৌ৷ বিশেষ কেইটামান কাৰণত সমুদ্ৰ-তৰংগ যেতিয়া উপকূলভাগত আছাৰ খাই পৰি মহাতংৰগলৈ ৰূপান্তৰিত হয়,তাকে ছুনামি কোৱা হয়৷ ছুনামি হ'ল প্ৰবল জলোচ্ছাস৷ সকলো ছুনামি ভয়াবহ নহয়৷ সমুদ্ৰ গৰ্ভত হোৱা ভূমিকম্প,নিমজ্জিত আগ্নেয়গিৰিৰ আকস্মিক উদগীৰণ,ভূমিস্খলন আদি কাৰণত সাধাৰণতে ছুনামিৰ সৃষ্টি হয়৷ [1]


ইতিহাস

২০০৪ চনৰ ২৬ ডিছেম্বৰ মাহত বিশ্বই এটা ভয়াবহ প্ৰাকৃতিক বিপৰ্যয়ৰ সন্মুখীন হয়৷ ভাৰত মহাসাগৰউপকূলবৰ্তী অঞ্চলত প্ৰথমতে আহিল ৮.৯ ৰিখটাৰ স্কেলৰ ভূমিকম্পইণ্ডোনেছিয়াৰ (সুমাত্ৰা) উত্তৰত অভিকেন্দ্ৰ থকা এই ভূমিকম্পটো আৰু তাৰ পাছতে অহা ছুনামিয়ে ইণ্ডোনেছিয়া,মালয়েছিয়া,থাইলেণ্ড,ম্যানমাৰ,ভাৰত,শ্ৰীলংকা আৰু মালদ্বীপক বিধ্বস্ত কৰি পেলায়৷ ভূমিকম্পৰ বাবেই সাগৰত প্ৰবল ছুনামিৰ সৃষ্টি হয়৷ [1]

ক্ষতিগ্ৰস্ত অঞ্চল

প্ৰায়বোৰ ছুনামি কোনো ক্ষতি নকৰাকৈ সাগৰৰ বুকুত ঢৌ তুলি তাতে মাৰ যায়৷ "জিঅ'ফিজিকেল ডাটা ছেণ্টাৰ"ৰ তথ্য অনুসৰি ১৯৮০ চনৰপৰা ১৯৯৯ চনৰ ভিতৰত পৃথিৱীত যি ৯৭০ তা ছুনামিৰ সৃষ্টি হৈছিল,তাৰ ৮৪২ টাই নিৰীহ আছিল৷ বাকীকেইটা কিছু ক্ষতিকাৰক হ'লেও সিমান ভয়াবহ নাছিল৷ আন এটা হিচাপ অনুযায়ী ১৭৮২ চনৰপৰা ১৯৬৪ চনৰ ভিতৰত সৃষ্টি হোৱা প্ৰলয়ংকাৰী ছুনামিৰ সংখ্যা ২৩৷


Lisbon earthquake and tsunami in 1755



When the wave enters shallow water, it slows down and its amplitude (height) increases.
The wave further slows and amplifies as it hits land. Only the largest waves crest.

তথ্য সংগ্ৰহ

  1. 1.0 1.1 "জ্ঞানাঞ্জন". প্ৰান্তিক খণ্ড ৩৩শ বছৰ (২য় সংখ্যা): পৃষ্ঠা ৬৪. ১৬ - ৩১ ডিছেম্বৰ ২০১৩. 

বাহ্যিক সংযোগ